• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইজৰাইলী সংবাদ মাধ্যমক সাক্ষাৎকাৰ দিয়াৰ ‘অপৰাধ’; লেখকক মৃত্যুদণ্ড ইৰাণ প্ৰশাসনৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 3, 2023 10:00 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Iranian writer sentenced to death ইৰাণৰ লেখক মেহেদী বাহমানে ইজৰাইলী সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কৈছিল যে প্ৰশাসনে দেশখনৰ জনসাধাৰণৰ ওপৰত ইছলামিক আইন জাপি দিছে। ইৰাণৰ মৌলবাদী প্ৰশাসনে তেওঁক এনে ধৰণৰ ‘অপৰাধ’ৰ বাবে চোৰাংচোৱা সজাই মৃত্যুদণ্ড দিছে। তেওঁক প্ৰায় দুমাহ আগতে গ্ৰেপ্তাৰ কৰা হৈছিল। সূত্ৰ অনুসৰি, কেইদিনমান আগতে তেওঁক মৃত্যুদণ্ড দিয়া হৈছে।

২০২২ চনৰ ছেপ্টেম্বৰৰ পৰা সমগ্ৰ ইৰাণ হিজাব বিতৰ্কত উত্তাল হৈ আছে। হিজাব পৰিধান নকৰাৰ বাবে মাহচা আমিনীৰ আৰক্ষীৰ জিম্মাত মৃত্যু হৈছিল। তেতিয়াৰ পৰাই ইৰাণীসকলে বাধ্যতামূলক হিজাবৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ৰাজপথলৈ ওলাই আহিছে। সেই দেশৰ প্ৰসিদ্ধ ব্যক্তিসকলেও প্ৰতিবাদত নামিছে।

লগতে পঢ়ক: নতুন বছৰৰ আৰম্ভণিতে দুঃসংবাদ! কৰ্কট ৰোগত আক্ৰান্ত কিংবদন্তি টেনিছ খেলুৱৈ নাভ্ৰাটিলোভা

Apply Now

ইপিনে, খোমেনীৰ প্ৰশাসনে প্ৰতিবাদকাৰীসকলক বাধা দিবলৈ এক কঠোৰ দমনমূলক নীতি গ্ৰহণ কৰিছে। কেৱল আন্দোলনত অংশগ্ৰহণ কৰাৰ বাবে কেইবাজনো প্ৰতিবাদকাৰীক মৃত্যুদণ্ড দিয়া হৈছে।

এনে পৰিস্থিতিৰ মাজতে মেহেদীৰ মৃত্যুদণ্ডৰ খবৰ পোহৰলৈ আহিছে। ইৰাণৰ সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, ইৰাণী লেখকজনে ২০২২ চনৰ এপ্ৰিলত এটা ইজৰাইলী নিউজ চেনেলক সাক্ষাৎকাৰ দিছিল। তাত তেওঁ দেশৰ মৌলবাদী প্ৰশাসনক তীব্ৰ সমালোচনা কৰিছিল।

প্ৰসিদ্ধ সাহিত্যিকগৰাকীয়ে দাবী কৰিছিল যে ইছলামিক আইন সাধাৰণ মানুহৰ ওপৰত জোৰ কৰি জাপি দিয়া হৈছে। তেওঁ দেশৰ ভিতৰত সাম্প্ৰদায়িক সম্প্ৰীতি গঢ়ি তোলাৰ পক্ষত যুক্তি  দাঙি ধৰিছিল। সেয়াই নহয়, তেওঁ কূটনৈতিক সমস্যা সমাধানৰ দ্বাৰা ইৰাণ আৰু ইজৰাইলৰ মাজত সুস্থ দ্বিপাক্ষিক সম্পৰ্ক গঢ়ি তোলাৰ বাৰ্তাও দিছিল।

লগতে পঢ়ক: সোনকালেই সমাপ্ত নহয় ৰাছিয়া-ইউক্ৰেইন যুদ্ধ; ব্যাপক প্ৰস্তুতিৰ আহ্বান নাটোৰ

উক্ত সাক্ষাৎকাৰটো প্ৰকাশ হোৱাৰ পিছত দেশৰ প্ৰশাসনৰ ৰোষত পৰিছিল মেহেদী। তেওঁ ইৰাণৰ চিয়া ধৰ্মগুৰু মাচুমি তেহৰাণীৰ সৈতেও দীৰ্ঘদিন ধৰি কাম কৰি আহিছে। তেওঁলোকে বিভিন্ন ধৰ্মৰ প্ৰতীক হিচাপে জনাজাত চিহ্ন ব্যৱহাৰ কৰি বিভিন্ন ধৰণৰ শিল্পকৰ্ম সৃষ্টি কৰিছিল। এই সামগ্ৰীবোৰ সংখ্যালঘু ধৰ্মীয় নেতাসকলক উপহাৰ হিচাপে দিয়া হয়।

মুঠৰ ওপৰত এনে বিভিন্ন কাৰণত মেহদীৰ ওপৰত অসন্তুষ্ট হৈ পৰিছিল ইৰাণৰ প্ৰশাসন। তেওঁক ২০২২ৰ অক্টোবৰত গ্ৰেপ্তাৰ কৰা হৈছিল। কাৰাবাসত ৰখাৰ পিছত মৌলবাদী প্ৰশাসনে তেওঁক মৃত্যুদণ্ড প্ৰদান কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰভাৱশালীসকলৰ ভুৱা গোচৰত সাধাৰণ মানুহৰ ন্যায়ত বিলম্ব! জৰিমনা বিহি এশিকনি উচ্চতম ন্যায়ালয়ৰ

প্ৰভাৱশালীসকলৰ ভুৱা গোচৰত সাধাৰণ মানুহৰ ন্যায়ত বিলম্ব! জৰিমনা বিহি এশিকনি উচ্চতম ন্যায়ালয়ৰ

August 24, 2026 2:46 pm
পত্নী-সন্তানসহ অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰিয়ালৰ ৪ জন সদস্যক হত্যা! বাংলাদেশত আন এক সংখ্যালঘু হত্যাকাণ্ড

পত্নী-সন্তানসহ অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰিয়ালৰ ৪ জন সদস্যক হত্যা! বাংলাদেশত আন এক সংখ্যালঘু হত্যাকাণ্ড

August 24, 2026 12:31 pm
ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

August 24, 2026 11:31 am
১০ বছৰত দুগুণ হ’ল খালী পদ, পুনৰ ফাদিল হ’ল বছৰি ২ কোটি চাকৰিৰ জুমলা; আধা কৰ্মচাৰীয়ে ঠিকাভিত্তিক

১০ বছৰত দুগুণ হ’ল খালী পদ, পুনৰ ফাদিল হ’ল বছৰি ২ কোটি চাকৰিৰ জুমলা; আধা কৰ্মচাৰীয়ে ঠিকাভিত্তিক

August 24, 2026 10:34 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰভাৱশালীসকলৰ ভুৱা গোচৰত সাধাৰণ মানুহৰ ন্যায়ত বিলম্ব! জৰিমনা বিহি এশিকনি উচ্চতম ন্যায়ালয়ৰ

প্ৰভাৱশালীসকলৰ ভুৱা গোচৰত সাধাৰণ মানুহৰ ন্যায়ত বিলম্ব! জৰিমনা বিহি এশিকনি উচ্চতম ন্যায়ালয়ৰ

August 24, 2026 2:46 pm
পত্নী-সন্তানসহ অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰিয়ালৰ ৪ জন সদস্যক হত্যা! বাংলাদেশত আন এক সংখ্যালঘু হত্যাকাণ্ড

পত্নী-সন্তানসহ অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰিয়ালৰ ৪ জন সদস্যক হত্যা! বাংলাদেশত আন এক সংখ্যালঘু হত্যাকাণ্ড

August 24, 2026 12:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd