• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সমালোচনাৰ সন্মুখীন দৈনিক প্ৰশংসিত চনু সুদ: ৰে’ল বিভাগে আগবঢ়ালে পৰামৰ্শ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 5, 2023 9:53 am
Sonu Sood
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বলীউডৰ জনপ্ৰিয় অভিনেতা তথা সমাজকৰ্মী চনু সুদ যোৱা কেটামান বৰ্ষত ভাৰতবাসীৰ নয়নৰ মণি হৈ পৰিছে। বিশেষ লক ডাউনৰ সময়ত দেশৰ বিভিন্ন প্ৰান্তত থকা শ্ৰমিকসকলক নিজ বাসগৃহলৈ প্ৰেৰণ কৰিবলৈ অভিনেতাগৰাকীয়ে লোৱা প্ৰচেষ্টাই সকলোকে মোহিত কৰিছিল।

ইয়াৰ পিছতো অভিনেতাগৰাকীয়ে বিভিন্ন সমাজসেৱামূলক তথা মানৱদৰদী কাম-কাজেৰে সকলোৰে প্ৰশংসা বুটলিছে। এনে কৰ্মসমূহৰ বাবে কেৱল দেশতে নহয়, বিশ্বজুৰি চনু সুদে লাভ কৰিছে ব্যাপক প্ৰশংসা।

Apply Now

পিছে দৈনিক প্ৰশংসিত চনু সুদ শেহতীয়াকৈ সন্মুখীন হৈছে সমালোচনাৰ। অভিনেতাগৰাকীক সমালোচনা কৰি দেশৰ ৰে’ল বিভাগে তেওঁক পৰামৰ্শও আগবঢ়াইছে। এক বিশেষ কৰ্মৰ বাবে এইদৰে সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছে অভিনেতাগৰাকী।

যোৱা বৰ্ষৰ ১৩ ডিচেম্বৰত চনু সুদে নিজৰ টুইটাৰ হেণ্ডেলত শ্বেয়াৰ কৰিছিল এক ভিডিঅ’। ভিডিঅ’টোত তেওঁক চলন্ত ৰে’ল এখনৰ এটা ডবাৰ দৰ্জাত ধৰি বহি যোৱা দেখিবলৈ পোৱা গৈছিল।

ভিডিঅ’টোৰ প্ৰতি তেওঁৰ অনুৰাগীসকলে যথেষ্ট সঁহাৰি জনোৱাৰ লগতে কমেণ্টত বহু লোকে অভিনেতাগৰাকীক নানা বিপদৰ সন্মুখীন হোৱা লোকসকলক সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনোৱাও পৰিলক্ষিত হয়।

শেহতীয়াকৈ এই ভিডিঅ’টো ৰে’ল বিভাগৰ দৃষ্টিগোচৰ হয় আৰু বুধবাৰে নৰ্দাৰ্ণ ৰেলৱেই ভিডিঅ’টো ৰি-টুইট কৰি এইদৰে যাত্ৰা কৰাৰ বাবে সুদক সমালোচনা কৰি এনে কাৰ্যক বিপজ্জনক বুলি সোঁৱৰাই দিয়ে আৰু লগতে পুনৰ এনে নকৰিবলৈও পৰামৰ্শ দিয়ে।

 

प्रिय, @SonuSood

देश और दुनिया के लाखों लोगों के लिए आप एक आदर्श हैं। ट्रेन के पायदान पर बैठकर यात्रा करना खतरनाक है, इस प्रकार की वीडियो से आपके प्रशंसकों को गलत संदेश जा सकता है।

कृपया ऐसा न करें! सुगम एवं सुरक्षित यात्रा का आनंद उठाएं। https://t.co/lSMGdyJcMO

— Northern Railway (@RailwayNorthern) January 4, 2023

তেওঁক ভাৰতবাসীৰ বাবে এক আদৰ্শ আখ্যা দি নৰ্দাৰ্ণ ৰেলৱেই লগতে তেওঁৰ এনে ভিডিঅ’ই দেশবাসীক ভুল বাৰ্তা দিব বুলি টুইটটোত উল্লেখ কৰে।

নৰ্দাৰ্ণ ৰে’লৱেই টুইটটোত কয়, “প্ৰিয় চনু সুদ, আপুনি দেশ আৰু বিশ্বৰ লাখ লাখ মানুহৰ বাবে আদৰ্শ। ৰে’লৰ পায়দানত যাত্ৰা কৰাটো বিপজ্জনক আৰু এই ধৰণৰ ভিডিঅ’ই আপোনাৰ অনুৰাগীলৈ ভুল বাৰ্তা প্ৰেৰণ কৰিব পাৰে। অনুগ্ৰহ কৰি এই কাম নকৰিব! এক সুগম আৰু নিৰাপদ যাত্ৰা উপভোগ কৰক।”

মুম্বাই ৰেলৱে আৰক্ষী আয়ুক্তইও এনে কাৰ্যক বিপজ্জনক বুলি উল্লেখ কৰি বাস্তৱ জীৱনত এনে কাৰ্য নকৰিবলৈ অভিনেতাগৰাকীক সকীয়াই দিয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ফুটবলৰ পৰা জীৱনৰ পাঠ : বিখ্যাত দাৰ্শনিক আলব্যুৰ কেমুৰ দৃষ্টিত খেল আৰু নৈতিকতা

ফুটবলৰ পৰা জীৱনৰ পাঠ : বিখ্যাত দাৰ্শনিক আলব্যুৰ কেমুৰ দৃষ্টিত খেল আৰু নৈতিকতা

June 20, 2026 12:23 pm
মংগল গ্ৰহৰ শিলত পোৱা গ’ল বিৰল ৰত্নৰ সন্ধান; বিজ্ঞানীসকলৰ নতুন আৱিষ্কাৰে সৃষ্টি কৰিছে চাঞ্চল্য

মংগল গ্ৰহৰ শিলত পোৱা গ’ল বিৰল ৰত্নৰ সন্ধান; বিজ্ঞানীসকলৰ নতুন আৱিষ্কাৰে সৃষ্টি কৰিছে চাঞ্চল্য

June 20, 2026 12:00 pm
লাডাখত নিষিদ্ধ হ’ল এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক : নিয়ম ভাঙিলে ভৰিব লাগিব বৃহৎ জৰিমনা

লাডাখত নিষিদ্ধ হ’ল এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক : নিয়ম ভাঙিলে ভৰিব লাগিব বৃহৎ জৰিমনা

June 20, 2026 11:53 am
খান ছাৰলৈ আভ্যন্তৰীন জামিন : পৰৱৰ্তী শুনানিলৈকে গ্ৰেপ্তাৰ কৰিব নোৱাৰিব আৰক্ষীয়ে

খান ছাৰলৈ আভ্যন্তৰীন জামিন : পৰৱৰ্তী শুনানিলৈকে গ্ৰেপ্তাৰ কৰিব নোৱাৰিব আৰক্ষীয়ে

June 20, 2026 11:44 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফুটবলৰ পৰা জীৱনৰ পাঠ : বিখ্যাত দাৰ্শনিক আলব্যুৰ কেমুৰ দৃষ্টিত খেল আৰু নৈতিকতা

ফুটবলৰ পৰা জীৱনৰ পাঠ : বিখ্যাত দাৰ্শনিক আলব্যুৰ কেমুৰ দৃষ্টিত খেল আৰু নৈতিকতা

June 20, 2026 12:23 pm
মংগল গ্ৰহৰ শিলত পোৱা গ’ল বিৰল ৰত্নৰ সন্ধান; বিজ্ঞানীসকলৰ নতুন আৱিষ্কাৰে সৃষ্টি কৰিছে চাঞ্চল্য

মংগল গ্ৰহৰ শিলত পোৱা গ’ল বিৰল ৰত্নৰ সন্ধান; বিজ্ঞানীসকলৰ নতুন আৱিষ্কাৰে সৃষ্টি কৰিছে চাঞ্চল্য

June 20, 2026 12:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd