• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চীনত এসপ্তাহত ১৩ হাজাৰ ক’ৰোনা ৰোগীৰ মৃত্যু

যোৱা ডিচেম্বৰ মাহত বেইজিঙে শূন্য কভিড কৌশলৰ পৰা আঁতৰি আহিছিল। ইয়াৰ পিছতে আনুষ্ঠানিকভাৱে প্ৰকাশ পোৱা মৃত্যুৰ পৰিসংখ্যাক লৈ বিশ্লেষকসকলৰ মাজত সন্দেহৰ সৃষ্টি হৈছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 22, 2023 6:35 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কভিডৰ ফলত ১৩ জানুৱাৰীৰ  পৰা ১৯ জানুৱাৰীৰ ভিতৰত চীনত প্ৰায় ১৩ হাজাৰ লোকৰ মৃত্যু হৈছে। দেওবাৰে সংবাদ সংস্থা এ এফ পিয়ে এই তথ্য প্ৰকাশ কৰে।

চীনৰ চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰল এণ্ড প্ৰিভেনচনে শনিবাৰে এক বিবৃতিত প্ৰকাশ কৰিছে যে ক’ৰ’না ভাইৰাছ সংক্ৰমণৰ ফলত হোৱা শ্বাস-প্ৰশ্বাসজনিত সমস্যাত আক্ৰান্ত হৈ ৬৮১ জন লোকৰ মৃত্যু হৈছে। বাকী ১১,৯৭৭ জনৰ সংক্ৰমণ আৰু অন্যান্য ৰোগৰ সংমিশ্ৰণত মৃত্যু হয়।

Apply Now

এই সংখ্যক মৃত্যুৰ সংখ্যা কেৱল চিকিৎসালয়ত ভৰ্তি ৰোগীকহে গণ্য কৰা হৈছিল। এসপ্তাহ পূৰ্বে চীনে প্ৰকাশ কৰিছিল যে শূন্য ক’ভিড নীতি বাতিল কৰাৰ পিছত ১২ জানুৱাৰী পৰ্যন্ত কোৰোনা ভাইৰাছৰ বাবে প্ৰায় ৬০ হাজাৰ লোকৰ চিকিৎসালয়ত মৃত্যু হৈছে।

যোৱা ডিচেম্বৰ মাহত বেইজিঙে শূন্য কভিড কৌশলৰ পৰা আঁতৰি আহিছিল। ইয়াৰ পিছতে আনুষ্ঠানিকভাৱে প্ৰকাশ পোৱা মৃত্যুৰ পৰিসংখ্যাক লৈ বিশ্লেষকসকলৰ মাজত সন্দেহৰ সৃষ্টি হৈছে।

স্বতন্ত্ৰ গৱেষণা সংস্থা এয়াৰফিনিটিয়ে প্ৰদান কৰা তথ্য অনুসৰি চীনত চন্দ্ৰ নৱবৰ্ষৰ বন্ধৰ দিনত প্ৰতিদিনে ৩৬ হাজাৰৰো অধিক লোক কৰ’না ভাইৰাছত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিব পাৰে।

ইফালে শুকুৰবাৰে চিএনএনৰ বাতৰি অনুসৰি চীনত ক’ৰোনাৰ বাবে এসপ্তাহত ৬৩ হাজাৰৰো অধিক ৰোগীক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। মহামাৰী আৰম্ভ হোৱাৰ পিছত এইবাৰ ইমানবোৰ ৰোগী একেলগে ভৰ্তি কৰোৱা হৈছে।

চীনত শূন্য কভিড নীতি বন্ধ কৰাৰ পিছৰে পৰা মৃত্যুৰ সংখ্যা ভয়ংকৰভাৱে বৃদ্ধি পাইছে। কৰ’না আৰু ক’ৰোনা সম্পৰ্কীয় ৰোগৰ বাবে এমাহত প্ৰায় ৬০ হাজাৰ লোকৰ মৃত্যু হয়। চীন কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি ২০২২ চনৰ ৮ ডিচেম্বৰৰ পৰা ২০২৩ চনৰ ১২ জানুৱাৰীলৈকে ৫৯,৯৩৮ জন লোকৰ মৃত্যু হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধৰিত্ৰী সুৰক্ষা মঞ্চ’ৰ বিশেষ বক্তৃতানুষ্ঠান: পৰিৱেশ সুৰক্ষা আৰু সাংবিধানিক অধিকাৰৰ ওপৰত আলোকপাত ন্যায়াধীশ উজ্জ্বল ভূঞাৰ

ধৰিত্ৰী সুৰক্ষা মঞ্চ’ৰ বিশেষ বক্তৃতানুষ্ঠান: পৰিৱেশ সুৰক্ষা আৰু সাংবিধানিক অধিকাৰৰ ওপৰত আলোকপাত ন্যায়াধীশ উজ্জ্বল ভূঞাৰ

August 8, 2026 10:14 pm
মহানগৰীত শোকাবহ পথ দুৰ্ঘটনা: চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতাৰ পথত অকাল মৃত্যু মেধাৱী ছাত্ৰ হৰ্ষিত বৰাৰ

মহানগৰীত শোকাবহ পথ দুৰ্ঘটনা: চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতাৰ পথত অকাল মৃত্যু মেধাৱী ছাত্ৰ হৰ্ষিত বৰাৰ

August 8, 2026 9:02 pm
জেন জি অৱক্ষয়ৰ বহিৰ্প্ৰকাশঃ নীট প্ৰতিবাদ, গভীৰ আৰ্থ-সামাজিক অসন্তুষ্টি আৰু এটা ত্ৰুটিপূৰ্ণ নিয়োগ ব্যৱস্থাৰ প্ৰতিফলন

জেন জি অৱক্ষয়ৰ বহিৰ্প্ৰকাশঃ নীট প্ৰতিবাদ, গভীৰ আৰ্থ-সামাজিক অসন্তুষ্টি আৰু এটা ত্ৰুটিপূৰ্ণ নিয়োগ ব্যৱস্থাৰ প্ৰতিফলন

August 8, 2026 8:28 pm
মুকলি হ’ল ২০২৭ চনৰ লোকপিয়লৰ থীম ছং : সন্নিৱিষ্ট হৈছে প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ কণ্ঠ

মুকলি হ’ল ২০২৭ চনৰ লোকপিয়লৰ থীম ছং : সন্নিৱিষ্ট হৈছে প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ কণ্ঠ

August 8, 2026 8:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধৰিত্ৰী সুৰক্ষা মঞ্চ’ৰ বিশেষ বক্তৃতানুষ্ঠান: পৰিৱেশ সুৰক্ষা আৰু সাংবিধানিক অধিকাৰৰ ওপৰত আলোকপাত ন্যায়াধীশ উজ্জ্বল ভূঞাৰ

ধৰিত্ৰী সুৰক্ষা মঞ্চ’ৰ বিশেষ বক্তৃতানুষ্ঠান: পৰিৱেশ সুৰক্ষা আৰু সাংবিধানিক অধিকাৰৰ ওপৰত আলোকপাত ন্যায়াধীশ উজ্জ্বল ভূঞাৰ

August 8, 2026 10:14 pm
মহানগৰীত শোকাবহ পথ দুৰ্ঘটনা: চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতাৰ পথত অকাল মৃত্যু মেধাৱী ছাত্ৰ হৰ্ষিত বৰাৰ

মহানগৰীত শোকাবহ পথ দুৰ্ঘটনা: চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতাৰ পথত অকাল মৃত্যু মেধাৱী ছাত্ৰ হৰ্ষিত বৰাৰ

August 8, 2026 9:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd