• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

‘বিশ্বগুৰু ভাৰত’ত দাৰিদ্ৰতাৰ অভিশাপ! দৰিদ্ৰতাৰ বোজাত বিহ খাই আত্মহত্যাৰ চেষ্টা ছয়জনীয়া পৰিয়ালৰ, আঠ বছৰীয়া শিশুৰ মৃত্যু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 12, 2023 6:49 pm
Family Takes Poison Due To Poverty
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এতিয়া ভাৰতে “বিশ্বগুৰু” ৰূপত আত্মপ্ৰকাশ কৰিছে! সমগ্ৰ দেশবাসীৰ সন্মুখত প্ৰতিষ্ঠা কৰা হৈছে এই চমৎকাৰী ধাৰণা। বিশ্বগুৰু ৰূপে ভাৰতক থিয় কৰোৱাৰ বাবে বিজেপি চৰকাৰে ‘বিকাশ’ নীতিৰ শ্ল’গান ২০১৪ চনৰ পৰাই আওৰাই আহিছে।

প্ৰথম অৱস্থাত ২০২২ চনৰ ভিতৰতে ভাৰতক বিশ্বগুৰু ৰূপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি দিয়া প্ৰধানমন্ত্ৰী মোদীয়ে অৱশ্যে বিগত স্বাধীনতা দিবসত এই বিশ্বগুৰুৰ সপোন ২০৪৭ চনলৈ পিছুৱাই দিয়ে।

Apply Now

পিছে কাৰ্যক্ষেত্ৰত এইয়া হৈ পৰিছে ফুটুকাৰ ফেন। বিকাশ, বিশ্বগুৰু এই সকলো শ্ল’গানৰ অভিনৱ বিজ্ঞাপনৰ বাদে বিজেপি চৰকাৰৰ কাৰ্যকালত সমুখলৈ আহিছে সম্পূৰ্ণ এক ওলোটা ছবিহে।

মূল্যবৃদ্ধিৰ পৰা আৰম্ভ কৰি দাৰিদ্ৰতা, বৰ্দ্ধিত নিবনুৱা সমস্যাৰ পৰা ক্ৰমবৰ্ধমান ভোকাতুৰৰ সংখ্যালৈ- এই সকলো তথ্যই ‘বিশ্বগুৰু ভাৰত’ৰ বিজ্ঞাপনৰ আঁৰত থকা প্ৰকৃত ভাৰতৰ ছবিখন স্পষ্টকৈ তুলি ধৰিছে।

দেশত ক্ৰমবৰ্ধমান দৰিদ্ৰতাৰ এই ভয়াৱহ ছবিখন উদঙাই দিছে মধ্যপ্ৰদেশত শেহতীয়াকৈ সংঘটিত হোৱা এক শোকাৱহ ঘটনাই। দৰিদ্ৰতাৰ কৰাল গ্ৰাসে কোঙা কৰা ভূপালৰ এটা পৰিয়ালে উপায়ন্তৰ হৈ বিহ সেৱন কৰি আত্মহত্যাৰ চেষ্টা চলোৱাৰ খবৰ পোহৰলৈ আহিছে।

এই শোকাৱহ পৰিস্থিতিৰ ফলত প্ৰাণ হেৰুৱাইছে পৰিয়ালটোৰ এগৰাকী আঠ বছৰীয়া শিশুৱে। প্ৰকাশিত খবৰ অনুসৰি খজুৰি অঞ্চলত পৰিয়ালৰ সৈতে বাস কৰা ৪০ বৰ্ষীয় কিশোৰ জাটাভ নামৰ ব্যক্তিগৰাকীয়ে আৰ্থিক সমস্যাত জৰ্জৰিত হৈ এই চৰম পথ বাচি লয়।

দৈনন্দিন প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিব নোৱাৰাৰ বাবে ব্যক্তিগৰাকীয়ে দীৰ্ঘদিন ধৰি মানসিক চাপত ভুগিছিল বুলি জানিব পৰা গৈছে। অৱশেষত বুধবাৰে জাটাভ আৰু তেওঁৰ ৩৫ বৰ্ষীয় পত্নী সীতাই চৰম সিদ্ধান্ত গ্ৰহণ কৰি তেওঁলোকৰ চাৰি সন্তানক গাখীৰত বিহ মিহলাই খুৱাই দিয়ে আৰু নিজেও বিহ পান কৰে।

অৱশ্যে তেওঁলোকক উদ্ধাৰ কৰি স্থানীয় লোকে সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰে। চিকিৎসাধীন অৱস্থাত আজি পুৱা পৰিয়ালটোৰ কনিষ্ঠ সন্তান আঠ বছৰীয়া শিশুটিৰ মৃত্যু হয়। আনহাতে পৰিয়ালৰ আন তিনি শিশুৰ স্বাস্থ্যৰ অৱস্থাও বৰ্তমান সংকটজনক বুলি জানিব পৰা গৈছে।

অৱশ্যে সন্তানকেইটিৰ স্বাস্থ্য সংকটাপন্ন হ’লেও তেওঁলোকৰ পিতৃ-মাতৃ বিপদমুক্ত বুলি জানিব পৰা গৈছে। ইফালে ঘটনাৰ বিষয়ে প্ৰকাশ পোৱাৰ পিছতে মধ্যপ্ৰদেশৰ গৃহমন্ত্ৰী ড০ নৰোত্তম মিশ্ৰই এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আৰু গোচৰ ৰুজু কৰিছে বুলি জানিবলৈ দিয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিকিৎসাধীন স্বামীৰ কেনুলাৰে টয়লেট ক্লীনাৰ সুমুৱাই হত্যা পত্নীৰ! তেলেংগানাত চাঞ্চল্যকৰ ঘটনা

চিকিৎসাধীন স্বামীৰ কেনুলাৰে টয়লেট ক্লীনাৰ সুমুৱাই হত্যা পত্নীৰ! তেলেংগানাত চাঞ্চল্যকৰ ঘটনা

July 7, 2026 9:03 am
শেষ মুহূৰ্তৰ আঘাত! মেৰিনোৰ গ’লত ছিন্নভিন্ন ৰোনাল্ডোৰ বিশ্বকাপৰ সপোন, কোৱাৰ্টাৰ ফাইনেলত স্পেইন

শেষ মুহূৰ্তৰ আঘাত! মেৰিনোৰ গ’লত ছিন্নভিন্ন ৰোনাল্ডোৰ বিশ্বকাপৰ সপোন, কোৱাৰ্টাৰ ফাইনেলত স্পেইন

July 7, 2026 8:03 am
সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

July 7, 2026 6:36 am
মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিকিৎসাধীন স্বামীৰ কেনুলাৰে টয়লেট ক্লীনাৰ সুমুৱাই হত্যা পত্নীৰ! তেলেংগানাত চাঞ্চল্যকৰ ঘটনা

চিকিৎসাধীন স্বামীৰ কেনুলাৰে টয়লেট ক্লীনাৰ সুমুৱাই হত্যা পত্নীৰ! তেলেংগানাত চাঞ্চল্যকৰ ঘটনা

July 7, 2026 9:03 am
শেষ মুহূৰ্তৰ আঘাত! মেৰিনোৰ গ’লত ছিন্নভিন্ন ৰোনাল্ডোৰ বিশ্বকাপৰ সপোন, কোৱাৰ্টাৰ ফাইনেলত স্পেইন

শেষ মুহূৰ্তৰ আঘাত! মেৰিনোৰ গ’লত ছিন্নভিন্ন ৰোনাল্ডোৰ বিশ্বকাপৰ সপোন, কোৱাৰ্টাৰ ফাইনেলত স্পেইন

July 7, 2026 8:03 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd