• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বসবাসৰ উপযুক্ত নহয় ‘বিধ্বস্তমুখী চহৰ’ যোশীমঠ; মুখ্যমন্ত্ৰী ধামীৰ ঘোষণা, উদ্বিগ্ন প্ৰধানমন্ত্ৰী মোডী

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
January 9, 2023 7:59 am
148
VIEWS
Share on FacebookShare on Twitter

যোশীমঠৰ চাৰিওফালে আতংক বাঢ়ি গৈ আছে। উত্তৰাখণ্ডৰ পাহাৰৰ কোলাত অৱস্থিত এই সৰু চহৰখনত এতিয়া কেৱল ফাট মেলিছে আৰু সেয়া বহল হৈ গৈ আছে। এনে পৰিস্থিতিত মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে ঘোষণা কৰিছে যে এই চহৰখন বসবাসৰ বাবে উপযুক্ত নহয়।

চহৰখনৰ পৌৰ নিগমৰ এলেকাবোৰক ‘দুৰ্যোগগ্ৰস্ত’ বুলি ঘোষণা কৰা হৈছে। পৰিস্থিতি ইমানেই গুৰুতৰ যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজেই ধামীক ফোন কৰি উদ্বেগ প্ৰকাশ কৰিছে।

ধামীয়ে টুইটাৰত কৈছে যে মোডীয়ে তেওঁক ফোন কৰি সৱিশেষ খবৰ লৈছে। তেওঁ অঞ্চলটোৰ বাসিন্দাসকলৰ সুৰক্ষা আৰু তেওঁলোকৰ পুনৰ্সংস্থাপনৰ বিষয়ে সোধা-পোছা কৰিছে। দেওবাৰে দুপৰীয়া প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত এখন উচ্চ পৰ্যায়ৰ বৈঠক আহ্বান কৰা হয়। তাত ‘বিপৰ্যস্ত’ যোশীমঠৰ ওপৰত এক বিতং আলোচনা হৈছে।

ইপিনে, যোশীমঠক লৈ গোচৰ উচ্চতম ন্যায়ালয় পাইছে। জ্যোতিৰ্মথাৰ শংকৰাচাৰ্য অভিমুক্তেশ্বৰানন্দই শীৰ্ষ ন্যায়ালয়ক এই সংকটটোক “ৰাষ্ট্ৰীয় দুৰ্যোগ” হিচাপে ঘোষণা কৰিবলৈ আবেদন জনাইছে। তেওঁ লগতে কৈছে যে ক্ষতিগ্ৰস্ত লোকসকলক আৰ্থিক সাহায্য প্ৰদান কৰা হওক।

শংকৰাচাৰ্যই ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীকো কামত নামিবলৈ অনুৰোধ জনাইছে। একে সময়তে তেওঁ অপৰিকল্পিত চহৰ গঢ়ি তোলাৰ বাবে দোষাৰোপ কৰি ৰাজ্যখনৰ বিজেপি চৰকাৰক প্ৰায় আক্ৰমণ কৰিছে।

এই পৰিস্থিতিত দেৱভূমিয়ে যিকোনো সময়তে এক ডাঙৰ খহনীয়াৰ সন্মুখীন হ’ব পাৰে। ৫৬১ টা ঘৰত ফাট মেলা দেখা গৈছে। যোশীমঠ-মালাৰী পথতো ফাট মেলা দেখা গৈছে। ভাৰত-চীন সীমান্তৰ অতি সমীপত অৱস্থিত এই পথৰ বিভিন্ন স্থানত ডাঙৰ ফাট মেলিছে।

आज आदरणीय प्रधानमंत्री श्री @narendramodi जी ने जोशीमठ के संदर्भ में दूरभाष के माध्यम से वार्ता कर प्रभावित नगरवासियों की सुरक्षा व पुनर्वास हेतु उठाए गए कदमों एवं समस्या के समाधान हेतु तात्कालिक तथा दीर्घकालिक कार्य योजना की प्रगति के विषय में जानकारी ली।

— Pushkar Singh Dhami (@pushkardhami) January 8, 2023

দীৰ্ঘদিন ধৰি যোশীমঠৰ বাসিন্দাসকলে দাবী কৰি আহিছিল যে ইয়াত যিধৰণে ফাট দেখা দিছে তাত দুৰ্যোগৰ আশংকা বাঢ়ি আহিছে। গতিকে তেওঁলোকক ইয়াৰ পৰা পুনৰ্বাসিত কৰিব লাগে। কিন্তু উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী প্ৰশাসনে এই দাবীটোৰ প্ৰতি মনোযোগ নিদিয়াৰ অভিযোগ উঠিছে। অৱশ্যে শেহতীয়াকৈ ফাটবোৰৰ চাৰিওফালে বিয়পি আতংক বাঢ়ি অহাৰ বাবে যোশীমঠ খালী কৰাৰ কাম আৰম্ভ কৰা হৈছে। হেলিকপ্টাৰো প্ৰস্তুত কৰি ৰখা হৈছে।

Recent News

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd