• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

বিগত দুটা দশকত বিশ্বত ১৭০০ সাংবাদিক নিগ্ৰহৰ ঘটনা : Reporters Without Border ৰ ভয়ানক তথ্য

আই এফ জেৰ তথ্য অনুসৰি কমেও বৰ্তমান বিশ্বিত ৩৭৫জন সাংবাদিক কাৰাগাৰত আছে। বন্দীসকলৰ অধিকাংশই চীন, ম্যানমাৰ, তুৰস্ক, ইৰাণ আৰু বেলাৰুছৰ কাৰাগাৰত আছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 1, 2023 7:23 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিগত দুটা দশকত বিশ্বত নিগ্ৰহৰ বলি হৈছে প্ৰায় ১৭০০ সাংবাদিক । যোৱা শুকুৰবাৰে Reporters Without Border এ এক বিবৃতিযোগে সদৰী কৰিছে এই ভয়ানক তথ্য।

সেই বিবৃতিত উল্লেখ কৰা হৈছে যে ২০০৩ চনৰ পৰা ২০২২ চনলৈকে যোৱা ২০ বছৰত বিশ্বজুৰি ১৬৬৮ জন সাংবাদিক নিগ্ৰহৰ ঘটনা সংঘটিত হৈছে।

Apply Now

ইয়াৰে ২০১২ আৰু ২০১৩ চনত সাংবাদিক নিগ্ৰহৰ ঘটনা আটাইতকৈ বেছি।  ২০১২ চনত ১৪৪ জন আৰু ২০১৩ চনত ১৪২ জন সাংবাদিকক হত্যা কৰা হৈছে।

 

লগতে পঢ়কঃ অসম গ্ৰন্থমেলাত ‘জলদ গম্ভীৰ’ৰ আত্মপ্ৰকাশ

সংস্থাটোৰ তথ্য অনুসৰি বিগত ২০ বছৰত ইৰাক আৰু ছিৰিয়াত ৫৭৮জন সাংবাদিকৰ মৃত্যু হৈছে। সেয়া হৈছে পৃথিৱীত নিহত হোৱা সাংবাদিকৰ এক তৃতীয়াংশতকৈও অলপ বেছি। ইয়াৰ পিছতে আছে মেক্সিকো (১২৫), ফিলিপাইনছ (১০৭), পাকিস্তান (৯৩), আফগানিস্তান (৮) আৰু ছোমালিয়া (৭৮)।

ডিচেম্বৰৰ আৰম্ভণিতে আন্তঃৰাষ্ট্ৰীয় সাংবাদিক ফেডাৰেচনেও সদৰী কৰিছিল যে ইউক্ৰেইনত ৰাছিয়াৰ যুদ্ধ, হাইটিত বিশৃংখলতা আৰু মেক্সিকোত অপৰাধী দলৰ দ্বাৰা বৃদ্ধি পোৱা হিংসাৰ ফলত যোৱা বছৰ কৰ্তব্যৰত অৱস্থাত নিহত হোৱা সাংবাদিকৰ সংখ্যা বৃদ্ধি পাইছে।

লগতে পঢ়কঃ নৱবৰ্ষত যান-বাহক আইন ভংগ কৰি কলিকতাত গ্ৰেপ্তাৰ শতাধিক চালক-আৰোহী

আই এফ জেৰ তথ্য অনুসৰি ২০২২ চনত বিশ্বত মুঠ ৬৭ জন সাংবাদিক আৰু সংবাদ মাধ্যমৰ কৰ্মীৰ মৃত্যু হৈছিল। ২০২১ চনৰ তুলনাত এই সংখ্যা বহু বেছি।

আই এফ জেৰ উদ্ধৃতি দি আল জাজিৰাই প্ৰকাশ কৰিছে যে ইউক্ৰেইনৰ যুদ্ধৰ বাতৰি পৰিৱেশন কৰি থকাৰ সময়ত আৰু অধিক সাংবাদিক নিহত হৈছে। তাত মুঠ ১২ জন সাংবাদিকৰ মৃত্যু হৈছে, যিটো ২০২২ চনত আন দেশত হোৱা সাংবাদিক নিগ্ৰহৰ ঘটনাতকৈ অধিক। ইয়াৰে অধিকাংশই ইউক্ৰেইনৰ সাংবাদিক; অৱশ্যে ইউক্ৰেইনত একাংশ বিদেশী সাংবাদিককো হত্যা কৰা হৈছে। ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ প্ৰথম কেইসপ্তাহমানৰ ভিতৰতে তেওঁলোকৰ প্ৰাণ হেৰুৱাইছিল।

লগতে পঢ়কঃ বুলেট প্ৰুফ গাড়ীত সম্ভৱ নহয় ভাৰত জোড়ো যাত্ৰা: নিৰাপত্তা ভংগ বিতৰ্কৰ প্ৰত্যুত্তৰ ৰাহুল গান্ধীৰ

আল জাজিৰা নেটৱৰ্কে আন্তঃৰাষ্ট্ৰীয় ফৌজদাৰী আদালতক আনুষ্ঠানিকভাৱে অনুৰোধ জনাইছিল যে যোৱা ডিচেম্বৰ মাহত সাংবাদিক আবু আক্লেহৰ হত্যাকাণ্ডৰ বাবে দায়ীসকলৰ বিৰুদ্ধে তদন্ত আৰু গোচৰ চলাব লাগে।

আই এফ জেৰ তথ্য অনুসৰি কমেও বৰ্তমান বিশ্বিত ৩৭৫জন সাংবাদিক কাৰাগাৰত আছে। বন্দীসকলৰ অধিকাংশই চীন, ম্যানমাৰ, তুৰস্ক, ইৰাণ আৰু বেলাৰুছৰ কাৰাগাৰত আছে।

সাংবাদিক হত্যাৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবে বিভিন্ন দেশৰ চৰকাৰক সাংবাদিকৰ লগতে সংবাদ মাধ্যমৰ স্বাধীনতা ৰক্ষাৰ বাবে অধিক শক্তিশালী ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে আই এফ জে আৰু অন্যান্য সংবাদ মাধ্যমৰ অধিকাৰ সংগঠনে।

লগতে পঢ়কঃ যোগীৰ উত্তৰ প্ৰদেশত পুনৰ কিশোৰীৰ দলবদ্ধ ধৰ্ষণ: ধৰ্ষণৰ পিছতে হাত-ভৰি বান্ধি পেলাই দিলে কুঁৱাত

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ অসমৰ পৰীক্ষাৰ্থীলৈ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য আছুৰ

ইউ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ অসমৰ পৰীক্ষাৰ্থীলৈ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য আছুৰ

June 18, 2026 8:33 pm
২০ বছৰৰ পাছত ফুটবল বিশ্বকাপত ভাৰতীয় মূলৰ খেলুৱৈ : ইতিহাস ৰচিলে নিচান ভেলুপিল্লাইয়ে

২০ বছৰৰ পাছত ফুটবল বিশ্বকাপত ভাৰতীয় মূলৰ খেলুৱৈ : ইতিহাস ৰচিলে নিচান ভেলুপিল্লাইয়ে

June 18, 2026 8:15 pm
অসমত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত ৩৫ জন, ৭ জনৰ মৃত্যু; নিশ্চিত কৰিছে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানে

অসমত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত ৩৫ জন, ৭ জনৰ মৃত্যু; নিশ্চিত কৰিছে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানে

June 18, 2026 8:13 pm
পৰিয়ালত কিয় অবহেলিত হয় মাজু সন্তান?

পৰিয়ালত কিয় অবহেলিত হয় মাজু সন্তান?

June 18, 2026 7:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ অসমৰ পৰীক্ষাৰ্থীলৈ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য আছুৰ

ইউ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ অসমৰ পৰীক্ষাৰ্থীলৈ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য আছুৰ

June 18, 2026 8:33 pm
২০ বছৰৰ পাছত ফুটবল বিশ্বকাপত ভাৰতীয় মূলৰ খেলুৱৈ : ইতিহাস ৰচিলে নিচান ভেলুপিল্লাইয়ে

২০ বছৰৰ পাছত ফুটবল বিশ্বকাপত ভাৰতীয় মূলৰ খেলুৱৈ : ইতিহাস ৰচিলে নিচান ভেলুপিল্লাইয়ে

June 18, 2026 8:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd