• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সলনি হ’ব বৃটেইনৰ নোট : নতুনকৈ কাৰ ফটো ছপা কৰা হ’ব নোটত?

ব্ৰিটেইনৰ কেন্দ্ৰীয় বেংকে কয় যে এই পৰিৱৰ্তনে পৰিৱেশ আৰু আৰ্থিক প্ৰভাৱ নপৰে বুলি ৰজাৰ পৰিয়ালে নিৰ্দেশনা দিছে। সেই কথা মনত ৰাখি নতুন নোট ছপা আৰু মুদ্ৰাৰ চাহিদা পূৰণৰ বাবেহে নতুন ডিজাইন নোট প্ৰৱৰ্তন কৰা হ’ব।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 21, 2022 8:12 am
125
VIEWS
Share on FacebookShare on Twitter

দ্বিতীয় ৰাণী এলিজাবেথৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ তৃতীয় চাৰ্লছ ব্ৰিটেইনৰ নতুন ৰজা হয়। এতিয়া দেশৰ নিয়ম অনুসৰি নতুন ৰজাৰ ছবি নতুন ছবিৰ লগত সংলগ্ন কৰা হৈছে। ইতিমধ্যে ৫, ১০, ২০ আৰু ৫০ পাউণ্ডৰ নোটৰ নতুন ডিজাইন তৈয়াৰ কৰা হৈছে। ৰজা চাৰ্লছৰ প্ৰতিচ্ছবি  থকা এই নোট ২০২৪ চনত প্ৰচলন হ’ব।

খবৰ অনুসৰি বৰ্তমানৰ চাৰিখন পলিমাৰ নোটত তৃতীয় চাৰ্লছৰ প্ৰতিকৃতি ছপা কৰা হ’ব। নোটৰ সন্মুখত ৰজাৰ প্ৰতিচ্ছবি থাকিব। ইয়াৰ উপৰিও ১০ পাউণ্ডৰ নোটত লেখিকা জেন অষ্টেন, ২০ পাউণ্ডৰ নোটত শিল্পী জে এম ডব্লিউ টাৰ্নাৰ আৰু ৫০ ডলাৰৰ নোটত কম্পিউটাৰ বিজ্ঞানী এলান টুৰিঙৰ ছবি থাকিব।

উল্লেখ্য যে নতুন নোট প্ৰৱৰ্তন কৰিলেও পুৰণি নোট বাতিল কৰা নহ’ব। দ্বিতীয় ৰাণী এলিজাবেথৰ প্ৰতিচ্ছবি থকা নোটসমূহৰো প্ৰচলন অব্যাহত থাকিব।

ব্ৰিটেইনৰ কেন্দ্ৰীয় বেংকে কয় যে এই পৰিৱৰ্তনে পৰিৱেশ আৰু আৰ্থিক প্ৰভাৱ নপৰে বুলি ৰজাৰ পৰিয়ালে নিৰ্দেশনা দিছে। সেই কথা মনত ৰাখি নতুন নোট ছপা আৰু মুদ্ৰাৰ চাহিদা পূৰণৰ বাবেহে নতুন ডিজাইন নোট প্ৰৱৰ্তন কৰা হ’ব। ন-পুৰণি দুয়োটা নোট একেলগে প্ৰচলিত হ’ব, য’ত দ্বিতীয় ৰাণী এলিজাবেথ আৰু ৰজা চাৰ্লছৰ প্ৰতিকৃতি থাকিব।

ইয়াৰ ফলত ৰজা চাৰ্লছ ব্ৰিটিছ ইতিহাসৰ দ্বিতীয়জন ৰজা হ’ব যিয়ে নিজৰ প্ৰতিচ্ছবি কাগজৰ মুদ্ৰাত ছপা কৰিব। ১৬০০ চনৰ শেষৰ ফালে বেংক অৱ ইংলেণ্ডে কাগজৰ নোট উৎপাদন আৰম্ভ কৰে। তাৰ পিছত তৃতীয় চাৰ্লছকে ধৰি মাত্ৰ ২ জন ৰজাইহে ইয়াত নিজৰ ফটো ছপোৱাৰ সুবিধা গ্ৰহণ কৰি আহিছে।

Recent News

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

পৰ্যটকৰ ট্ৰেকিংৰ সময়ত গাইড থাকিবই লাগিব; ৰাজা হত্যাকাণ্ডৰ পিছত মেঘালয় চৰকাৰৰ নিৰ্দশনা

পৰ্যটকৰ ট্ৰেকিংৰ সময়ত গাইড থাকিবই লাগিব; ৰাজা হত্যাকাণ্ডৰ পিছত মেঘালয় চৰকাৰৰ নিৰ্দশনা

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd