• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

স্বাভাৱিক হোৱাৰ দিশে পৰ্যটন খণ্ড! কৰোণা কালৰ পাছত দেশত বিদেশী পৰ্যটকৰ ভিৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 23, 2023 9:05 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহামাৰী কৰোণাই দেশৰ পৰ্যটক খণ্ডৰ কঁকাল ভাঙি থৈ গৈছিল। কৰোণা কালৰ পাছত দেশৰ পৰ্যটন খণ্ড প্ৰায়ে বন্ধ হৈ পৰাত খণ্ডটোত কৰ্মৰত লোকলকল কৰ্মসংস্থাপনহীন হৈ পৰিছিল।

কিন্তু, যোৱা কেইমাহমানৰ পৰা দেশৰ পৰ্যটন খণ্ডটো পুনৰ ঠন ধৰি উঠা দেখা গৈছে। বিশেষকৈ ভাৰতলৈ বিদেশী পৰ্যটকৰ পৰিমাণ ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে। এক তথ্য অনুসৰি যোৱা এটা বছৰৰ ব্যৱধানত পৰ্যটকৰ হাৰ তিনিশ শতাংশতকৈও অধিক বৃদ্ধি পাইছে।

কেন্দ্ৰীয় চৰকাৰৰে শেহতীয়াকৈ সংসদত দাখিল কৰা ২০২২ চনৰ প্ৰতিবেদনত দেখা গৈছে বছৰটোত বিদেশী পৰ্যটকৰ সোঁত ক্ৰমশঃ বৃদ্ধি পাবলৈ ধৰিছে আৰু পঞ্জাব, দিল্লী আৰু মহাৰাষ্ট্ৰ এই ক্ষেত্ৰত শীৰ্ষ তিনিটা স্থানত আছে।

Apply Now

প্ৰতিবেদনত যোৱা তিনি বছৰৰ পৰ্যটন খণ্ডৰ তথ্যসমূহ সন্নিৱিষ্ট কৰিছে কেন্দ্ৰীয় চৰকাৰে। এই তথ্য অনুসৰি ২০২০ চনত দেশত বিদেশী পৰ্যটন (এ এফ টি) ২.৭৪ লাখ আছিল, যিটো ২০২১ চনত ১.৫২ লাখলৈ হ্ৰাস পাইছিল। কিন্তু কৰোণা কালৰ পাছত ভাৰতলৈ অহা বিদেশী পৰ্যটকৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে।

২০২২ চনত বিদেশী পৰ্যটকৰ সংখ্যা ৬.১৯ লাখলৈ বৃদ্ধি পাইছে। প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে ২০২১ আৰু ২০২২ চনৰ তুলনাত এ এফ টিত ৩০৫.৪০ শতাংশ বৃদ্ধি হৈছে। অৱশ্যে ভ্ৰমণ কৰা স্থানৰ ভিত্তিত মন্ত্ৰালয়ে এই প্ৰতিবেদন প্ৰস্তুত নকৰে।

২০২১ চনত দেশৰ ভিতৰতে সৰ্বাধিক এ এফ টি থকা ৰাজ্যসমূহ হৈছে পঞ্জাৱ, দিল্লী আৰু মহাৰাষ্ট্ৰ। এই সময়ছোৱাত ১,০০,১৭৮ জনে দিল্লী, ১,৮৫,৬৪৩ জনে মহাৰাষ্ট্ৰ আৰু ৩,০৮,১৩৫ জন পৰ্যটকে পঞ্জাৱ ভ্ৰমণ কৰিছিল।

দেশৰ ৩৭ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত এই সংখ্যা মুঠ ১০,৫৪,৬৪২ জন আছিল। আনহাতে ২০১৯ চনত এই সংখ্যা আছিল ৩১,৪০৮,৬৬৬ জন আৰু ২০২০ চনত এই সংখ্যা আছিল ৭১, ৭১,৭৬৯ জন।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd