• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সন্ধানহীন ‘মৰমৰ পুতলা’ উদ্ধাৰ কৰি এটি শিশুৰ মুখৰ হাঁহি ঘূৰাই আনিলে ভাৰতীয় ৰে’লৱেই!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 9, 2023 9:43 am
15
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় ৰে’লৱেই ছেকেন্দ্ৰাবাদৰ পৰা যাত্ৰা কৰাৰ সময়ত ৰে’লখনত এটি মৰম লগা শিশুৰ হেৰাই যোৱা প্ৰিয় পুতলাটো ঘূৰাই দিয়াৰ ব্যৱস্থা কৰি তেওঁৰ মুখৰ ম্লান হাঁহি ঘূৰাই আনিবলৈ সক্ষম হয়। ৰে’ল মদদৰ জৰিয়তে খবৰ পোৱাৰ পিছত ৰে’লৱে কৰ্মকৰ্তাই ৰে’লৰ পৰা পুতলাটো উদ্ধাৰ কৰে আৰু ইয়াক তেওঁৰ ঘৰলৈ গৈ হস্তান্তৰ কৰে।

১৯মহীয়া বয়সৰ শিশুটোৱে মাক-দেউতাকৰ সৈতে ৰে’ল নং ০৭০৩০ (ছেকেন্দ্ৰাবাদ– আগৰতলা) বিশেষ ৰে’লখনত যাত্ৰা কৰিছিল আৰু পশ্চিমবংগত তেওঁলোকৰ গন্তব্য স্থানত নমাৰ সময়ত শিশুটিৰ প্ৰিয় পুতলাটো হেৰাই যায়।

লগতে পঢ়ক: বসবাসৰ উপযুক্ত নহয় ‘বিধ্বস্তমুখী চহৰ’ যোশীমঠ; মুখ্যমন্ত্ৰী ধামীৰ ঘোষণা, উদ্বিগ্ন প্ৰধানমন্ত্ৰী মোডী

Apply Now

ভুছিন পাটনায়ক নামৰ এজন সহযাত্ৰীয়ে তেওঁলোকৰ সমগ্ৰ যাত্ৰাত পুতলাটোৰ সৈতে শিশুটোৰ সৌহাৰ্দ্য লক্ষ্য কৰি আহিছিল। যোৱা ৪জানুৱাৰীত তেওঁ ১৩৯নং ডায়েল কৰি ৰে’ল মদদৰ জৰিয়তে জনায় যে এটি সৰু শিশুৱে তেওঁৰ প্ৰিয় পুতলা ট্ৰাকখন পাহৰি ৰেলতেই এৰি থৈ যায়। যাত্ৰীজনে লগতে উল্লেখ কৰিছিল যে যদি ৰে’লৱেই পুতলাটো পৰিয়াললৈ ঘূৰাই দিয়াৰ ব্যৱস্থা কৰে তেন্তে বহুত ভাল হ’ব।

তথ্য লাভ কৰি ৰে’লৱে টীম তাৎক্ষণিকভাৱে কৰ্তব্যত নামি ৰে’লখনৰ অৱস্থান বিচাৰি উলিয়ায় আৰুপৰৱৰ্তী আসন্ন ষ্টেচন অৰ্থাৎ নিউ জলপাইগুড়ীত ইনফৰ্মাৰৰ সহযোগত পুতলাটো উদ্ধাৰ কৰে।

উক্ত পৰিয়ালটোৰ সংশ্লিষ্ট ঠিকনাৰ তথ্য বিচাৰি উলিওৱাটো এটা কঠিন কাম আছিল, কিয়নো তেওঁলোকৰ টিকট ছেকেন্দ্ৰাবাদৰ ৰিজাৰ্ভেচন কাউণ্টাৰৰ জৰিয়তে ক্ৰয় কৰা হৈছিল। পুংখানুপুংখ অনুসন্ধানৰ পিছত ৰিজাৰ্ভেচনৰ বাবে পূৰণ কৰা ৰিকুইজেচন শ্লিপখন বিচাৰি উলিওৱা হয় আৰু তেওঁলোকৰ সংশ্লিষ্ট যোগাযোগৰ ঠিকনা পুনৰুদ্ধাৰ কৰা হয়।

অৱশেষত সংশ্লিষ্ট অভিভাৱকসকলক উত্তৰ দিনাজপুৰ জিলাৰ (পশ্চিমবংগ) কাজীগাঁওৰ মোহিত ৰাজা আৰু নাছৰিন বেগম বুলি চিনাক্ত কৰা হয় যাৰ ঘৰ আলুয়াবাৰী ৰে’লষ্টেচনৰ পৰা প্ৰায় ২০ কিলোমিটাৰ দূৰত অৱস্থিত।

লগতে পঢ়ক: বৃহৎ অঘটন! ব্ৰাজিলৰ কংগ্ৰেছ ভৱন, ৰাষ্ট্ৰপতি প্ৰাসাদত বোলসোনাৰোৰ সমৰ্থকৰ আক্ৰমণ

ৰে’লৱে টীমটোৱে তেওঁলোকৰ ঘৰলৈ গৈ পুতলাটো শিশুটোৰ হাতত চমজাই দিয়ে। শিশুটোৰ পিতৃগৰাকী অভিভূত হৈ পৰে আৰু তেওঁলোকৰ সন্তানৰ মুখত পুনৰ হাঁহি ঘুৰাই অনাৰ বাবে ৰে’লৱেৰ এনে সুন্দৰ পদক্ষেপৰ বাবে ৰে’ল মন্ত্ৰালয়ক ধন্যবাদ জ্ঞাপন কৰে। আনহাতে ইনফৰ্মাৰজনেও ৰে’লৱেৰ প্ৰচেষ্টাক উচ্চ প্ৰশংসা কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সন্মান ৰক্ষাৰ যুঁজত কংগ্ৰেছ! নগাঁৱত দেৱাশিস শৰ্মাৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰাৰ্থী শিৱামণি বৰা!

সন্মান ৰক্ষাৰ যুঁজত কংগ্ৰেছ! নগাঁৱত দেৱাশিস শৰ্মাৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰাৰ্থী শিৱামণি বৰা!

September 15, 2026 7:35 am
অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সন্মান ৰক্ষাৰ যুঁজত কংগ্ৰেছ! নগাঁৱত দেৱাশিস শৰ্মাৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰাৰ্থী শিৱামণি বৰা!

সন্মান ৰক্ষাৰ যুঁজত কংগ্ৰেছ! নগাঁৱত দেৱাশিস শৰ্মাৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰাৰ্থী শিৱামণি বৰা!

September 15, 2026 7:35 am
অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd