• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

‘বিজেপিয়ে বিয়পাইছে ঘৃণা আৰু আমি প্ৰেম’: দিল্লীত উপস্থিত হৈ ৰাহুল গান্ধীৰ দাবী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 24, 2022 5:43 pm
Bharat Jodo Yatra
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাহুল গান্ধীৰ নেতৃত্বত চলি থকা ‘ভাৰত জোড়ো যাত্ৰা’ই আজি দিল্লীত প্ৰৱেশ কৰিছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মানসুখ মাণ্ডব্যই ৰাহুল গান্ধীলৈ পত্ৰ প্ৰেৰণ কৰি ক’ভিদ প্ৰট’কল মানি চলিবলৈ আহ্বান জনোৱাৰ মাজতে ৰাজধানীত প্ৰৱেশ কৰিছে কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাই।

দিল্লীত প্ৰৱেশ কৰাৰ পাছতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বিজেপি আৰু মোদী চৰকাৰৰ বিৰুদ্ধে আক্ৰমণ তীব্ৰতৰ কৰি তুলিছে। দেশৰ ৰাজধানীত উপস্থিত হৈ ৰাহুল গান্ধীয়ে বিজেপিক তীব্ৰ সমালোচনা কৰি কয় যে, “তেওঁলোকে ঘৃণা বিয়পাই দিয়ে, আমি প্ৰেম বিয়পাই দিওঁ, আমি সকলো ভাৰতীয়কে আকোৱালি লওঁ।”

Apply Now

কংগ্ৰেছ নেতাগৰাকীয়ে লগতে কয়, “ভাৰত জোড়ো যাত্ৰাই কন্যাকুমাৰী এৰি অহাৰ সময়ত এটা কথা গম পালোঁ যে এই দেশত আৰু কোনো ঘৃণা নাই, এই দেশত কেৱল প্ৰেমহে আছে।”

ৰাহুল গান্ধীয়ে লগতে সংবাদ মাধ্যমৰ বিৰুদ্ধেও এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। গান্ধীৰ অভিযোগ মতে “কেৱল সংবাদ মাধ্যমেহে ঘৃণা দেখুৱায়। হিন্দু-মুছলমান-শিখ-খ্ৰীষ্টানকে ধৰি সকলো ধৰ্মৰ লোকে এই যাত্ৰাত একেলগে খোজ কাঢ়িছে। ধনী, দুখীয়া, খেতিয়ক, শ্ৰমিক সকলোৱে যাত্ৰাত ভাগ লৈছে।”

নিবনুৱা সমস্যা, মুদ্ৰাস্ফীতি, ভয় আৰু ঘৃণাৰ পৰিৱেশৰ বিৰুদ্ধে এই ‘ভাৰত জোডো যাত্ৰা’ বুলিও ৰাহুল গান্ধীয়ে পুনৰ এবাৰ দোহাৰে। কন্যাকুমাৰীৰ পৰা ৰাজধানীলৈ হাজাৰ হাজাৰ কিলোমিটাৰ খোজ কাঢ়ি দিল্লীত প্ৰৱেশ কৰাৰ লগে লগে ৰাহুল গান্ধীয়ে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি অধিক আক্ৰমণাত্মক হৈ পৰা দেখা গৈছে।

দেশৰ প্ৰতিটো জলন্ত সমস্যাকে এই যাত্ৰাকালত উন্মুক্ত কৰি কংগ্ৰেছ নেতাগৰাকীয়ে বিভিন্ন প্ৰশ্নবাণেৰে চৰকাৰক থকা সৰকা কৰা দেখা গৈছে। ভাৰত জোড়ো যাত্ৰাই দিল্লীত প্ৰৱেশ কৰা পূৰ্বে কেন্দ্ৰই এই যাত্ৰাক বন্ধ কৰিবলৈ ষড়যন্ত্ৰ কৰা বুলিও কংগ্ৰেছে মোদী চৰকাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।

উল্লেখ্য, কন্যাকুমাৰীৰ পৰা আৰম্ভ কৰা এই ‘ভাৰত জোডো যাত্ৰা’ই ১০৭ দিনত প্ৰায় তিনি হাজাৰ কিলোমিটাৰ যাত্ৰা সম্পূৰ্ণ কৰিছে। ১০৮ দিনৰ দিনা দিল্লীত প্ৰৱেশ কৰে এই যাত্ৰা। দিল্লীত প্ৰৱেশ কৰাৰ সময়ত হাজাৰ হাজাৰ লোকে লোকে ৰাহুল গান্ধীৰ সৈতে পদযাত্ৰা কৰা দেখা গৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

July 4, 2026 6:00 pm
বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

July 4, 2026 5:49 pm
১১ বছৰীয়া শিশুৱে মহতিয়াই নিলে বৌদ্ধ ভিক্ষুক, ৮ জনৰ মৃত্যু

১১ বছৰীয়া শিশুৱে মহতিয়াই নিলে বৌদ্ধ ভিক্ষুক, ৮ জনৰ মৃত্যু

July 4, 2026 5:33 pm
পাহৰণিৰ গৰ্ভত থকা ইতিহাস: আমেৰিকাৰ স্বাধীনতাত মহীশূৰৰ হাইদৰ আলী আৰু টিপু চুলতানৰ অৱদান

পাহৰণিৰ গৰ্ভত থকা ইতিহাস: আমেৰিকাৰ স্বাধীনতাত মহীশূৰৰ হাইদৰ আলী আৰু টিপু চুলতানৰ অৱদান

July 4, 2026 5:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

July 4, 2026 6:00 pm
বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

July 4, 2026 5:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd