• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিশিষ্ট সমাজ বিজ্ঞানী ইন্দিবৰ দেউৰী আৰু নাই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 7, 2023 9:20 am
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ সমাজ জীৱনলৈ চিন্তা, অধ্যয়ন আৰু যুক্তিৰে অভূতপূৰ্ব বৰঙনি আগবঢ়াই যোৱা বিশিষ্ট সমাজ বিজ্ঞানী তথা নৃগোষ্ঠীবিদ ইন্দিবৰ দেউৰী আৰু নাই। মঙলবাৰে পুৱা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ কৰে বৌদ্ধিক জগতৰ মহীৰূহ গৰাকীয়ে।

নীৰৱে চিন্তা আৰু অধ্যয়নৰ সাধনা কৰি যোৱা ইন্দিবৰ দেউৰী আছিল জননেতা ভীমবৰ দেউৰীৰ সুযোগ্য সন্তান। অসমৰ জাতি–জনজাতিসমূহৰ নৃগোষ্ঠীয় আৰু সাংস্কৃতিক পৰিচয়ৰ বিষয়ে যথেষ্ট প্ৰামাণিক আৰু গুৰুত্বপূৰ্ণ লেখা লিখিছিল ইন্দিবৰ দেউৰীয়ে। ইয়াৰ উপৰিও বৈজ্ঞানিক চিন্তাধাৰা আৰু যুক্তিবাদ সম্পৰ্কতো যথেষ্ট প্ৰগতিশীল লেখা লিখি অনেক পঢ়ুৱৈক পোহৰৰ বাট দেখুৱাইছিল ইন্দিবৰ দেউৰীয়ে। অসমৰ যুক্তিবাদী আন্দোলনৰ এজন আগশাৰীৰ সংগ্ৰামী আছিল ইন্দিবৰ দেউৰী।

Apply Now

২০০৮ জনত ‘যুক্তি–বিকাশ’ নামৰ এখন মূল্যৱান পুথি প্ৰকাশ কৰিছিল ইন্দিবৰ দেউৰীয়ে। ইয়াৰ উপৰিও প্ৰসেনজিৎ চৌধুৰীৰ লগত যুটীয়াভাবে সম্পাদনা কৰি উলিয়াইছিল ‘যুক্তিৰ পোহৰত সমাজ‘ নামৰ এখন গ্ৰন্থ।

“জনগোষ্ঠীয় সমস্যা:অতীত বৰ্তমান আৰু ভৱিষ্যত” শীৰ্ষক গ্ৰন্থখনত তেওঁ অসমৰ প্ৰতিটো নৃগোষ্ঠীয় জনগোষ্ঠীৰ বিষয়ে ভালেমান প্ৰৱন্ধ লিখিছে। এই গ্ৰন্থখন অসমৰ প্ৰতিটো জনগোষ্ঠীৰ সাংস্কৃতিক পৰিচয়, ইতিহাস আৰু সমস্যাৰ কথা যি যুক্তি, প্ৰমাণ আৰু সাৱলীলভাবে উল্লেখ কৰিছে সেয়া আন ক’তো পাবলৈ নাই।

ইয়াৰ উপৰিও জ্যোতি প্ৰসাদ আগৰৱালা আৰু বিষ্ণু প্ৰসাদ ৰাভাৰ অৱদানক বিভিন্ন লেখাৰ মাজেৰে মূল্যাংকন কৰি গৈছে সমাজ বিজ্ঞানীগৰাকীয়ে।

ইন্দিবৰ দেউৰীৰ বিয়োগ অসমৰ সমাজ জীৱনৰ বাবে সদায় এক অপূৰণীয় ক্ষতি হিচাপে চিহ্নিত হৈ ৰব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাছিয়াৰ ড্ৰোন আক্ৰমণত জেলেনস্কিৰ গৃহ চহৰত ১৪ জন লোকৰ মৃত্যু, ১২১ জন আহত

ৰাছিয়াৰ ড্ৰোন আক্ৰমণত জেলেনস্কিৰ গৃহ চহৰত ১৪ জন লোকৰ মৃত্যু, ১২১ জন আহত

August 22, 2026 8:44 am
আকৌ গৰ্ভধাৰণ কৰিলে নেকি অভিনেত্ৰী কৰীনা কাপুৰে? তৃতীয় সন্তানক লৈ চলা উৰাবাতৰি সম্পৰ্কে মুখ খুলিলে গৰাকীয়ে

আকৌ গৰ্ভধাৰণ কৰিলে নেকি অভিনেত্ৰী কৰীনা কাপুৰে? তৃতীয় সন্তানক লৈ চলা উৰাবাতৰি সম্পৰ্কে মুখ খুলিলে গৰাকীয়ে

August 22, 2026 8:39 am
দিল্লিত ১,৭৭৭ জনৰ শৰীৰত ছোৱাইন ফ্লুৰ সংক্ৰমণ ; চৰকাৰ নিৰ্লিপ্ততাক লৈ প্ৰশ্ন আপৰ

দিল্লিত ১,৭৭৭ জনৰ শৰীৰত ছোৱাইন ফ্লুৰ সংক্ৰমণ ; চৰকাৰ নিৰ্লিপ্ততাক লৈ প্ৰশ্ন আপৰ

August 22, 2026 8:05 am
পুনৰ দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ; ‘সংৰক্ষণ নীতিৰ’ বিৰুদ্ধে বিশাল সমাৱেশ, আটক কেইবাজনো

পুনৰ দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ; ‘সংৰক্ষণ নীতিৰ’ বিৰুদ্ধে বিশাল সমাৱেশ, আটক কেইবাজনো

August 22, 2026 8:05 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাছিয়াৰ ড্ৰোন আক্ৰমণত জেলেনস্কিৰ গৃহ চহৰত ১৪ জন লোকৰ মৃত্যু, ১২১ জন আহত

ৰাছিয়াৰ ড্ৰোন আক্ৰমণত জেলেনস্কিৰ গৃহ চহৰত ১৪ জন লোকৰ মৃত্যু, ১২১ জন আহত

August 22, 2026 8:44 am
আকৌ গৰ্ভধাৰণ কৰিলে নেকি অভিনেত্ৰী কৰীনা কাপুৰে? তৃতীয় সন্তানক লৈ চলা উৰাবাতৰি সম্পৰ্কে মুখ খুলিলে গৰাকীয়ে

আকৌ গৰ্ভধাৰণ কৰিলে নেকি অভিনেত্ৰী কৰীনা কাপুৰে? তৃতীয় সন্তানক লৈ চলা উৰাবাতৰি সম্পৰ্কে মুখ খুলিলে গৰাকীয়ে

August 22, 2026 8:39 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd