• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

পাঁচজনীয়া ন্যায়াধীশৰ সাংবিধানিক বিচাৰপীঠে গ্ৰহণ কৰিব সমলিংগ বিবাহৰ স্বীকৃতি বিচাৰি কৰা আবেদনৰ শুনানি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 13, 2023 7:37 pm
same-sex marriage
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশত সমলিংগ বিবাহৰ সাংবিধানিক স্বীকৃতি বিচাৰি উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদন পাঁচজনীয়া ন্যায়াধীশৰ সাংবিধানিক বিচাৰপীঠৰ শুনানিৰ বাবে প্ৰেৰণ কৰিছে উচ্চতম ন্যায়ালয়ে। এই পাঁচজনীয়া ন্যায়াধীশৰ সাংবিধানিক বিচাৰপীঠে ১৮ এপ্ৰিলৰ পৰা বিষয়টোৰ শুনানি আৰম্ভ কৰিব।

সোমবাৰে ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কেন্দ্ৰৰ হৈ যুক্তি প্ৰদৰ্শন কৰি কয় যে প্ৰেম, প্ৰকাশ আৰু পছন্দৰ স্বাধীনতাৰ অধিকাৰ ইতিমধ্যে ৰক্ষা কৰা হৈছে আৰু সেই অধিকাৰত কোনেও হস্তক্ষেপ কৰা নাই। কিন্তু ইয়াৰ অৰ্থ বিবাহৰ অধিকাৰ প্ৰদান কৰা নহয় বুলি তেওঁ লগতে কয়।

Apply Now

মেহতাই লগতে কয় যে সমলিংগ লোকৰ মাজত স্বীকৃতিপ্ৰাপ্ত কাৰ্য হিচাপে বিবাহ হোৱাৰ লগে লগে দত্তক লোৱাৰ ক্ষেত্ৰত প্ৰশ্ন উত্থাপন হ’ব। আৰু সেয়েহে সংসদে শিশুটিৰ মনোবিজ্ঞান মূল্যায়ন কৰিব লাগিব।

ছলিচিটৰ জেনেৰেল মেহতাৰ এই যুক্তিৰ প্ৰতি সহাঁৰি জনাইআমুখ ন্যায়াধীশ চন্দ্ৰচূড়ে সমকামী দম্পতীৰ দত্তক সন্তান সমকামী যে হ’বই লাগিব, সেয়া ক’ব নোৱাৰি বুলি মন্তব্য কৰে।

মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে লগতে কয়, “আমাৰ মতে সংবিধানৰ এ ১৪৫(৩)ৰ প্ৰতি যথাযথ লক্ষ্য ৰাখি এই আদালতৰ পাঁচজন ন্যায়াধীশৰ বিচাৰপীঠে উত্থাপিত বিষয়সমূহ সমাধান কৰিলে উপযুক্ত হ’ব। সেয়ে আমি বিষয়টোক সংবিধানৰ বিচাৰপীঠৰ সন্মুখত ৰখাৰ নিৰ্দেশ দিওঁ।”

উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰে দেওবাৰে সমলিংগ বিবাহৰ স্বীকৃতিৰ বিৰোধিতা কৰি সমলিংগ বিবাহৰ ধাৰণা ভাৰতীয় পৰম্পৰাৰ বিৰুদ্ধে বুলি উল্লেখ কৰিছিল। চৰকাৰে লগতে সমকামী দম্পতীৰ মাজত বিবাহক স্বীকৃতি দিলে ভাৰতীয় পৰিয়ালৰ ধাৰণাটোৰ পৰা বিচ্যুতি ঘটিব বুলি উল্লেখ কৰিছিল।

আজি উচ্চতম ন্যায়ালয়ে বিষয়টোক প্ৰাথমিক গুৰুত্বসম্পন্ন বিষয় বুলি উল্লেখ কৰে আৰু এই গোচৰৰ ৰায়ে সমাজৰ ওপৰত বৃহৎ প্ৰভাৱ পেলাব বুলি মন্তব্য কৰে। পাঁচজনীয়া বিচাৰপীঠে এই বিষয়ৰ শুনানি গ্ৰহণ কৰাৰ সময়ত আদালতৰ কাৰ্যবিধি লাইভ ষ্ট্ৰীম কৰা হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd