• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

গণৰাজ্য দিৱসৰ প্ৰাক্কালৰ অস্থিৰতা

জগন্নাথ পাঠক by জগন্নাথ পাঠক
January 26, 2023 8:43 am
Republic Day
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় গণতন্ত্ৰৰ কাৰণে আটাইতকৈ উজ্জ্বল দিনটো হৈছে ছাব্বিছ জানুৱাৰী তাৰিখটো। উনৈছ শ পঞ্চাশ চনৰ এই দিনটোতেই প্ৰজাতন্ত্ৰক ঘোষণা কৰি ভাৰতীয় জনগণক সুকীয়া ভাবে সন্মানজনক আসনত বহুৱাই থৈছিল, যিটো সময়ত বিশ্বত প্ৰায়বোৰ দেশতে গণতন্ত্ৰৰ মূল্যবোধ, ইয়াৰ প্ৰভাৱ আৰু ৰাষ্ট্ৰৰ নাগৰিকৰ মানবোধ আদিৰ বিষয়ে কোনো পৰিষ্কাৰ ধাৰণা কৰিব পৰা হোৱা নাছিল আৰু সেই সময়তে ৰাষ্ট্ৰই বিশ্ববৰেণ্য সংবিধান গ্ৰহণ কৰি ভাৰতীয় প্ৰজাতন্ত্ৰৰ স্থান উৰ্ধত তুলি ধৰিছিল। ভাৰতৰ আশে-পাশে থকা দেশ সমূহে সেই সময়ত প্ৰজাতন্ত্ৰৰ বিষয়ে জ্ঞান আহৰণৰ কথা দূৰ, বৰং ধৰ্মীয় মোহান্ধতাতহে নিমজ্জিত হৈ আছিল।

এইবছৰ গণৰাজ্য দিৱসটো অৰ্থাৎ ভাৰতীয় প্ৰজাতন্ত্ৰ এনে এক সন্ধিক্ষণত উপনীত হৈছেহি যে এই বছৰটো উকলি যোৱাৰ পাছতে ভাৰতীয় জনগণই ৰাষ্ট্ৰ পৰিচালনা কৰাৰ শাসন প্ৰক্ৰিয়াৰ ভাৰ নতুন নেতাৰ হাতত অৰ্পণ কৰাৰ সময় সমাগত। ঠিক এই সময়তে ৰাষ্ট্ৰৰ কিছুমান মানুহে, বিশেষকৈ ৰাজনৈতিক নেতা মন্ত্ৰী-বিধায়ক আৰু ধৰ্মীয় নেতাই মুক্ত ভাবেই সংবাদ মাধ্যমত ঘৃণা বিয়পোৱা বক্তব্যৰ দৰে ঘৃণনীয় পন্থা লোৱাৰ দৃষ্টান্ত দেখা পোৱা গৈছে। সেই সকল ধৰ্মীয় আৰু ৰাজনৈতিক লোকৰ লক্ষ্য হৈছে ৰাষ্ট্ৰৰ বতাহ গৰম কৰি ৰাজনৈতিক অস্থিৰতা সৃষ্টি কৰা আৰু বৃদ্ধি কৰা।

Apply Now

কিছুমান সংবাদ পৰিবাহক গোট কিম্বা শক্তিয়ে সবিস্তাৰে সেই প্ৰক্ৰিয়াত পূৰ্ণোদ্যমে সহযোগিতাৰে উখল-মাখল পৰিবেশৰ গঢ় দিয়া কাৰ্যৰ নিদৰ্শন দেখা গৈছে। এনেবোৰ কাণ্ড ঘটা অলপ পূৰ্বৰ পৰা প্ৰকট হৈ পৰিছে। সংবাদ পৰিবেশক গোট সমূহৰ এনে তৎপৰতাৰ ওপৰত কিছু নিয়ন্ত্ৰণ থকাৰ আৱশ্যক আছে বুলি দেশৰ উচ্চতম ন্যায়ালয়েও মন্তব্য কৰিছে।

এইবোৰ ঘটনা নিশ্চয় এনেয়ে হোৱা বা ঘটা নাই। ইয়াৰ লক্ষ্য দুই হেজাৰ চৌবিছ। সেই বছৰটোৰ প্ৰাক্কালত ভাৰতীয় সমাজব্যৱস্থা এনে এক পৰিবেশত সোমাই পৰিছে যাৰ ফলত ৰাষ্ট্ৰীয় প্ৰশাসন যাতে বিধ্বস্ত হৈ পৰে। বিশ্বৰ বৃহত প্ৰজাতন্ত্ৰ আজি সঙ্কটত সোমাই পৰিছে। দেশৰে নাগৰিকৰ ৰূপ ধাৰণ কৰা বিদেশী পুঁজিৰে লালিত-পালিত সন্ত্ৰাসবাদীয়ে ভাৰতীয় কিছুমান ধৰ্মীয় নেতা হত্যাৰ পৰিকল্পনাৰ খবৰ অলপতে দিল্লীত ধৰা পৰা কেইজনমান সন্ত্ৰাসবাদী সদস্যক জেৰা কৰাৰ পৰা পোৱা বুলি জনা গৈছে।

আগন্তুক গণৰাজ্য দিৱসৰ প্ৰাক্কালত যিবোৰ ঘটনা সংঘটিত হৈছে সেই সকলোবোৰ এডাল সূতাৰে গঁঠা আৰু ধৰ্মীয় প্ৰলেপ দি নতুন ৰূপেৰে সজাই পৰাই সন্ত্ৰাসৰ নিচান উৰোওৱাৰ প্ৰয়াস। সেইকাৰণে ৰাষ্ট্ৰখনক একান্তমনে ভালপোৱা আৰু ৰাষ্ট্ৰৰ শুভকামনা কৰা শক্তি তথা নাগৰিক আৰু নেতাসকলে সন্তৰ্পণে ৰাষ্ট্ৰ ৰক্ষা কৰাৰ কাৰণে কাম কৰাৰ প্ৰয়োজন হৈ পৰিছে।

জগন্নাথ পাঠক

জগন্নাথ পাঠক

Stay Connected

  • 117k Fans

Recent News

প্ৰতিবাদলৈ যোৱাতকৈ পঢ়ি নম্বৰ গোটোৱাটোৱেই বেছি ভাল: মন্তব্য নিট পৰীক্ষাত শীৰ্ষ স্থান লাভ কৰা পাংশুল বাঞ্চালৰ

প্ৰতিবাদলৈ যোৱাতকৈ পঢ়ি নম্বৰ গোটোৱাটোৱেই বেছি ভাল: মন্তব্য নিট পৰীক্ষাত শীৰ্ষ স্থান লাভ কৰা পাংশুল বাঞ্চালৰ

July 22, 2026 7:45 am
হাপানী ৰোগৰ কাৰণ আৰু প্ৰতিকাৰ

হাপানী ৰোগৰ কাৰণ আৰু প্ৰতিকাৰ

July 22, 2026 6:45 am
জুবিন গাৰ্গৰ গোচৰ : প্ৰতিপক্ষই মদাহী সজাবলৈ চেষ্টা কৰা বুলি গুৰুতৰ অভিযোগ পামী বৰঠাকুৰৰ

জুবিন গাৰ্গৰ গোচৰ : প্ৰতিপক্ষই মদাহী সজাবলৈ চেষ্টা কৰা বুলি গুৰুতৰ অভিযোগ পামী বৰঠাকুৰৰ

July 21, 2026 9:30 pm
‘ককৰোচ’ দলৰ সংসদ ভৱন অভিযানত আহত যুৱতীৰ স্বাস্থ্যৰ অৱনতি : সংকটজনক অৱস্থাত আই চি ইউত ভৰ্তি

‘ককৰোচ’ দলৰ সংসদ ভৱন অভিযানত আহত যুৱতীৰ স্বাস্থ্যৰ অৱনতি : সংকটজনক অৱস্থাত আই চি ইউত ভৰ্তি

July 21, 2026 8:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতিবাদলৈ যোৱাতকৈ পঢ়ি নম্বৰ গোটোৱাটোৱেই বেছি ভাল: মন্তব্য নিট পৰীক্ষাত শীৰ্ষ স্থান লাভ কৰা পাংশুল বাঞ্চালৰ

প্ৰতিবাদলৈ যোৱাতকৈ পঢ়ি নম্বৰ গোটোৱাটোৱেই বেছি ভাল: মন্তব্য নিট পৰীক্ষাত শীৰ্ষ স্থান লাভ কৰা পাংশুল বাঞ্চালৰ

July 22, 2026 7:45 am
হাপানী ৰোগৰ কাৰণ আৰু প্ৰতিকাৰ

হাপানী ৰোগৰ কাৰণ আৰু প্ৰতিকাৰ

July 22, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd