• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদাৰকী সমিতিৰ নেতৃত্বত মেৰীকম

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 23, 2023 7:22 pm
WFI Mary Kom
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সম্প্ৰতি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰা ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ বিৰুদ্ধে উত্থাপিত যৌন নিৰ্যাতনৰ অভিযোগ সন্দৰ্ভত ক্ৰীড়া মন্ত্ৰালয়ে গ্ৰহণ কৰা পদক্ষেপ হিচাপে গঠন কৰা হৈছে তদাৰকী সমিতি। ফেডাৰেচনৰ দৈনন্দিন কাম-কাজ পৰিচালনাৰ বাবে ক্ৰীড়া মন্ত্ৰালয়ৰ নিৰ্দেশনা অনুসৰি গঠন কৰা এই সমিতিৰ নেতৃত্ব দিব কিংবদন্তী বক্সাৰ মেৰী কমে।

উল্লেখ্য যে শনিবাৰে মন্ত্ৰালয়ে ভাৰতীয় মল্লযুঁজ ফেডাৰেচনক তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ উত্তৰ প্ৰদেশৰ গোণ্ডাত অনুষ্ঠিত হ’বলগীয়া ৰেংকিং টুৰ্ণামেণ্টকে ধৰি চলি থকা সকলো কাৰ্য্যকলাপ স্থগিত ৰাখিব লাগে বুলি নিৰ্দেশ দিছিল।

Apply Now

যোৱা সপ্তাহত কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰে ভিনেশ ফ’গাট, বজৰং পুনিয়া, সাক্ষী মালিক, ববিতা ফ’গাট আদিকে ধৰি প্ৰতিবাদকাৰী মল্লযুঁজাৰুসকলৰ সৈতে দীঘলীয়া বৈঠকৰ অন্তত তদাৰকী সমিতি গঠনৰ কথা ঘোষণা কৰিছিল।

এই সমিতিখনে চাৰি সপ্তাহৰ ভিতৰত তদন্ত সম্পূৰ্ণ কৰিব বুলি উল্লেখ কৰিছিল ক্ৰীড়ামন্ত্ৰী অনুৰাগ ঠাকুৰে। তেওঁ লগতে মল্লযুঁজাৰুসকলে উত্থাপন কৰা দাবী সন্দৰ্ভত উপযুক্ত পদক্ষেপ লোৱা হ’ব বুলি তথা যৌন নিৰ্যাতন আৰু আৰ্থিক অনিয়মৰ অভিযোগৰ তদন্ত কৰা হ’ব বুলিও আশ্বাস দিছিল।

এক সংবাদমেলত ক্ৰীড়ামন্ত্ৰী ঠাকুৰে তদন্ত শেষ নোহোৱালৈকে ফেডাৰেচনৰ সভাপতি ব্রিজ ভূষণ চৰণ সিং ফেডাৰেচনৰ কাম-কাজৰ পৰা আঁতৰি থাকিব আৰু তদন্তৰ সৈতে সহযোগিতা কৰিব বুলি নিশ্চিত কৰিছিল। লগতে এই সময়ছোৱাত তদাৰকী সমিতিয়ে ফেডাৰেচনৰ দৈনন্দিন কাম-কাজ চলাব বুলি ঠাকুৰে সদৰী কৰিছিল।

ইয়াৰ পূৰ্বে ভাৰতীয় অলিম্পিক সন্থাই ফেডাৰেচনৰ সভাপতি ব্রিজ ভূষণ চৰণ সিঙৰ বিৰুদ্ধে উত্থাপিত যৌন নিৰ্যাতনৰ অভিযোগৰ তদন্তৰ বাবে সাতজনীয়া এখন কমিটী গঠন কৰিছিল৷ সেই পেনেলৰ অধ্যক্ষ হিচাপেও আছিল মেৰী কম। ভাৰতীয় ভাৰোত্তোলন ফেডাৰেচনৰ সভাপতি সহদেৱ যাদৱ, আৰ্চাৰ দোলা বেনাৰ্জী, অলিম্পিক পদক বিজয়ী মল্লযুঁজাৰু যোগেশ্বৰ দত্ত আদি এই পেনেলৰ অংশ আছিল।

এই পেনেলত দুগৰাকী অধিবক্তাকো অন্তৰ্ভুক্ত কৰা হৈছে। পেনেলে কোনো সিদ্ধান্তত উপনীত হোৱাৰ পূৰ্বে প্ৰথমে প্ৰতিবাদকাৰী মল্লযুঁজাৰুসকলৰ সৈতে আৰু তাৰ পিছত মল্লযুঁজ ফেডাৰেচনৰ সৈতে আলোচনা কৰিব বুলি জানিবলৈ দিয়া হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সলনি হ’ব নেকি সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ নাম? ক্ৰীড়া মন্ত্ৰালয়ৰ কাষ চাপিল কৰ্তৃপক্ষ

সলনি হ’ব নেকি সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ নাম? ক্ৰীড়া মন্ত্ৰালয়ৰ কাষ চাপিল কৰ্তৃপক্ষ

June 20, 2026 8:34 pm
যশস্বীৰ দুৰন্ত শতক আৰু ৰোহিতৰ অনবদ্য বেটিং, ভাৰতৰ হাতত শোচনীয়ভাৱে পৰাস্ত আফগানিস্তান

যশস্বীৰ দুৰন্ত শতক আৰু ৰোহিতৰ অনবদ্য বেটিং, ভাৰতৰ হাতত শোচনীয়ভাৱে পৰাস্ত আফগানিস্তান

June 20, 2026 8:15 pm
মহাৰাষ্ট্ৰৰ পাৰভনী জিলাত শোকাৱহ ঘটনা: মন্দিৰৰ চাল খহি চাৰিজনৰ মৃত্যু

মহাৰাষ্ট্ৰৰ পাৰভনী জিলাত শোকাৱহ ঘটনা: মন্দিৰৰ চাল খহি চাৰিজনৰ মৃত্যু

June 20, 2026 7:38 pm
শান্তি চুক্তি উলংঘনৰ অভিযোগত ইৰানে বন্ধ কৰিলে হৰমুজ প্ৰণালী, দাবী আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ

শান্তি চুক্তি উলংঘনৰ অভিযোগত ইৰানে বন্ধ কৰিলে হৰমুজ প্ৰণালী, দাবী আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ

June 20, 2026 7:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সলনি হ’ব নেকি সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ নাম? ক্ৰীড়া মন্ত্ৰালয়ৰ কাষ চাপিল কৰ্তৃপক্ষ

সলনি হ’ব নেকি সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ নাম? ক্ৰীড়া মন্ত্ৰালয়ৰ কাষ চাপিল কৰ্তৃপক্ষ

June 20, 2026 8:34 pm
যশস্বীৰ দুৰন্ত শতক আৰু ৰোহিতৰ অনবদ্য বেটিং, ভাৰতৰ হাতত শোচনীয়ভাৱে পৰাস্ত আফগানিস্তান

যশস্বীৰ দুৰন্ত শতক আৰু ৰোহিতৰ অনবদ্য বেটিং, ভাৰতৰ হাতত শোচনীয়ভাৱে পৰাস্ত আফগানিস্তান

June 20, 2026 8:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd