• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পৰীক্ষাকেন্দ্ৰত মোবাইল! শিক্ষিত নিবনুৱাক প্ৰতাৰণাৰ অভিযোগ তুলি ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ জাতীয় যুৱ বাহিনী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 12, 2023 9:13 pm
Assam govt job
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলক অসম চৰকাৰে পুনৰ প্ৰতাৰণা কৰিছে। স্বাস্থ্য বিভাগত নিযুক্তিৰ নামত আন এক প্রতাৰণা কৰিছে অসম চৰকাৰে৷ এই অভিযোগ তুলি আজি অসম চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছে ৰাইজৰ দলৰ ছাত্ৰ সংগঠন জাতীয় যুৱ বাহিনী।

আজি অনুষ্ঠিত হোৱা স্বাস্থ্য বিভাগৰ তৃতীয় বৰ্গ নিযুক্তি পৰীক্ষাৰ পিছতে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা এখন বিশেষ ফটোক কেন্দ্ৰ কৰি ৰাজ্য চৰকাৰৰ বিৰুদ্ধে এই অভিযোগ তুলিছে জাতীয় যুৱ বাহিনীয়ে।

Apply Now

এক বিবৃতি যোগে ছাত্ৰ সংগঠনটোৱে অসম চৰকাৰক সমালোচনা কৰি নিকা, স্বচ্ছ নিযুক্তি প্রক্ৰিয়া অবিহনে পৰীক্ষা অনুষ্ঠিত কৰি সমগ্ৰ বিষয়টোৱেই এক ভালুকৰ সাঙীত পৰিণত কৰা চৰকাৰে নিযুক্তিৰ নামত কিমান নাটক ৰচিব বুলি কটাক্ষ কৰে।

বিবৃতিটোত জাতীয় যুৱ বাহিনীয়ে কয়, “PNRD, DIPR, Irrigation, Foreigners Tribunal আৰু লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ নিযুক্তি সম্পৰ্কীয় ব্যাপক খেলিমেলিৰ পাছত এইবাৰ দেখা গ’ল অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ তৃতীয় বৰ্গ নিযুক্তি পৰীক্ষাত বিসংগতি।”

বিবৃতিটোত লগতে কোৱা হৈছে, “ইতিমধ্যে সামাজিক মাধ্যমত আজি হৈ যোৱা তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাৰ প্রশ্ন কাকতৰ আৰু OMR Sheet সংলগ্ন দুখন ফটো ভাইৰেল হৈ পৰিছে। স্বচ্ছ আৰু নিকা পদ্ধতিৰে অনুষ্ঠিত কৰা এটা পৰীক্ষা কেন্দ্ৰত পৰীক্ষাৰ্থীয়ে মোবাইল লৈ যোৱা ঘটনাই এক নজিৰ সৃষ্টি কৰিছে।”

ৰাজ্যৰ লক্ষাধিক নিবনুৱাৰ সৈতে চৰকাৰে ল’ৰা-ধেমালি কৰা বুলি অভিযোগ কৰি জাতীয় যুৱ বাহিনীয়ে ধিক্কাৰ দিয়াৰ লগতে যদি সঠিক সময়ত ইয়াৰ সু-ব্যৱস্থা নলয় তেন্তে অনাগত দিনত যোগ্য শিক্ষিত নিবনুৱা লোকসকলে এই সংস্থাপনৰ পৰা যে বঞ্চিত হ’ব সেয়া নিশ্চিত বুলি দাবী কৰে।

“সেয়েহে আমি অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ লগতে শিক্ষা বিভাগৰ মন্ত্ৰী ডাঙৰীয়াক এই প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে ইয়াৰ সঠিক তদন্ত কৰিবলৈ দাবী জনাইছোঁ।”— প্ৰকাশিত বিবৃতিটোত জাতীয় যুৱ বাহিনীয়ে লগতে কয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm
উদ্যোগপতিৰ স্বাৰ্থত ধ্বংস হ’ব নেকি ডেপোটা হাতী বিচৰণ পথ! চৰকাৰী প্ৰচেষ্টাৰ বিৰুদ্ধে সৰৱ ‘হাতী বন্ধু’কে ধৰি প্ৰকৃতিপ্ৰেমী সংগঠন

উদ্যোগপতিৰ স্বাৰ্থত ধ্বংস হ’ব নেকি ডেপোটা হাতী বিচৰণ পথ! চৰকাৰী প্ৰচেষ্টাৰ বিৰুদ্ধে সৰৱ ‘হাতী বন্ধু’কে ধৰি প্ৰকৃতিপ্ৰেমী সংগঠন

July 6, 2026 7:49 pm
পথাৰৰ কাষত ৰৈ থকা শিশুৰ ওপৰত সাতটাকৈ কুকুৰৰ ভয়ংকৰ আক্ৰমণ, চিকিৎসাধীন অৱস্থাত মৃত্যু

পথাৰৰ কাষত ৰৈ থকা শিশুৰ ওপৰত সাতটাকৈ কুকুৰৰ ভয়ংকৰ আক্ৰমণ, চিকিৎসাধীন অৱস্থাত মৃত্যু

July 6, 2026 7:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd