• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কুনো ৰাষ্ট্ৰীয় উদ্যানৰ নতুন অতিথি! চাৰিটা পোৱালী জগিল নামিবিয়াৰ পৰা অনা চিতাৰ (ভিডিঅ’ চাওক)

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
March 29, 2023 7:10 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মধ্য প্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানৰ নতুন অতিথি। চকুবোৰ ভালদৰে ফুটাই নাই। কোচমোচ খাই বহি আছে। সিহঁত হৈছে যোৱা বছৰ নামিবিয়াৰ পৰা অনা এটা চিতাৰ পোৱালী। দেশৰ বন্যপ্ৰাণী প্ৰেমীসকল এই ঘটনাক লৈ উৎসাহিত।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱ্যই সামাজিক মাধ্যমত এটা বাৰ্তা দিছে। কেন্দ্ৰৰ আন কেইবাজনো মন্ত্ৰীয়েও ছচিয়েল মিডিয়াত চিতা পোৱালী জন্মৰ বাৰ্তা দিছে।

কেন্দ্ৰীয় মন্ত্ৰী মনসুখ মাণ্ডৱ্যই টুইট কৰি কয়, “পৃথিৱীলৈ স্বাগতম! যোৱা বছৰ ভাৰতলৈ প্ৰব্ৰজন কৰা এটা চিতাই মধ্যপ্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানত চাৰিটা পোৱালি জন্ম দিছে। কি এক আকৰ্ষণীয় দৃশ্য!’

Apply Now

লগতে পঢ়ক: হাতত সময় একেবাৰে কম! প্ৰকৃতিৰ আগৰ ৰূপ ঘূৰাই পাবলৈ হাতত মাথোঁ কেইটামান বছৰ

চিতা বাঘবোৰ যোৱা বছৰৰ ১৭ নৱেম্বৰত নামিবিয়াৰ পৰা অনা হৈছিল। ইয়াক মধ্য প্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানত ৰখা হৈছে। চিতাবোৰৰ আঠটা মাইকী আছিল। ৰাষ্ট্ৰীয় উদ্যানত, বৃক্কৰ সংক্ৰমণৰ ফলত শাচা নামৰ নামিবিয়াৰ এটা চিতাৰ মৃত্যু হয়। যাৰ বাবে প্ৰকল্প চিতা কিছু পৰিমাণে হতাশ হৈছিল। কিন্তু ঘটনাটোৰ দুদিন পিছতে চাৰিটা চিতা পোৱালিৰ জন্মৰ খবৰ পোহৰলৈ আহে।

অৱশ্যে ন্যায়াধীশ বি আৰ গাভাই আৰু বিক্ৰাম নাথৰ বিচাৰপীঠে চিতা বাঘটোৰ মৃত্যুক লৈ উদ্বেগ প্ৰকাশ কৰে আৰু কেন্দ্ৰীয় চৰকাৰক চিতা বাঘৰ যত্ন আৰু পৰিচৰ্যাৰ বাবে বিশেষজ্ঞক লৈ এটা টাস্ক ফ’ৰ্চ গঠনৰ ব্যৱস্থা কৰিবলৈ কৈছে আৰু লগতে প্ৰতিবেদন দাখিল কৰিবলৈও নিৰ্দেশ দিছে।

Welcome to the World!

One of the #Cheetahs translocated to India last year, has given birth to four cubs at the Kuno National Park in Madhya Pradesh.

What an adorable sight! pic.twitter.com/2IIKmiSH2J

— Dr Mansukh Mandaviya (@mansukhmandviya) March 29, 2023

আঠটা নামিবিয়াৰ চিতাৰ ভিতৰত এটা মতা আৰু এটি মাইকী চিতা অৰণ্যত মেলি দিয়া হৈছিল। অৱশ্যে, তাৰ আগতে দীৰ্ঘদিন ধৰি চিতাবোৰক ভাৰতৰ বতৰৰ সৈতে খাপ খুৱাবলৈ সাৱধানতা আৰু যত্নত ৰখা হৈছিল। শাচাৰ বাহিৰে বাকী চিতাবোৰ ৬ বৰ্গ কিলোমিটাৰ এলেকাৰ ভিতৰত মুকলি কৰা হৈছিল। তাতেই চিতা বাঘবোৰে চিকাৰ ধৰি আছিল।

চিতাবোৰক অৰণ্যৰ বনাঞ্চলত এৰি দি সিহঁতৰ সঙ্গমৰ বাবে এক উপযুক্ত পৰিৱেশ সৃষ্টি কৰিবলৈ এই পদক্ষেপ লোৱা হৈছিল। প্ৰথম পৰ্যায়ত ভাৰতৰ বন বিষয়াসকল সফল হৈছে।

Congratulations 🇮🇳

A momentous event in our wildlife conservation history during Amrit Kaal!

I am delighted to share that four cubs have been born to one of the cheetahs translocated to India on 17th September 2022, under the visionary leadership of PM Shri @narendramodi ji. pic.twitter.com/a1YXqi7kTt

— Bhupender Yadav (@byadavbjp) March 29, 2023

উল্লেখ্য যে ১০৯৪৭ চনত ছত্তীশগড়ত এই দেশৰ অন্তিম চিতা চিকাৰ কৰা হৈছিল। তাৰ পিছত প্ৰথমবাৰৰ বাবে প্ৰায় ৭০ বছৰৰ পিছত ভাৰতৰ মাটিত চাৰিটা চিতা পোৱালীৰ জন্ম হৈছে। ১৯৫২ চনত এই দেশত চিতা বাঘটো অৱলুপ্ত হয়। এইটো কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছিল। তাৰ পিছত নতুনকৈ নামিবিয়াৰ পৰা চিতা অনা হয় যাতে ইয়াক এক নতুন ধৰণে এই দেশৰ বন্যপ্ৰাণীৰ অংশ কৰি তোলা যায়।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

June 13, 2026 4:27 pm
ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

June 13, 2026 4:19 pm
যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

June 13, 2026 2:54 pm
‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

June 13, 2026 2:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

June 13, 2026 4:27 pm
ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

June 13, 2026 4:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd