• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অস্ত্ৰোপচাৰৰ সময়ত পেটৰ পৰা বাহিৰ হ’ল সুৰাৰ বটল; দেখি চকু কপালত উঠিল চিকিৎসকৰ!

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
March 11, 2023 10:12 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এজন মানুহে তীব্ৰ পেটৰ বিষত চিকিৎসকৰ ওচৰলৈ গৈছিল। চিকিৎসকে তেওঁক বিষৰ কাৰণ চিনাক্ত কৰিবলৈ শাৰীৰিক পৰীক্ষা কৰিবলৈ কয়। পৰীক্ষাৰ প্ৰতিবেদন পোৱাৰ পিছত চিকিৎসকৰ চকু কপালত উঠিল। ৰিপ’ৰ্ট দেখা গ’ল যে ব্যক্তিজনৰ পেটৰ ভিতৰত সুৰাৰ বটল এটা আছে। আৰু তাৰ বাবেই তেওঁ তীব্ৰ পেটৰ বিষত ভুগি আছে। পিছত অস্ত্ৰোপচাৰৰ কৰি বটলটো আঁতৰ কৰা হয়।

২৬ বছৰীয়া নুৰছাদ মনচুৰীৰ লগত ঘটিছিল এই আচৰিত ঘটনাটো। তেওঁৰ ঘৰ নেপালৰ ৰাউতাহাট জিলাৰ গুজাৰা পৌৰসভা এলেকাত। স্থানীয় সংবাদ মাধ্যমৰ মতে, শুকুৰবাৰে নুৰছাদৰ প্ৰায় আঢ়ৈ ঘণ্টা অস্ত্ৰোপচাৰ চলিছিল। পাঁচ দিন আগতে, তেওঁক পেটৰ তীব্ৰ বিষত স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

লগতে পঢ়ক: বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধ ৰাজ্যৰ ১০টা ৰাজনৈতিক দল; এলাগী আপ, এআইইউডিএফ, তৃণমূল!

Apply Now

নুৰছাদৰ অস্ত্ৰোপচাৰৰ সৈতে জড়িত এজন চিকিৎসকে সংবাদ মাধ্যমক কয় যে নুৰছাদে পেটৰ ভিতৰত এটা সুৰাৰ বটল লৈ ঘূৰি ফুৰিছিল। সেইকাৰণে তেওঁৰ পেটত বিষ হৈছিল। বটলটোৱে তেওঁৰ অন্ত্ৰ ক্ষতিগ্ৰস্ত কৰিছিল। অস্ত্ৰোপচাৰৰ পিছত নুৰছাদ এতিয়া বিপদমুক্ত হৈছে।

কিন্তু প্ৰশ্ন হয় যে কেনেকৈ সুৰাৰ বটল এটা নুৰছাদৰ পেটলৈ গৈছিল। আচৰিত ঘটনাটো আৰক্ষীৰ ওচৰো পায়গৈ। কাৰণটো বিচাৰিবলৈ আৰক্ষী তদন্তত নামিছে। তদন্ত চলি আছে। অৱশ্যে, প্ৰাৰম্ভিক অনুসন্ধানৰ পিছত আৰক্ষীয়ে ধাৰণা কৰে যে বন্ধুসকলে সুৰাৰ আড্ডাত নুৰছাদৰ সৈতে এনে কাম কৰিব পাৰে। সুৰাপান কৰাৰ পিছত মাতাল অৱস্থাত হয়তো নুৰছাদৰ মলদ্বাৰৰ মাজেৰে সুৰাৰ বটলটো বলপূৰ্বক সুমুৱাই দিয়া হৈছিল।

লগতে পঢ়ক:প্ৰযুক্তিৰ যুদ্ধ! টুইটাৰক প্ৰত্যাহ্বান জনাই এটা নতুন এপ লৈ আহিছে মেটাই! কি আছে ইয়াত?

আৰক্ষীয়ে সন্দেহৰ ভিত্তিত নুৰছাদৰ বন্ধুবৰ্গক জেৰা কৰি আছে। আৰক্ষীয়ে শ্বেখ শ্বামীম নামৰ এজন লোকক সন্দেহজনক হিচাপে গ্ৰেপ্তাৰ কৰিছে। শ্বামীম নুৰছাদৰ এজন বন্ধু।

ৰাউতাহাটৰ আৰক্ষী অধীক্ষক বীৰ বাহাদুৰ বৌদ্ধই কয়, “আমি ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিম। শ্বামীমকে ধৰি নুৰছাদৰ সকলো বন্ধুক সোধা-পোছা কৰা হ’ব।‘’

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভিৰৰ অনুমানেই নাছিল দিল্লী আৰক্ষীৰ, চোৰাংচোৱা ব্যৰ্থতাত ক্ষুব্ধ চৰকাৰ; উঠিল মোডীৰ পদত্যাগৰো দাবী

ভিৰৰ অনুমানেই নাছিল দিল্লী আৰক্ষীৰ, চোৰাংচোৱা ব্যৰ্থতাত ক্ষুব্ধ চৰকাৰ; উঠিল মোডীৰ পদত্যাগৰো দাবী

July 21, 2026 10:37 am
দিল্লীত সংসদ ভৱনৰ সন্মুখত উত্তাল প্ৰতিবাদ! আৰক্ষী-প্ৰতিবাদকাৰীৰ মাজত তীব্ৰ সংঘৰ্ষ, ৭০ জনক আটক

দিল্লীত সংসদ ভৱনৰ সন্মুখত উত্তাল প্ৰতিবাদ! আৰক্ষী-প্ৰতিবাদকাৰীৰ মাজত তীব্ৰ সংঘৰ্ষ, ৭০ জনক আটক

July 21, 2026 9:58 am
ছিকিমৰ টানেলত ভূমিস্খলনত ৭ জনৰ মৃত্যু; এতিয়াও সুৰংগত আবদ্ধ হৈ আছে একাধিক, বৰ্তমান  কি পৰিস্থিতি?

ছিকিমৰ টানেলত ভূমিস্খলনত ৭ জনৰ মৃত্যু; এতিয়াও সুৰংগত আবদ্ধ হৈ আছে একাধিক, বৰ্তমান কি পৰিস্থিতি?

July 21, 2026 9:22 am
ইৰাণৰ ওপৰত একেৰাহে দশম নিশা আমেৰিকাৰ আক্ৰমণ! মিত্ৰৰাষ্ট্ৰত আক্ৰমণৰ পিছত ট্ৰাম্পৰ কঠোৰ সকীয়নি

ইৰাণৰ ওপৰত একেৰাহে দশম নিশা আমেৰিকাৰ আক্ৰমণ! মিত্ৰৰাষ্ট্ৰত আক্ৰমণৰ পিছত ট্ৰাম্পৰ কঠোৰ সকীয়নি

July 21, 2026 8:51 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভিৰৰ অনুমানেই নাছিল দিল্লী আৰক্ষীৰ, চোৰাংচোৱা ব্যৰ্থতাত ক্ষুব্ধ চৰকাৰ; উঠিল মোডীৰ পদত্যাগৰো দাবী

ভিৰৰ অনুমানেই নাছিল দিল্লী আৰক্ষীৰ, চোৰাংচোৱা ব্যৰ্থতাত ক্ষুব্ধ চৰকাৰ; উঠিল মোডীৰ পদত্যাগৰো দাবী

July 21, 2026 10:37 am
দিল্লীত সংসদ ভৱনৰ সন্মুখত উত্তাল প্ৰতিবাদ! আৰক্ষী-প্ৰতিবাদকাৰীৰ মাজত তীব্ৰ সংঘৰ্ষ, ৭০ জনক আটক

দিল্লীত সংসদ ভৱনৰ সন্মুখত উত্তাল প্ৰতিবাদ! আৰক্ষী-প্ৰতিবাদকাৰীৰ মাজত তীব্ৰ সংঘৰ্ষ, ৭০ জনক আটক

July 21, 2026 9:58 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd