• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আদানী বিতৰ্কক লৈ দিল্লীত প্ৰতিবাদ কংগ্ৰেছৰ: ডিঙিত দুইহাজাৰ টকীয়া নোটৰ মালা আঁৰি প্ৰতিবাদত নামিল দৰা!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 16, 2023 8:58 pm
groom in Congress's protest
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকান প্ৰতিষ্ঠান হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনে পোহৰলৈ অনা আদানী গোটৰ জালিয়াতিৰ অভিযোগক লৈ চৰকাৰৰ স্থিতিৰ বিৰোধিতাৰে আজি দিল্লীত প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছে। কংগ্ৰেছৰ এই প্ৰতিবাদৰ সময়তে এক অভিনৱ দৃশ্য পৰিলক্ষিত হয়।

কুৰ্তা-পাইজামা আৰু পৰম্পৰাগত নিয়ম অনুসৰি পৰিধান কৰা পাগুৰিৰে সজ্জিত আৰু ২০০০ টকীয়া নোটৰ মালা পিন্ধি এই প্ৰতিবাদত চামিল হয় এগৰাকী দৰা!

প্ৰতিবাদী সমদলটোক বাধা দিবলৈ আৰক্ষীয়ে পথৰ মাজত বেৰিকেড সাজি সষ্টম হৈ পৰে। বেৰিকেডৰ সিপাৰৰ পৰা আৰক্ষীয়ে প্ৰতিবাদকাৰীক শান্তি বজাই ৰাখিবলৈ আহ্বান জনোৱাৰ সময়তে প্ৰতিবাদকাৰীসকলে দৰাৰ সাজত থকা ব্যক্তিগৰাকীক দাঙি বেৰিকেড পাৰ কৰি পঠিয়াবলৈ চেষ্টা কৰে।

আৰক্ষীয়ে প্ৰতিবাদী কংগ্ৰেছ কৰ্মীসকলৰ এই কাৰ্যত বাধা প্ৰদান কৰি দৰাৰ সাজত থকা ব্যক্তিগৰাকীক তললৈ নমাই আনে। এই সমগ্ৰ দৃশ্যৰ ভাইৰেল হৈ পৰা এক ভিডিঅ’ত আৰক্ষীয়ে ব্যক্তিগৰাকীক লক্ষ্য কৰি তেওঁ আঘাত পাব পাৰে বুলি সজাগ কৰি দিয়া শুনিবলৈ পোৱা গৈছে।

 

#WATCH | Delhi: During Congress’ protest over Adani row, one of the protesters, dressed like a groom tries to cross the barricade pic.twitter.com/nYEGKmHLVo

— ANI (@ANI) March 16, 2023

উল্লেখ্য যে, আমেৰিকাৰ হিণ্ডেনবাৰ্গ ৰিচাৰ্চে আদানী গোটৰ বিৰুদ্ধে প্ৰৱঞ্চনামূলক লেনদেন আৰু শ্বেয়াৰৰ মূল্যত অনিয়মকে ধৰি বহু গুৰুতৰ অভিযোগ উত্থাপন কৰাৰ পিছতে বিৰোধী কংগ্ৰেছে চৰকাৰৰ ওপৰত এই বিষয়ক লৈ ধাৰাবাহিকভাৱে আক্ৰমণ কৰি আহিছে।

কংগ্ৰেছৰ লগতে অন্যান্য বিৰোধী দলসমূহেও আদানীৰ ওপৰত উত্থাপিত অভিযোগ সন্দৰ্ভত তদন্ত দাবী কৰি চৰকাৰক জবাবদিহি কৰি আহিছে। বুধবাৰে কংগ্ৰেছসহ বিৰোধী দলসমূহে সংসদৰ পৰা এনফৰ্চমেণ্ট ডাইৰেক্টৰেটৰ কাৰ্যালয়লৈ এই বিষয়ৰ প্ৰতিবাদত সমদল উলিয়াবলৈ চেষ্টা কৰিছিল।

কিন্তু বিৰোধীৰ এই পৰিকল্পনাৰ পাছতে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৰ কাৰ্যালয়ৰ বাহিৰত বিপুল হাৰত আৰক্ষী আৰু চি আৰ পি এফ বাহিনী মোতায়েন কৰা হয় আৰু বিৰোধী সদস্যসকলৰ এই পৰিকল্পনাত বাধা আৰোপ কৰা হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd