• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আৰক্ষীৰ নাকৰ তলতে এখন বিশ্ববিদ্যালয়ৰ মাটি দখলৰ চেষ্টা ভূ-মাফিয়াৰ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 8, 2023 1:20 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা দেওবাৰে সন্ধিয়া মাফিয়াৰ এটা দলে গুৱাহাটীৰ আজাৰাস্থিত এখন বিশ্ববিদ্যালয়ৰ মাটি দখল কৰিবলৈ চেষ্টা চলোৱাৰ এক চাঞ্চল্যকৰ অভিযোগ উত্থাপন হৈছে।

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ মাটিখিনি দখলৰ চেষ্টা কৰা এদল ভূ-মাফিয়াই চিচিটিভি কেমেৰাত শিলগুটি নিক্ষেপ কৰাৰ লগতে বিশ্ববিদ্যালয়খনৰ বিভিন্ন সা-সম্পত্তি ধ্বংস কৰাৰ ফুটেজ আৱদ্ধ হৈছে।

জি-২০ প্ৰতিনিধিয়ে গুৱাহাটীত থকাৰ সময়তে আজাৰা আৰক্ষীৰ নাকৰ তলত এই ঘটনা সংঘটিত হোৱা কথাটোৱে ৰাজ্যৰ আইন শৃংখলাৰ অৱণতিকে সূচাইছে বুলিব পাৰি।

বিশ্ববিদ্যালয়খনৰ এগৰাকী বিষয়াই কয়, “গুৱাহাটীত জি-২০ৰ প্ৰতিনিধি উপস্থিত থকাৰ সময়ত এখন বিশ্ববিদ্যালয়ৰ এদল ভূমি মাফিয়াই মাটি দখল কৰাৰ চেষ্টা কৰাতো সঁচাই গুৱাহাটীৰ লগতে ৰাজ্যখনৰ বাবে এক লজ্জাজনক কথা।”

উল্লেখ্য, ২৫০ জন প্ৰতিনিধিয়ে গুৱাহাটীৰ এখন হোটেলত বাহৰ পাতি থকাৰ লগতে আই আই টি গুৱাহাটীত চলি আছে তিনিদিনীয়া Y20 Inception সভাও অনুষ্ঠিত হৈ আছিল।

ইফালে ঘটনা সন্দৰ্ভত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ পঞ্জীয়কে আজাৰা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে যদিও অদ্যপি ভূমি দখলৰ চেষ্টাত জড়িত দুষ্কৃতিকাৰীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই।

“ডাগ নং: ৪৭, পট্টা নং: ৫৪১, গাঁও- আজাৰা, মৌজা- ৰামছাৰাণী, জিলা কামৰূপৰ অধীনত আমাৰ বিশ্ববিদ্যালয়ৰ মাটি দখল কৰাৰ উদ্দেশ্যেৰে ০৬-০২-২০২৩ তাৰিখে সন্ধিয়া প্ৰায় ৫.৩০ বজাত প্ৰায় ৪০ৰ পৰা ৫০জন দুষ্কৃতিকাৰীয়ে আমাৰ চিচিটিভি কেমেৰাত শিলগুটি নিক্ষেপ কৰা, বিশ্ববিদ্যালয়ৰ সা-সম্পত্তি ভাঙি ধ্বংস কৰাৰ দৰে অবৈধ আৰু অসামাজিক কাম কৰা দেখা গৈছিল।,” এফআইআৰখনত এইদৰে কোৱা হৈছে।

“এফআইআৰত আমি আৰক্ষীক অনুৰোধ কৰিছিলো যে মাফিয়াৰ বিৰুদ্ধে তৎকালীন ব্যৱস্থা ল’ব লাগে। কিন্তু, এই ঘটনা সন্দৰ্ভত এতিয়ালৈকে কোনো লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা নাই।”- জিচিইউৰ পঞ্জীয়কগৰাকীয়ে এইদৰে কয়।

তেওঁ অভিযোগ কৰে যে আজাৰা আৰক্ষীৰ এটা দলে এই কাণ্ডৰ পাঁচজন অভিযুক্তক আটক কৰিছিল যদিও আচৰিত কথাটো হ’ল পিছত আৰক্ষীয়ে তেওঁলোকক মুকলি কৰি দিয়ে।

আজাৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তপন কলিতাৰ সৈতে যোগাযোগ কৰাত তেওঁ কয়, “আমি ঘটনাৰ সৈতে জড়িতসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছো। এতিয়ালৈকে কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাইৰেল নেপালৰ ভিডিঅ’ক লৈ ইউটিউবাৰ অৰ্পিত শৰ্মাৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ ৰুজু

ভাইৰেল নেপালৰ ভিডিঅ’ক লৈ ইউটিউবাৰ অৰ্পিত শৰ্মাৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ ৰুজু

September 14, 2025 12:27 pm
অনলাইন ভিডিঅ’ চাই নিজেই কৰিছিল লিংগ পৰিৱৰ্তনৰ অস্ত্ৰোপচাৰ! তাৰপিছতে যুৱকৰ লটিঘটি

অনলাইন ভিডিঅ’ চাই নিজেই কৰিছিল লিংগ পৰিৱৰ্তনৰ অস্ত্ৰোপচাৰ! তাৰপিছতে যুৱকৰ লটিঘটি

September 14, 2025 12:03 pm
‘প্ৰেম সম্পৰ্কত শাৰীৰিক সম্পৰ্কক ধৰ্ষণ বুলি গণ্য কৰিব নোৱাৰি’- এলাহাবাদ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

‘প্ৰেম সম্পৰ্কত শাৰীৰিক সম্পৰ্কক ধৰ্ষণ বুলি গণ্য কৰিব নোৱাৰি’- এলাহাবাদ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 14, 2025 11:38 am
পাকিস্তানৰ আন এক কু-কৰ্ম! দুখীয়াৰ ভাত কাঢ়ি বানসাহাৰ্যৰে নিৰ্মাণ কৰিলে অপাৰেচন সিন্দুৰত ধ্বংস হোৱা লস্কৰ-ই-তৈবাৰ কাৰ্যালয়

পাকিস্তানৰ আন এক কু-কৰ্ম! দুখীয়াৰ ভাত কাঢ়ি বানসাহাৰ্যৰে নিৰ্মাণ কৰিলে অপাৰেচন সিন্দুৰত ধ্বংস হোৱা লস্কৰ-ই-তৈবাৰ কাৰ্যালয়

September 14, 2025 11:01 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাইৰেল নেপালৰ ভিডিঅ’ক লৈ ইউটিউবাৰ অৰ্পিত শৰ্মাৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ ৰুজু

ভাইৰেল নেপালৰ ভিডিঅ’ক লৈ ইউটিউবাৰ অৰ্পিত শৰ্মাৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ ৰুজু

September 14, 2025 12:27 pm
অনলাইন ভিডিঅ’ চাই নিজেই কৰিছিল লিংগ পৰিৱৰ্তনৰ অস্ত্ৰোপচাৰ! তাৰপিছতে যুৱকৰ লটিঘটি

অনলাইন ভিডিঅ’ চাই নিজেই কৰিছিল লিংগ পৰিৱৰ্তনৰ অস্ত্ৰোপচাৰ! তাৰপিছতে যুৱকৰ লটিঘটি

September 14, 2025 12:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd