• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home মনোৰঞ্জন চলচ্চিত্ৰ

জনপ্ৰিয় অভিনেতা সতীশ কৌশিক আৰু নাই –

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 9, 2023 9:00 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ওৰেটো জীৱন চিনেমা আৰু নাটকত অভিনয় কৰি দৰ্শকক মোহাচ্ছন্ন কৰি ৰখা সতীশ কৌশিক আৰু নাই। বৃহস্পতিবাৰে পুৱা বলীউডৰ বলিষ্ঠ অভিনেতা তথা পৰিচালক সতীশ কৌশিকে ৬৬ বছৰ বয়সত হৃদৰোগত আক্ৰান্ত হৈ জীৱন নাটৰ পৰা মেলানি মাগে। মৃত্যুৰ সময়ত অভিনেতাগৰাকীয়ে তেওঁ পত্নী আৰু কন্যাক এৰি থৈ যায়।

আজি পুৱা এই খবৰটো তেওঁৰ বন্ধু তথা ৰাষ্ট্ৰীয় বঁটা বিজয়ী অভিনেতা অনুপম খেৰে এক টুইটযোগে জনাইছে।।

Apply Now

খেৰে নিজৰ আৰু কৌশিকৰ এখন ছবি শ্বেয়াৰ কৰি টুইটযোগে কয়, “মই জানো ‘মৃত্যু এই পৃথিৱীৰ চূড়ান্ত সত্য!’ কিন্তু মই সপোনতো ভবা নাছিলো যে মই জীয়াই থকাৰ সময়ত মোৰ প্ৰিয় বন্ধু সতীশ কৌশিকৰ মৃত্যুৰ কথা লিখিম ।”

লগতে বলীউডৰ অভিনেত্ৰী কংগনা ৰানাউটেও টুইটাৰত প্ৰবীণ অভিনেতা–পৰিচালকগৰাকীক শেষ শ্ৰদ্ধা জনায়।

ৰানাৱটে লিখিছে, “এজন অতি সফল অভিনেতা আৰু পৰিচালক সতীশ কৌশিকজী ব্যক্তিগতভাৱেও আছিল এজন অতি দয়ালু আৰু প্ৰকৃত মানুহ।” চলিত বৰ্ষৰ অক্টোবৰ মাহত মুক্তি পাবলগীয়া এখন ছবিত ৰানাৱত আৰু কৌশিকে একেলগে অভিনয় কৰিছে।

সতীশ কৌশিকে ১৯৫৬ চনৰ ১৩ এপ্ৰিলত হাৰিয়ানাত জন্মগ্ৰহণ কৰিছিল । বলীউডত ভৰি দিয়াৰ আগতে কৌশিক আছিল নাট্যশিল্পী। মিষ্টাৰ ইণ্ডিয়া (১৯৮৭), জানে ভি ডো ইয়াৰন (১৯৮৩), সাজন চালে ছাছুৰাল (১৯৯৬), বাদে মিয়ান ছোটে মিয়ান (১৯৯৮), উদতা পঞ্জাব (২০১৬), আৰু ছুৰমা (২০১৮) আদি ছবিত অভিনয়ৰ বাবে তেওঁ খ্যাতি অৰ্জন কৰিছিল।

২০২২ চনত আমাজন প্ৰাইম ভিডিঅ’ত মুক্তি পোৱা ঋষি কাপুৰৰ শেষৰখন ছবি ‘শৰ্মাজী নামকীন’তো তেওঁক দেখা গৈছিল। ১৯৯০ চনত ৰাম লক্ষণৰ বাবে আৰু ১৯৯৭ চনত ‘সাজন চালে ছাছুৰাল‘ৰ বাবে ফিল্মফেয়াৰ শ্ৰেষ্ঠ কমেডিয়ান বঁটাও লাভ কৰিছিল সতীশ কৌশিকে।

এতিয়া এইদৰে হঠাৎ অভিনেতা জনৰ মৃত্যুৱে বলিউডত এক শূন্যতাৰ সৃষ্টি কৰাৰ লগতে শোকৰ ছাঁ পেলাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

June 16, 2026 9:13 pm
নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

June 16, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd