• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ভাৰতত ইউৰোপ-আমেৰিকাৰ হস্তক্ষেপ বিচাৰিছে ৰাহুল গান্ধীয়ে! অভিযোগ বিজেপিৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 7, 2023 7:02 pm
BJP on Rahul Gandhi
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বৰ অগ্ৰণী শৈক্ষিক প্ৰতিষ্ঠান লণ্ডনস্থিত কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে নিজ ভাষণত ভাৰতীয় গণতন্ত্ৰ আক্ৰমণৰ সন্মুখীন হৈছে বুলি কৰা মন্তব্যই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। বিশেষকৈ শাসকীয় বিজেপিয়ে গান্ধীৰ এই মন্তব্যৰ প্ৰতিক্ৰিয়াত তেওঁক কঠোৰ সমালোচনা কৰিছে।

লগতে বিজেপিয়ে গান্ধীৰ বিৰুদ্ধে তুলিছে আন এক গুৰুতৰ অভিযোগ। বিজেপিৰ মতে ৰাহুল গান্ধীয়ে ভাৰতৰ ওপৰত আমেৰিকা আৰু ইউৰোপৰ হস্তক্ষেপ বিচাৰিছে। লগতে ৰাহুল গান্ধীয়ে বিদেশৰ মাটিত দেশক লজ্জিত কৰা বুলিও দাবী কৰিছে বিজেপিয়ে।

Apply Now

বিজেপিৰ মুখপাত্ৰ ৰবি শংকৰ প্ৰসাদে এক বিবৃতিত ৰাহুল গান্ধীয়ে ভাষণত ভাৰতৰ গণতন্ত্ৰ, ৰাজনীতি, সংসদ, ৰাজনৈতিক ব্যৱস্থা আৰু ন্যায়িক ব্যৱস্থাক লজ্জিত কৰিব বিচাৰিছে বুলি অভিযোগ কৰে।

প্ৰসাদে এই প্ৰসঙ্গতে ৰাহুল গান্ধীয়ে গণতন্ত্ৰক বচাবলৈ ইউৰোপ আৰু আমেৰিকাই হস্তক্ষেপ কৰা বিচাৰে নেকি বুলিও প্ৰশ্ন তোলে। “যি চৰকাৰেই নহওক কিয়, আমি আমাৰ আভ্যন্তৰীণ বিষয়ত কোনো ধৰণৰ হস্তক্ষেপৰ তীব্ৰ বিৰোধিতা কৰি আহিছো।”— প্ৰসাদে লগতে কয়।

ভাৰতৰ আভ্যন্তৰীণ বিষয়ত কোনো বিদেশী দেশে হস্তক্ষেপ কৰিব নালাগে বুলি উল্লেখ কৰি বিজেপি নেতাগৰাকীয়ে লগতে ৰাহুল গান্ধীৰ এই মন্তব্যৰ ওপৰত কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গে আৰু পূৰ্ব সভাপতি ছোনিয়া গান্ধীৰ স্পষ্টীকৰণৰ দাবী কৰে।

মল্লিকাৰ্জুন খৰ্গেই নিজকে যদি কংগ্ৰেছৰ নিৰ্বাচিত সভাপতি বুলি অনুভৱ কৰে, তেন্তে গণতন্ত্ৰ পুনৰুদ্ধাৰ কৰিবলৈ আমেৰিকা আৰু ইউৰোপে ভাৰতত হস্তক্ষেপ কৰিব লাগিব বুলি ৰাহুল গান্ধীয়ে কৰা দায়িত্বহীন আৰু লজ্জাজনক মন্তব্যক সমৰ্থন কৰেনে, সেয়া বিজেপিয়ে জানিব বিচাৰে বুলি প্ৰসাদে কংগ্ৰেছ সভাপতিগৰাকীক জবাবদিহি কৰিছে।

তেওঁ লগতে ৰাহুল গান্ধীৰ মন্তব্যক সম্পূৰ্ণ দায়িত্বহীন বুলি উল্লেখ কৰি এই মন্তব্যৰ ওপৰত ছোনীয়া গান্ধীৰ স্থিতি স্পষ্ট কৰিবলৈ বিজেপিয়ে আহ্বান জনাইছে বুলি বিবৃতিটোত উল্লেখ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd