• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এইবাৰ গুগলৰ ১২ হাজাৰ কৰ্মচাৰীয়ে হেৰুৱাব চাকৰি; ক্ষমা বিচাৰিলে পিচাইয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 21, 2023 7:17 am
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ দেশতে ব্যাপক ছাঁটাই চলি আছে। প্ৰযুক্তি উদ্যোগৰ কৰ্মীসকল আটাইতকৈ বেছি ক্ষতিৰ সন্মুখীন হৈছে। গুগলে এইবাৰ মাইক্ৰছফ্টৰ পথেৰে আগবাঢ়ি বৃহৎ সংখ্যক কৰ্মচাৰী কৰ্তন কৰিব। শুকুৰবাৰে গুগলৰ মূল স্বত্বাধিকাৰী এলফাবেট ইঙ্কৰ ফালৰ পৰা কোৱা হৈছে যে কমেও ১২ হাজাৰ কৰ্মচাৰী বা মুঠ কৰ্মচাৰীৰ ৬ শতাংশৰ চাকৰি কৰ্তন হ’ব।

শেহতীয়াকৈ বিল গেটছৰ কোম্পানী মাইক্ৰছফ্টে প্ৰায় ১১ হাজাৰ কৰ্মচাৰী হ্ৰাস কৰা বুলি বাতৰি পোৱা গৈছিল। এইবাৰ গুগলৰ মুখ্য কাৰ্যবাহী বিষয়া সুন্দৰ পিচাইয়েও কৰ্মচাৰীসকললৈ এটা ই-মেইল প্ৰেৰণ কৰিছে। একে সময়তে, তেওঁ কৰ্মচাৰীসকলৰ ওচৰত ক্ষমা বিচাৰিছে।

লগতে পঢ়ক: অষ্ট্ৰেলিয়াত আৱিষ্কৃত বিশাল আকৃতিৰ ভেকুলী; নাম দিয়া হৈছে ‘টোডজিলা’

Apply Now

তেওঁ কৈছে, “অতি দুখৰ সৈতে আমি আনুমানিক ১২,০০০ কৰ্মচাৰী হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছো। বিভিন্ন বিভাগৰ কৰ্মচাৰীসকলৰ প্ৰদৰ্শনৰ আধাৰত এই প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰা হ’ব। ইতিমধ্যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কৰ্মচাৰীসকললৈ ই-মেইলযোগে এই বাৰ্তা প্ৰেৰণ কৰা হৈছে। আন দেশৰ কৰ্মচাৰীসকলেও সোনকালেই ই-মেইল পাব। তাত থকা সংশ্লিষ্ট নিয়ম অনুসৰি ই-মেইল কৰা হ’ব বাবে অলপ বেছি সময় লাগিছে।”

তাৰপিছতে ক্ষমা বিচাৰি তেওঁ কয়,”এনে সিদ্ধান্তৰ বাবে মই অত্যন্ত দুঃখিত। মই জানো ইয়াত কৰ্মচাৰীসকলৰ ওপৰত কি কঠিন চাপ পৰিব। আজি এই পৰিস্থিতি সৃষ্টি হোৱাৰ বাবে মই সকলো দায়িত্ব মূৰ পাতি লৈছো।”

এলফাবেট ইঙ্কে গুগল, ইউটিউব আৰু অন্যান্য প্লেটফৰ্মৰ বাবে পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিভা বিচাৰি আনিছে। কিন্তু যিহেতু মাইক্ৰছফ্টৰ দৰে কোম্পানীৰ সৈতে প্ৰতিযোগিতা বাঢ়ি গৈ আছে, তেওঁলোকেও ব্যয় হ্ৰাস কৰাৰ পথত খোজ দিবলৈ বাধ্য হৈছে। সেয়েহে, কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে এটা ডাঙৰ অংশৰ কাম কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

লগতে পঢ়ক: আমেৰিকান ৰক কিংবদন্তী ডেভিদ ক্ৰছবীৰ পৰলোকপ্ৰাপ্তি

অৱশ্যে, গুগলে কৈছে যে কৰ্মচাৰীসকলক খালী হাতেৰে চাকৰিৰ পৰা অপসাৰণ কৰা নহয়। তেওঁলোকক কমেও ৬০ দিনৰ জাননীৰ সময়ত সম্পূৰ্ণ দৰমহা দিয়া হ’ব। তেওঁলোকে ২০২২ চনৰ বাবে বোনাচ আৰু উপযুক্ত ছুটীও পাব। ইয়াৰ উপৰিও, গুগলত কাম কৰা বছৰৰ সংখ্যাৰে বছৰ হিচাপে দুসপ্তাহৰ দৰমহা পৰিশোধ কৰা হ’ব। কোম্পানীটোৱে ছয় মাহৰ স্বাস্থ্য বীমা আৰু নিযুক্তি সেৱাও প্ৰদান কৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm
“বিচাৰিলে ঝাড়ুৱালীৰ চাকৰিও নাপাব ৰাখি সাৱন্তে” : তীব্ৰ কটাক্ষ কংগনাৰ

“বিচাৰিলে ঝাড়ুৱালীৰ চাকৰিও নাপাব ৰাখি সাৱন্তে” : তীব্ৰ কটাক্ষ কংগনাৰ

September 14, 2026 7:54 pm
‘ইউচিচি’ আৰু ‘এনআৰচি’ক লৈ গৃহমন্ত্ৰীৰ ডাঙৰ ঘোষণা! অমিত শ্বাহৰ ঘোষণাই সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

‘ইউচিচি’ আৰু ‘এনআৰচি’ক লৈ গৃহমন্ত্ৰীৰ ডাঙৰ ঘোষণা! অমিত শ্বাহৰ ঘোষণাই সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

September 14, 2026 7:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd