• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৯ মাহে দৰমহাহীন উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ দুই সহস্ৰাধিক কৰ্মচাৰী 

পংকজকুমাৰ দেব by পংকজকুমাৰ দেব
April 28, 2018 9:32 am
Press Conferance by NCHACEA
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ দুই হেজাৰৰ অধিক কৰ্মচাৰীয়ে যোৱা ন’মাহ ধৰি দৰমহা লাভ কৰা নাই। কিন্তু বিজেপি শাসিত স্বায়ত্ত পৰিষদে ওপৰোক্ত সেইসকলৰ  বাকী থকা দৰমহা মোকলাই দিয়াৰ কাৰণে আজিকোপতি কোনো ব্যৱস্থা গ্রহণ কৰা নাই।

শুকুৰবাৰে হাফলঙত এখন সংবাদমেল পাতি  তেওঁলোকৰ সমস্যাৰ কথা দাঙি ধৰে কৰ্মচাৰী সংস্থাৰ কৰ্মকৰ্তা সকলে।

Apply Now

উল্লেখ্য যে দৰমহা আদায় দিয়াৰ বাবে বিগত প্ৰায় এক বছৰ ধৰি আন্দোলন চলি আছে। এই আন্দোলনৰ বাবেই  কৰ্মচাৰী সংস্থাৰ পাঁচগৰাকী নেতাক  চাকৰিৰ পৰা নিলম্বিত কৰা হৈছিল আৰু আজিও পৰিষদে তেওঁলোকৰ নিলম্বন প্ৰত্যাহাৰ কৰা নাই। ইতিমধ্যে ন্যায় বিচাৰি কৰ্মচাৰী সংস্থাৰ নেতাসকল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাত আদালতে পৰিষদক নিলম্বন প্ৰত্যাহাৰ কৰাৰ কাৰণে নিৰ্দেশ দিছে যদিও কিন্তু পৰিষদে সেই নির্দেশ অমান্য কৰিছে। কৰ্মচাৰী সংস্থাৰ উপ সভাপতি জয়ৰাজ থাউচেনে স্বায়ত্ত শাসিত পৰিষদ কৰ্তৃপক্ষক অনুৰোধ কৰিছে যাতে নিলম্বনটো প্ৰত্যাহাৰ কৰা হয়।

উল্লেখনীয় যে বন বিভাগৰ ৱেষ্ট ডিভিছনৰ কাৰ্যালয়ত চৰকাৰী কাম-কাজত বাধা দিয়াৰ অভিযোগত কৰ্মচাৰী সংস্থাৰ একাধিক নেতাক চাকৰিৰ পৰা নিলম্বিত কৰা হৈছিল।

ইপিনে আজি হাফলঙত সংবাদ মেলত জয়ৰাজ থাউচেনে কয় যে তেতিয়া তথ্য জানাৰ অধিকাৰ আইনৰ জৰিয়তে বন বিভাগৰ ৰাজহ সংক্ৰান্ত দুৰ্নীতিৰ তথ্য পোহৰলৈ অহাৰ পাছত পৰিষদৰ চিইএম ইএমে বন বিভাগৰ ৰাজহৰ কাৰণে তেওঁলোকক আগুৱাই যোৱাৰ বাবে প্ৰত্যক্ষ ভাবে কৈছিল। কিন্তু পাছত তেওঁলোকক চাকৰিৰ পৰা নিলম্বিত কৰা হয় বুলি অভিযোগ কৰে।

আকৌ দেওবাৰে পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ ৬৭ সংখ্যক প্ৰতিষ্ঠা দিবস উদযাপিত হব।

ইতিমধ্যে প্ৰতিষ্ঠা দিবসৰ প্ৰস্তুতি তুংগত উঠিছে। দিচপুৰৰ পৰা মন্ত্ৰী ভিভিআইপি সকল অহাৰ কথা। মন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মাও অহাৰ কথা। কিন্তু দৰমহা লৈ পৰিষদ কতৃপক্ষ নিমাত থকাত ক্ষোভ ব্যক্ত কৰে কৰ্মচাৰী সংস্থাই।

কৰ্মচাৰী সংস্থাৰ জনসংযোগ সচিব বৰ্ণিল জহৰীয়ে অভিযোগ কৰে যে ৰাজ্য চৰকাৰে দৰমহাৰ কাৰনে মাৰ্চ মাহত ২৫ কোটি টকা পৰিষদক মোকলাই দিলেও মাথো দুই মাহৰ দৰমহা প্ৰদান কৰে পৰিষদে। য’ত ব্যয় হয় বাৰ কোটি টকা।

আনহাতে জহৰীয়ে অলপতে হাফলং ভ্ৰমণ কৰি যোৱা ৰাজ্যপাল জগদীশ মুখিৰ আচৰণত আচৰিত হয়। কাৰণ ৰাজ্যপালে দৰমহা সমস্যাৰ বিষয়ে অবগত কৰা হলেও ষষ্ঠ অনুসূচিৰ মুৰব্বী হিচাবে তেওঁ কয় যে দৰমহাৰ বিষয়ে মই নেজানো।

কৰ্মচাৰী সংস্থাৰ সভাপতি প্ৰসন্ন হাস্নুয়ে কয় যে দৰমহাৰ সমস্যা অকল কৰ্মচাৰীৰ সমস্যা নহয়। গোটেই জিলাৰ সমস্যা। সেই কাৰণে জিলাৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ সহায় সহযোগিতা কামনা কৰে।

পংকজকুমাৰ দেব

পংকজকুমাৰ দেব

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

July 8, 2026 11:30 am
পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

July 8, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

July 8, 2026 11:30 am
পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd