• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

পৈশাচিক ! ১০ বছৰীয়া শিশুৰ যৌনাংগত দোকানীয়ে ঘঁহি দিলে জলকীয়া

সোমবাৰে সন্ধিয়া আৰক্ষী থানাত দাখিল কৰা এজাহাৰত শিশুটিৰ মাতৃয়ে কয় যে ৩০ বছৰীয়া দোকানীজনে তেওঁৰ পুত্ৰক বলপূৰ্বকভাৱে লৈ যায়। তাৰ পাছত ঘৰৰ ছাঁদলৈ লৈ গৈ পেন্ট খুলি জলকীয়াৰ গুড়িখিনি যৌনাংগৰ লগতে গোটেই গাত ঘঁহি দিয়ে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 21, 2022 10:36 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সোমবাৰে হায়ডৰাবাদত এজন পিশাচৰূপী দোকানীয়ে সংঘটিত কৰে এক জঘন্য কাণ্ড। এটি কণমাণি শিশুক উলংগ কৰি যৌনাংগত ঘঁহি দিয়ে জলকীয়াৰ গুৰি। ভুক্তভোগী শিশুটিৰ বয়স ১০ বছৰ বুলি জানিব পৰা গৈছে।

শিশুটিয়ে পিয়াহত উক্ত দোকানী জনৰ দোকানৰ পৰা চুৰি কৰিছিল এটা সৰু শীতল পানীয়ৰ বটল। এইয়াই আছিল শিশুটোৰ অপৰাধ। যাৰ বাবে দোকানীয়ে শিশুটিক ঘৰৰ পৰা তুলি লৈ আনে আৰু নিজৰ ঘৰৰ ছাঁদৰ ওপৰলৈ লৈ যায় শিশুটিক। তাতে দোকানীজনে শিশুটিৰ পেন্ট খুলি যৌনাংগত সানি দিয়ে জলকীয়া গুৰি।

Apply Now

ভুক্তভোগী শিশুটিৰ মাতৃৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্ত দোকানীজনক গ্ৰেপ্তাৰ কৰে। ইতিমধ্যে দোকানী জনৰ বিৰুদ্ধে কেইবাটাও ধাৰাত গোচৰ ৰুজু কৰা হৈছে।

সোমবাৰে সন্ধিয়া আৰক্ষী থানাত দাখিল কৰা এজাহাৰত শিশুটিৰ মাতৃয়ে কয় যে ৩০ বছৰীয়া দোকানীজনে তেওঁৰ পুত্ৰক বলপূৰ্বকভাৱে লৈ যায়। তাৰ পাছত ঘৰৰ ছাঁদলৈ লৈ গৈ পেন্ট খুলি জলকীয়াৰ গুড়িখিনি যৌনাংগৰ লগতে গোটেই গাত ঘঁহি দিয়ে।

সমগ্ৰ ঘটনাৰ এটা ভিডিঅ’ ভাইৰেল হৈছে। ভিডিঅ’টোত দেখা গৈছে যে শিশুটি উলংগ হৈ ছাঁদত বহি আছে। নাইলনৰ ৰছীৰে বান্ধি থোৱা আছে শিশুটিৰ দুই হাত। যন্ত্ৰণাত সি কাতৰ হৈ পৰিছে।

দোকানীজনে কেৱল শিশুটিক অত্যাচাৰ কৰাই নহয়। শিশুটিৰ খুড়াককো পাইপেৰে প্ৰহাৰ কৰাৰো অভিযোগ উত্থাপন হৈছে।

শিশুটিৰ ককাকে কৈছে যে –  তেওঁৰ দোকানৰ পৰা যদি চুৰি কৰিছিল, তেন্তে এই কথা আমাক কিয় খবৰ দিয়া নহ’ল? অকণমাণি শিশুটিয়ে ভুল কৰিলে বুলিয়েই এনেকৈ শাস্তি দিয়াৰ অধিকাৰ দোকানীজনক কোনে দিলে?

আৰক্ষী বিষয়া ছাইদা বাবুৱে জনোৱা মতে, অভিযুক্ত দোকানীজনে জেৰাৰ সময়ত দাবী কৰিছিল যে শিশুটিয়ে প্ৰায়ে তেওঁৰ দোকানৰ পৰা ইট সিটো বস্তু চুৰি কৰে। কিন্তু শিশুটিৰ মাকে দোকানীজনৰ এই অভিযোগ নৎসাৎ কৰি কৈছে যে দোকানীজনৰ অভিযোগ মিছা।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

August 24, 2026 9:30 pm
পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

August 24, 2026 8:28 pm
আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

August 24, 2026 7:48 pm
কুম্ভ মেলাৰ বাজেটৰ মাত্ৰ ০.১ শতাংশ ধনেৰে ৰক্ষা পৰিলহেঁতেন ১২৫ খন বিদ্যালয়: কুম্ভ মেলালৈ ৩৪ হাজাৰ কোটি, শিক্ষালৈ কিয় নাই?

কুম্ভ মেলাৰ বাজেটৰ মাত্ৰ ০.১ শতাংশ ধনেৰে ৰক্ষা পৰিলহেঁতেন ১২৫ খন বিদ্যালয়: কুম্ভ মেলালৈ ৩৪ হাজাৰ কোটি, শিক্ষালৈ কিয় নাই?

August 24, 2026 7:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

August 24, 2026 9:30 pm
পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

August 24, 2026 8:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd