• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰধানমন্ত্ৰী মোডীৰ সমাৱেশত দিয়া নাই অনুমতি; বিজেপিৰ ৰোষত মেঘালয় চৰকাৰ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 20, 2023 8:49 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Meghalaya denies permission for PM rally প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মেঘালয় ভ্ৰমণৰ পূৰ্বে সৃষ্টি হৈছে এক বিতৰ্কৰ। প্ৰধানমন্ত্ৰী মোডীক ৰাজ্য চৰকাৰে পি এ চাংমা ষ্টেডিয়ামত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰাৰ অনুমতি দিয়া নাই। ক্ৰীড়া বিভাগে বিজেপিক জনাইছে যে ষ্টেডিয়ামৰ নিৰ্মাণ এতিয়াও চলি আছে। সেইকাৰণে তাত প্ৰধানমন্ত্ৰীৰ ৰাজহুৱা সভা আয়োজন কৰিব পৰা নাযাব। দক্ষিণ তুৰা বিধানসভা সমষ্টিত পিএ চাংমা ষ্টেডিয়ামত অৱস্থিত। সমষ্টিটো মুখ্যমন্ত্ৰী কনৰাড কে চাংমাৰ সমষ্টিৰ অন্তৰ্গত।

মেঘালয় চৰকাৰে অনুমতি নিদিয়াৰ পিছত নিৰ্বাচনমুখী ৰাজ্যখনত বিতৰ্কৰ সৃষ্টি হৈছে। ৰাজ্যিক বিজেপিয়ে অসন্তুষ্টি প্ৰকাশ কৰিছে। তেওঁলোকে কৈছে যে শাসনাধীষ্ঠ নেচনেল পিপলছ পাৰ্টি, তৃণমূল কংগ্ৰেছ আৰু অন্যান্য বিৰোধী ৰাজনৈতিক দলসমূহে ৰাজ্যখনত বিজেপিৰ উত্থান ৰুদ্ধ কৰিবলৈ চেষ্টা কৰি আছে। সেইকাৰণে তেওঁলোকে মোডীৰ ৰাজহুৱা সভাৰ অনুমতি দিব নিবিচাৰে।

উল্লেখ্য যে প্ৰধানমন্ত্ৰীয়ে অহা ২৪ ফেব্ৰুৱাৰীত মেঘালয় ভ্ৰমণ কৰাৰ কথা আছে। তেওঁ শ্বিলং আৰু তুৰা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ বাবে স্থান নিৰ্ধাৰণ কৰা হৈছিল।

Apply Now

জিলা নিৰ্বাচন আয়ুক্ত স্বপ্নিল টেম্বে জনায়, “ক্ৰীড়া বিভাগে কৈছে যে ষ্টেডিয়ামত ইমান ডাঙৰ সমাৱেশ আয়োজন কৰিব নোৱাৰি। কাৰণ নিৰ্মাণ এতিয়াও সম্পূৰ্ণ হোৱা নাই। ছাইটটোত বহুতো সামগ্ৰী ৰখা আছে। ৰাজহুৱা সভা হ’লে সেইবোৰ সুৰক্ষিত নহ’বও পাৰে। অৱশ্যে, আলোটগ্ৰে ক্ৰিকেট ষ্টেডিয়ামক এক বিকল্প স্থান হিচাপে বিবেচনা কৰা হৈছে।‘’

মেঘালয়ত ১২৭ কোটি টকা ব্যয়েৰে পি এ চাংমা ষ্টেডিয়াম নিৰ্মাণ কৰা হৈছে। ইয়াৰ ভিতৰত ৯০ শতাংশ ধন কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰিছে। যোৱা বছৰ ১৬ ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ষ্টেডিয়ামখন উদ্বোধন কৰিছিল।

বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ ৰিতুজা সিনহাই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। তেওঁ কয় যে উদ্বোধনৰ দুমাহ পিছত প্ৰধানমন্ত্ৰীৰ সমাৱেশৰ বাবে ষ্টেডিয়ামখন দিয়া হোৱা নাই। কোৱা হৈছে নিৰ্মাণ চলি আছে। কিন্তু এইটো কেনেকৈ সম্ভৱ? বিজেপি নেত্ৰীগৰাকীয়ে আশ্চৰ্য প্ৰকাশ কৰি কয় যে উদ্বোধনৰ পিছতো ষ্টেডিয়ামখন কেনেকৈ অসম্পূৰ্ণ আৰু উপলব্ধ নহয়।

তেওঁ প্ৰশ্ন কৰে যে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কানৰাড চাংমা আৰু তৃণমূল নেতা মুকুল চাংমাই বিজেপিক ভয় কৰিছে নেকি? তেওঁ লগতে কয় যে ৰাজ্য চৰকাৰে প্ৰধানমন্ত্ৰীৰ সমাৱেশ বন্ধ কৰিব পাৰে, কিন্তু ৰাজ্যখনৰ জনসাধাৰণে বিজেপিক ভোট দিবলৈ মন স্থিৰ কৰিছে।

ৰাজ্যিক বিজেপিৰ ফালৰ পৰা জানিবলৈ দিয়া হৈছে যে প্ৰধানমন্ত্ৰী মোডীয়ে ২৪ ফেব্ৰুৱাৰীত শ্বিলঙৰ পিন্থোৰুমখৰা সমষ্টিত এটা ৰোড শ্ব’ অনুষ্ঠিত কৰিব। কিন্তু তুৰাৰ সমাৱেশৰ কি হ’ব সেয়া বিজেপিৰ ৰাজ্যিক নেতৃত্বই এতিয়াও স্পষ্ট কৰিব পৰা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাত্তাই নিদিলে ট্ৰাম্পৰ পৰামৰ্শক! ইৰাণৰ কেইবাটাও অঞ্চলত একেলগে এয়াৰষ্ট্ৰাইক ইজৰাইলৰ

পাত্তাই নিদিলে ট্ৰাম্পৰ পৰামৰ্শক! ইৰাণৰ কেইবাটাও অঞ্চলত একেলগে এয়াৰষ্ট্ৰাইক ইজৰাইলৰ

June 8, 2026 9:31 am
ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ চৌহদৰ পৰা নিৰুদ্দিষ্ট হোৱা যুৱকৰ সন্ধানত উদ্বিগ্ন পৰিয়াল

ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ চৌহদৰ পৰা নিৰুদ্দিষ্ট হোৱা যুৱকৰ সন্ধানত উদ্বিগ্ন পৰিয়াল

June 8, 2026 8:42 am
ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠকৰ পূৰ্বে মমতা-কেজৰিৱালৰ গোপন বৈঠকক লৈ বৃদ্ধি পাইছে জল্পনা-কল্পনা

ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠকৰ পূৰ্বে মমতা-কেজৰিৱালৰ গোপন বৈঠকক লৈ বৃদ্ধি পাইছে জল্পনা-কল্পনা

June 8, 2026 8:11 am
‘আপুনি হয় মূৰ্খ নহয় অসৎ’, সাক্ষাৎকাৰৰ মাজতে মাইক্ৰ’ফোন দলিয়াই উঠি গ’ল ড’নাল্ড ট্ৰাম্প

‘আপুনি হয় মূৰ্খ নহয় অসৎ’, সাক্ষাৎকাৰৰ মাজতে মাইক্ৰ’ফোন দলিয়াই উঠি গ’ল ড’নাল্ড ট্ৰাম্প

June 8, 2026 7:42 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাত্তাই নিদিলে ট্ৰাম্পৰ পৰামৰ্শক! ইৰাণৰ কেইবাটাও অঞ্চলত একেলগে এয়াৰষ্ট্ৰাইক ইজৰাইলৰ

পাত্তাই নিদিলে ট্ৰাম্পৰ পৰামৰ্শক! ইৰাণৰ কেইবাটাও অঞ্চলত একেলগে এয়াৰষ্ট্ৰাইক ইজৰাইলৰ

June 8, 2026 9:31 am
ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ চৌহদৰ পৰা নিৰুদ্দিষ্ট হোৱা যুৱকৰ সন্ধানত উদ্বিগ্ন পৰিয়াল

ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ চৌহদৰ পৰা নিৰুদ্দিষ্ট হোৱা যুৱকৰ সন্ধানত উদ্বিগ্ন পৰিয়াল

June 8, 2026 8:42 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd