• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নতুন বছৰৰ আৰম্ভণিতে দুঃসংবাদ! কৰ্কট ৰোগত আক্ৰান্ত কিংবদন্তি টেনিছ খেলুৱৈ নাভ্ৰাটিলোভা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 3, 2023 8:43 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Martina Navratilova Diagnosed With Throat And Breast Cancer নতুন বছৰৰ আৰম্ভণিতে ক্ৰীড়া জগতৰ বাবে এটা বেয়া খবৰ। মাৰ্টিনা নাভ্ৰাটিলোভা ডিঙি আৰু স্তনৰ কৰ্কট ৰোগত আক্ৰান্ত হৈছে। তেওঁ সোমবাৰে নিজেই খৱৰটো সদৰী কৰিছে। চিকিৎসাৰ পিছত তেওঁ সোনকালে আৰোগ্য হ’ব বুলি আশা কৰে প্ৰাক্তন টেনিছ তাৰকাগৰাকীয়ে।

মাৰ্টিনা নাভ্ৰাটিলোভাই যোৱা নৱেম্বৰত ডিঙিত অস্বস্তিৰ কথা লক্ষ্য কৰিছিল। তাৰ পিছত, পৰীক্ষাত এটা টিউমাৰ ধৰা পৰে। ইয়াৰ পিছত গোটেই শৰীৰৰ পৰীক্ষা কৰা হয়। দেখা যায় যে কৰ্কট ৰোগ স্তনলৈও বিয়পি পৰিছে।

মাৰ্টিনাই ১৩ বছৰ আগতে ৰেডিয়েশ্যন থেৰাপিৰ দ্বাৰা স্তনৰ কৰ্কট ৰোগৰ পৰা মুক্ত হৈছিল। তেতিয়া কোৱা হৈছিল যে ৰোগটো ঘূৰি অহাৰ সম্ভাৱনা নাই। কিন্তু দেখা গৈছে যে পুনৰ মাৰাত্মক ৰোগটোত আক্ৰান্ত হৈছে মাৰ্টিনাৰ শৰীৰ।

Apply Now

চিকিৎসা সম্পৰ্কত মাৰ্টিনাই কয়, “এই দুটা কেন্সাৰ মোৰ বাবে অতি উদ্বেগজনক। কিন্তু আশাৰ কথাটো হ’ল ইয়াক দূৰ কৰিব পাৰি। আশা কৰোঁ কিবা ভালেই হ’ব। ই কেইদিনমানৰ বাবে হয়তো কষ্ট দিব পাৰে। কিন্তু মই মোৰ মাজত থকা শক্তিৰে  যুঁজিম।‘’

মাৰ্টিনাৰ এজন মুখপাত্ৰই কয় যে প্ৰাথমিক পৰ্যায়ত কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ বিষয়ে চিন্তা কৰাৰ একো নাই। সম্পূৰ্ণ আৰোগ্য হোৱাৰ সম্ভাৱনা অধিক।

মাৰ্টিনাই এই মাহত ডিঙিৰ কৰ্কট ৰোগৰ চিকিৎসা আৰম্ভ কৰিব। অধ্যয়ন অনুসৰি, ৯০শতাংশ ক্ষেত্ৰত ৰোগীসকলে প্ৰাথমিক পৰ্যায়ত ডিঙিৰ কৰ্কট ৰোগ ধৰা পৰিলে পাঁচ বছৰ বা অধিক সময় জীয়াই থাকে। অৱশ্যে, স্তন কৰ্কট ৰোগৰ চিকিৎসা কেতিয়া আৰম্ভ হ’ব সেই বিষয়ে এতিয়ালৈকে কোনো তথ্য পোৱা হোৱা নাই। সূত্ৰসমূহৰ মতে ডিঙিৰ কৰ্কট ৰোগৰ সৈতে স্তনৰ কৰ্কট ৰোগৰ কোনো সম্পৰ্ক নাই।

খেলৰ পৰা অৱসৰ লোৱাৰ পিছত মাৰ্টিনাই টেনিছ বিশেষজ্ঞ হিচাপে কাম কৰিছিল। তেওঁ অষ্ট্ৰেলিয়ান অ’পেনত কমেন্ট্ৰি দিবলৈ কেইদিনমান পিছত মেলবৰ্ণলৈ উৰা মৰাৰ কথা আছিল। কিন্তু এই পৰিস্থিতিত তেওঁৰ আৰু যোৱা নহ’ব।

উল্লেখ্য যে মাৰ্টিনা নাভ্ৰাটিলোভাই ১৯৭৪ চনৰ পৰা ২০০৬ চনলৈ টেনিছ খেলিছিল। তেওঁৰ নামত একক, ডাবলছ আৰু মিক্সড ডাবলছত ৫৯ টা গ্ৰেণ্ড শ্লাম আছে। তেওঁ আন যিকোনো মহিলা খেলুৱৈতকৈ অধিক উইম্বলডন (৯) জিকিছে। মাৰ্গাৰেট কোৰ্ট আৰু ডৰিছ হাৰ্টৰ লগতে মাৰ্টিনাই হৈছে একমাত্ৰ মহিলা টেনিছ খেলুৱৈ যিয়ে একক, ডাবলছ আৰু মিক্সড ডাবলছত কেৰিয়াৰ গ্ৰেণ্ড শ্লাম লাভ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এখন চৰকাৰী চিকিৎসালয়ত ছমাহত ৮০ নৱজাতকৰ মৃত্যু : তদন্তৰ দাবী বিজেপি বিধায়কৰ

এখন চৰকাৰী চিকিৎসালয়ত ছমাহত ৮০ নৱজাতকৰ মৃত্যু : তদন্তৰ দাবী বিজেপি বিধায়কৰ

October 14, 2026 4:58 pm
জেল নে বিলাসী হোটেল? অমৃতপ্ৰভাৰ ‘ভিআইপি’ আদৰ-যত্নক লৈ প্ৰশ্ন জুবিন গাৰ্গৰ ভগ্নী ড০ পাল্মী বৰঠাকুৰৰ

জেল নে বিলাসী হোটেল? অমৃতপ্ৰভাৰ ‘ভিআইপি’ আদৰ-যত্নক লৈ প্ৰশ্ন জুবিন গাৰ্গৰ ভগ্নী ড০ পাল্মী বৰঠাকুৰৰ

October 14, 2026 4:40 pm
আৰক্ষীৰ প্ৰহাৰত কাণেৰে নুশুনা হ’ল দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰী! সংবাদমেলত ভুক্তভোগীয়ে বৰ্ণনা কৰিলে বৰ্বৰতাৰ কাহিনী

আৰক্ষীৰ প্ৰহাৰত কাণেৰে নুশুনা হ’ল দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰী! সংবাদমেলত ভুক্তভোগীয়ে বৰ্ণনা কৰিলে বৰ্বৰতাৰ কাহিনী

October 14, 2026 3:10 pm
সাধাৰণ জনতাৰ পকেটত মাধমাৰ! অৰ্থনীতিবিদৰ অনুমানক চেৰ পেলাই উৰ্ধ্বমুখী দেশৰ মুদ্ৰাস্ফীতিৰ হাৰ

সাধাৰণ জনতাৰ পকেটত মাধমাৰ! অৰ্থনীতিবিদৰ অনুমানক চেৰ পেলাই উৰ্ধ্বমুখী দেশৰ মুদ্ৰাস্ফীতিৰ হাৰ

October 14, 2026 2:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এখন চৰকাৰী চিকিৎসালয়ত ছমাহত ৮০ নৱজাতকৰ মৃত্যু : তদন্তৰ দাবী বিজেপি বিধায়কৰ

এখন চৰকাৰী চিকিৎসালয়ত ছমাহত ৮০ নৱজাতকৰ মৃত্যু : তদন্তৰ দাবী বিজেপি বিধায়কৰ

October 14, 2026 4:58 pm
জেল নে বিলাসী হোটেল? অমৃতপ্ৰভাৰ ‘ভিআইপি’ আদৰ-যত্নক লৈ প্ৰশ্ন জুবিন গাৰ্গৰ ভগ্নী ড০ পাল্মী বৰঠাকুৰৰ

জেল নে বিলাসী হোটেল? অমৃতপ্ৰভাৰ ‘ভিআইপি’ আদৰ-যত্নক লৈ প্ৰশ্ন জুবিন গাৰ্গৰ ভগ্নী ড০ পাল্মী বৰঠাকুৰৰ

October 14, 2026 4:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd