• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

প্ৰকৃতিৰ ৰোষত উত্তৰাখণ্ড! যোশীমঠৰ পিছত এইবাৰ তেহৰী গড়ৱালত বিপৰ্যয়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 11, 2023 9:03 pm
Joshimath
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰকৃতিৰ ৰোষে বাৰুকৈয়ে স্পৰ্শ কৰিছে পাহাৰীয়া ৰাজ্য উত্তৰাখণ্ডক। ৰাজ্যখনৰ যোশিমঠ চহৰত ভূমিস্খলনে সৃষ্টি কৰা আতংকময় পৰিস্থিতিৰ পিছত এইবাৰ তেহৰী গড়ৱালতো অনুৰূপ পৰিস্থিতিয়ে গা কৰি উঠিছে। ভূমিস্খলনৰ আশংকাত আজি স্থানীয় ৰাইজে চৰকাৰক এই বিষয়টোৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

তেহৰী হ্ৰদৰ কাষৰীয়া গাঁওসমূহত ভূমিস্খলন সংঘটিত হোৱাৰ লগতে চাম্বা সুৰংগৰ ওপৰত আৰু কাষৰীয়া ঘৰবোৰত অভাৱনীয়ভাৱে ফাট মেলাৰ ফলত ডেৰ ডজনৰো অধিক পৰিয়াল বিপদত পৰিছে বুলি স্থানীয় ৰাইজে প্ৰশাসনক অৱগত কৰিছে।

Apply Now

এক অভিলাষী প্ৰকল্পৰ অধীনত চাম্বাত ৪৪০ মিটাৰ দৈৰ্ঘ্যৰ সুৰংগ নিৰ্মাণ কৰা হৈছে আৰু সুৰংগ নিৰ্মাণৰ পিছতে চাম্বা মেইন মাৰ্কেটৰ ঘৰবোৰত ফাট মেলিবলৈ আৰম্ভ কৰিছে। যোশীমঠৰ দৰেই তেহৰী গড়ৱালতো অপৰিকল্পিত নিৰ্মাণ কাৰ্যই এনে বিপদৰ সৃষ্টি কৰিছে বুলি স্থানীয় ৰাইজে দাবী কৰিছে।

ক্ষতিগ্ৰস্ত হোৱা এগৰাকী স্থানীয় লোকে কয়, “সুৰংগ নিৰ্মাণ আৰম্ভ হোৱাৰ পিছৰে পৰা ঘৰত ফাট মেলিবলৈ আৰম্ভ কৰিছিল। কেইবাটাও জৰীপ হৈছিল যদিও কোনো ব্যৱস্থা লোৱা হোৱা নাছিল।”

“আমাৰ ইয়াত ভাড়াতীয়া বাস কৰিছিল যদিও আমি ২০১৯ চনত তেওঁলোকক খালী কৰাইছিলো। চৰকাৰে যোশীমঠৰ বাবে যি ব্যৱস্থা গ্ৰহণ কৰিছে, ইয়াতো তেনে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি আহ্বান জনাইছো।”— তেওঁ লগতে কয়।

বাড’নি অঞ্চলৰ আন এগৰাকী স্থানীয় লোকে কয়, “এনে এক বৃহৎ দুৰ্যোগৰ সৃষ্টি হৈছে যদিও কৰ্তৃপক্ষই কিহৰ বাবে অপেক্ষা কৰি আছে, সেয়া আমি এতিয়াও বুজিব পৰা নাই।”

ইফালে আলিগড়ৰ কানৱৰীগঞ্জ অঞ্চলৰো কিছু বাসগৃহত হঠাৎ ফাট মেলাৰ ফলত স্থানীয় ৰাইজৰ মাজত আতংকৰ সৃষ্টি হৈছে। স্থানীয় ৰাইজে অভিযোগ দিয়াৰ পিছতো পৌৰ নিগম কৰ্তৃপক্ষই কোনো সুনিৰ্দিষ্ট ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ উত্থাপন কৰি অঞ্চলবাসীয়ে।

স্থানীয় ৰাইজৰ দাবী অনুসৰি স্মাৰ্ট চিটি আঁচনিৰ অধীনত চৰকাৰে পাইপলাইন স্থাপন কৰিছিল। এই পাইপলাইন এতিয়া লিক হোৱাৰ খবৰ পোৱা গৈছে আৰু ইয়াৰ ফলতে এনে বিপৰ্যয়ৰ সৃষ্টি হৈছে বুলি তেওঁলোকে দাবী কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm
মোৰ কোনো ব্যক্তিগত স্বাৰ্থ নাই, ইথানল নীতিক লৈ গভীৰ ষড়যন্ত্ৰ চলিছে: নিতিন গাডকাৰী

মোৰ কোনো ব্যক্তিগত স্বাৰ্থ নাই, ইথানল নীতিক লৈ গভীৰ ষড়যন্ত্ৰ চলিছে: নিতিন গাডকাৰী

July 8, 2026 8:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd