• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিপদত প্ৰাক্তন ৰাষ্ট্ৰপতি; অভিযোগ প্ৰমানিত হ’লে ৪০ বছৰলৈকে কাৰাবাস হ’ব পাৰে ডোনাল্ড ট্ৰাম্পৰ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 20, 2022 9:59 am
ডোনাল্ড ট্রাম্প। ফটো: সংগৃহীত।

ডোনাল্ড ট্রাম্প। ফটো: সংগৃহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প ৪০ বছৰৰ কাৰাদণ্ডৰ সন্মুখীন হ’ব পাৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ কংগ্ৰেছৰ এক তদন্ত সমিতিয়ে ইতিমধ্যে তেওঁৰ বিৰুদ্ধে ৰাজদ্ৰোহকে ধৰি চাৰিটা অভিযোগ অনাৰ পৰামৰ্শ দিছে।

যদি এই সকলো অভিযোগ প্ৰমাণিত হয়, তেন্তে ট্ৰাম্প ৪০ বছৰলৈকে কাৰাবাসৰ সন্মুখীন হ’ব পাৰে। একে সময়তে তেওঁ দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি নিৰ্বাচনতো অংশগ্ৰহণ কৰিব নোৱাৰিব।

২০২০ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ট্ৰাম্পৰ পৰাজয়ৰ পিছত তেওঁৰ সমৰ্থকসকলে নিৰ্বাচনৰ ফলাফল প্ৰত্যাখ্যান কৰে। তাৰ পিছত ২০২১ চনৰ ৬ জানুৱাৰীত তেওঁলোকে কেপিটল হিল আক্ৰমণ কৰে।

Apply Now

বিষয়টোৰ তদন্তৰ বাবে গঠন কৰা এখন সমিতিয়ে আক্ৰমণটোত ট্ৰাম্প জড়িত থকাটো বিচাৰি পাইছিল। সেয়েহে তেওঁলোকে ট্ৰাম্পক ৰাজদ্ৰোহকে ধৰি মুঠ চাৰিটা অভিযোগত বিচাৰ কৰিবলৈ পৰামৰ্শ দিছে।

বাতৰি অনুসৰি, যদি ট্ৰাম্পৰ এই অভিযোগবোৰৰ ওপৰত বিচাৰ হয় আৰু সেয়া প্ৰমাণিত হয়, তেন্তে তেওঁ ৪০ বছৰলৈকে কাৰাবাসৰ সন্মুখীন হ’ব পাৰে। ফলস্বৰূপে তেওঁ পৰৱৰ্তী ৰাষ্ট্ৰপতি নিৰ্বাচনতো প্ৰতিদ্বন্দিতা কৰিব নোৱাৰিব।

লগতে পঢ়ক: দুবছৰীয়া প্ৰেমৰ অন্তত বিবাহপাশত আবদ্ধ হ’ল দুই দেশৰ দুই সমকামী বিশ্ব সুন্দৰীয়ে

২০২০ চনৰ নিৰ্বাচনত জয়ী হোৱাৰ পিছত, ২০২১ চনৰ ৬ জানুৱাৰীত জো বিডেনক নতুন ৰাষ্ট্ৰপতি হিচাপে অধিষ্ঠিত কৰা হয়। ট্ৰাম্পৰ বিৰুদ্ধে বিডেনৰ কাৰ্যভাৰ গ্ৰহণ প্ৰতিহত কৰিবলৈ সংঘৰ্ষক উচটনি দিয়াৰ অভিযোগ আছে, যি পিছত হিংসাত্মক ৰূপ হৈছিল।

সমিতিখনে কেপিটল হিলৰ ঘটনাত ট্ৰাম্প জড়িত থকা তথা উচটনি দিয়াৰ বিষয়টো সুদীৰ্ঘ ১৮ মাহ ধৰি তদন্ত কৰে। তেওঁলোকে তাৰপিছতে ট্ৰাম্পৰ বিৰুদ্ধে চাৰিটা অভিযোগৰ পৰামৰ্শ দিছে। সেইবোৰ হৈছে বিদ্ৰোহত উচটনি আৰু সহযোগিতা, চৰকাৰী কামত বাধা, আমেৰিকা যুক্তৰাষ্ট্ৰক প্ৰতাৰণা কৰাৰ ষড়যন্ত্ৰ আৰু মিছা বিবৃতি দিয়াৰ ষড়যন্ত্ৰৰ অভিযোগ।

ইপিনে, কংগ্ৰেছৰ তদন্ত সমিতিয়ে এনে পৰামৰ্শ দিয়াৰ পিছত ডোনাল্ড ট্ৰাম্পে এনে পৰামৰ্শৰ বিৰুদ্ধে এটা বিবৃতি দিছে। তেওঁ ইয়াক “কেংগাৰু আদালত” বুলি অভিহিত কৰিছে।

লগতে পঢ়ক: আৰ্জেণ্টিনাই বিশ্বকাপ জয়ৰ পিছতো ফিফা ৰেংকিঙৰ শীৰ্ষত আছে ব্ৰাজিল

উল্লেখ্য যে দেশৰ ন্যায় বিভাগে এই অভিযোগবোৰৰ ওপৰত ট্ৰাম্পৰ বিচাৰ কৰা হ’ব নে নহয় তাৰ সিদ্ধান্ত ল’ব। ন্যায় বিভাগ কংগ্ৰেছ তদন্ত সমিতিৰ পৰামৰ্শ পালন কৰিবলৈ বাধ্য নহয়। কংগ্ৰেছ তদন্ত সমিতিয়ে দিয়া পৰামৰ্শসমূহ সম্পূৰ্ণৰূপে সাংকেতিক।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm
“বিচাৰিলে ঝাড়ুৱালীৰ চাকৰিও নাপাব ৰাখি সাৱন্তে” : তীব্ৰ কটাক্ষ কংগনাৰ

“বিচাৰিলে ঝাড়ুৱালীৰ চাকৰিও নাপাব ৰাখি সাৱন্তে” : তীব্ৰ কটাক্ষ কংগনাৰ

September 14, 2026 7:54 pm
‘ইউচিচি’ আৰু ‘এনআৰচি’ক লৈ গৃহমন্ত্ৰীৰ ডাঙৰ ঘোষণা! অমিত শ্বাহৰ ঘোষণাই সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

‘ইউচিচি’ আৰু ‘এনআৰচি’ক লৈ গৃহমন্ত্ৰীৰ ডাঙৰ ঘোষণা! অমিত শ্বাহৰ ঘোষণাই সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

September 14, 2026 7:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd