• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

পাপ্পু নহয় ৰাহুল গান্ধী, ৰাজনৈতিক চতুৰতাৰে লগোৱা হৈছে ‘পাপ্পু’ টেগ!

ৰাহুল গান্ধীক বুদ্ধিমান-দূৰদৰ্শী ব্যক্তি আখ্যা ৰঘূৰাম ৰাজনৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 19, 2023 4:05 pm
Raghuram Rajan on Pappu
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ ৰাজনীতিত পাপ্পু নামেৰে চৰ্চিত কংগ্ৰেছ নেতা ৰাহুল গান্ধী। শাসকীয় বিজেপি দল আৰু একাংশ সংবাদ মাধ্যমে ৰাহুল গান্ধীক পাপ্পু নামেৰে দেশবাসীৰ সন্মুখত চিনাকি কৰাই দিছে। পিছে ৰাহুল গান্ধীৰ পাপ্পু নামাকৰণত সন্মত নহয় ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গৱৰ্ণৰ তথা অৰ্থনীতিবিদ ৰঘূৰাম ৰাজন।

ৰাহুল গান্ধীক ‘পাপ্পু’ নামেৰে নিন্দা কৰা কাৰ্যক বিৰোধ কৰি ৰঘূৰাম ৰাজনে কংগ্ৰেছ সাংসদ গৰাকীক বুদ্ধিমান আৰু দূৰদৰ্শী ব্যক্তি আখ্যা দিয়ে আৰু তেনে এগৰাকী ব্যক্তিক ‘পাপ্পু’ বুলি অভিহিত কৰাটো দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে।

Apply Now

ৰঘূৰাম ৰাজনৰ মতে, ৰাহুল গান্ধীয়ে ৰাজনীতিত প্ৰৱেশ কৰাৰ পৰাই তেওঁৰ নামত চতুৰতাৰে ‘পাপ্পু’ টেগ সংযোজন কৰা হৈছে। বিজেপিৰ ‘ট্ৰল আৰ্মী’ আৰু আই টি চেলে ৰাহুল গান্ধীক মূৰ্খ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ দিনে নিশাই কাম কৰি আহিছে বুলি অভিযোগ কৰে ৰাজনে।

বিশিষ্ট অৰ্থনীতিবিদ গৰাকীয়ে কয় যে, বিজেপিৰ সাধাৰণ কৰ্মচাৰীৰ লগতে আনকি বিজেপিৰ শীৰ্ষ নেতাসকলেও কংগ্ৰেছ নেতাগৰাকীক পোনপটীয়াকৈ পাপ্পু বুলি সম্বোধন কৰিছিল। কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীৰ ভাবমূৰ্তি এনেদৰে ম্লান কৰাৰ প্ৰয়াস কৰা হৈছে যে ৰাজনৈতিকভাৱে তেওঁ এতিয়াও বেকফুটত আছে।

ৰঘূৰাম ৰাজনে কয়, “ৰাহুল গান্ধী কোনো কাৰণতে পাপ্পু বা মূৰ্খ নহয়। তেওঁ যথেষ্ট বুদ্ধিমান। তেওঁক পাপ্পু বুলি প্ৰচাৰ কৰাটো অতি দুৰ্ভাগ্যজনক। প্ৰায় এটা দশক ধৰি মই তেওঁৰ লগত আছিলো। বহু দিশত কথা-বাৰ্তা হৈছো। কোনো কাৰণতে ৰাহুল পাপ্পু নহয়। তেওঁ এজন স্মাৰ্ট, যৌৱন, বুদ্ধিমান মানুহ।”

ৰাহুল গান্ধীৰ সমৰ্থনত ৰাজনে লগতে কয়, “কেনে ধৰণৰ কথাক অধিক গুৰুত্ব দিয়া উচিত, সেয়া বুজি পোৱাটো অত্যন্ত প্ৰয়োজনীয় বুলি মই ভাবো। কি কামৰ বাবে কাৰ যোগ্যতা বেছি, ক’ত ৰিস্ক বেছি, সেয়া বুজিব লাগিব। মই ভাবো ৰাহুলে সেয়া বহুত ভালকৈ কৰিব পাৰে।”

পিছে ৰাজনে ৰাহুল গান্ধীৰ প্ৰশংসা কৰিলেও এই প্ৰশংসা মানি ল’ব পৰা নাই বিজেপিয়ে। বিজেপিৰ মতে ৰঘূৰাম ৰাজন কংগ্ৰেছৰ সমৰ্থক আৰু সেয়া পৃথকে কোৱাৰ প্ৰয়োজন নাই। যোৱা ১৪ ডিচেম্বৰত ৰাজনে ৰাহুল গান্ধীক সংগ দি ‘ভাৰত জোড়ো যাত্ৰা’ত অংশগ্ৰহণ কৰিছিল।

ইয়াৰ পিছতে বিজেপিৰ নেতা-কৰ্মীসকলে ৰঘূৰাম ৰাজনে এতিয়া কংগ্ৰেছত পোনপটীয়াকৈ যোগদান কৰাটোৱেই সম্ভৱ বুলি কটুক্তি কৰিছিল। কিন্তু এই কটুক্তিৰ উত্তৰত ৰাজনে কোনো ৰাজনৈতিক দলত যোগদান নকৰে বুলি স্পষ্ট কৰি দিছিল।

উল্লেখ্য যে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ পদৰ কাৰ্যকাল সমাপ্তিৰ পাছত দায়িত্বৰ পৰা অব্যাহতি লোৱাৰ পিছৰ পৰাই কেন্দ্ৰীয় চৰকাৰৰ ভুল নীতিৰ বিৰুদ্ধে মাত আহিছে ৰাজনে। বিশিষ্ট অৰ্থনীতিবিদ গৰাকীয়ে বিশেষকৈ বিজেপি চৰকাৰৰ অৰ্থনৈতিক নীতিৰ বিষয়ত যথেষ্ট সৰৱ হৈ আহিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

July 5, 2026 7:37 am
মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

July 5, 2026 6:45 am
চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

July 5, 2026 7:37 am
মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

July 5, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd