• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Twitter logo changed: সলনি হ’ল টুইটাৰৰ ল’গ’, নীলা চৰাইটো আঁতৰিল, ইলন মাস্কৰ সৌজন্যত স্থান পালে কুকুৰৰ ছবি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 4, 2023 9:48 am
217
VIEWS
Share on FacebookShare on Twitter

সেই পৰিচিত নীলা চৰাইটো আৰু নাই। আগতে টুইটাৰ মানে টুইটাৰ লিখা থকাৰ লগতে আহিছিল নীলা চৰাইটো। সেই ঠাইত এতিয়া এটা কুকুৰৰ ছবিয়ে স্থান লৈছে।

টুইটাৰৰ বৰ্তমানৰ মুৰব্বী ইলন মাস্কৰ সৌজন্যত টুইটাৰৰ চিৰ পৰিচিত ল’গ’টো সলনি হ’ল। ৩ এপ্ৰিলৰ পৰা এই ডগ মিমে টুইটাৰৰ পৰিচয় আগবঢ়াই নিব।

লগতে পঢ়ক: সীমান্তত উচটনিয়েই নহয়, আৰু কীৰ্তি শত্ৰু চীনৰ! এইবাৰ সলাই পেলালে অৰুণাচলৰ ১১ টা স্থানৰ নাম

ভাৰতীয় সময় অনুসৰি সোমবাৰে নিশাৰ পৰা একাউণ্ট খুলি আচৰিত হৈ পৰে টুইটাৰ ব্যৱহাৰকাৰীসকল। কাৰণ একাউণ্টৰ মূৰৰ পৰা অন্তৰ্ধান হৈ পৰিল নীলা চৰাইটো।তাৰ ঠাইত বহিল এতিয়া এটা কুকুৰৰ মিম।

জনা যায় যে ২০১৩ চনত এই কুকুৰৰ মিমটো টুইটাৰত জনপ্ৰিয় হৈ পৰিছিল। এই কুকুৰৰ মিমটো ব্লকচেইন আৰু ক্ৰিপ্টোকাৰেন্সীৰ বিষয়ে এটা ধেমালিৰ টুইটৰ অংশ হিচাপে পোষ্ট কৰা হৈছিল।

লগতে পঢ়ক: গঁড়ৰ খৰ্গৰ সৈতে ধেমাজিত তিনিজনক গ্ৰেপ্তাৰ

কিন্তু টুইটাৰ ব্যৱহাৰকাৰীসকলে এই কুকুৰৰ মিমটোৱে টুইটাৰৰ ব্লু বাৰ্ডৰ আকৰ্ষণক ছেৰ পেলাব বুলি মানি ল’বলৈ ইচ্ছুক নহয়। তেওঁলোকৰ মতে এটা মিম জনপ্ৰিয় হ’ব পাৰে, সেইবুলি এটা প্ৰডাক্টৰ এটা পৰিচয় থাকে আৰু এটা সফল প্ৰডাক্টৰ এই অন্যতম পৰিচয়ত সমৃদ্ধি লাভ কৰাৰ ক্ষমতা থাকে।

pic.twitter.com/wmN5WxUhfQ

— Elon Musk (@elonmusk) April 3, 2023

উদাহৰণস্বৰূপে টুইটাৰৰ ব্লু বাৰ্ড। ই কেৱল নীলা চৰাইৰ প্ৰতিচ্ছবি নহয়, ই মতামত আৰু চিন্তাৰ মুক্ত প্ৰকাশকো প্ৰতিনিধিত্ব কৰে। এই টুইটাৰ ব্যৱহাৰকাৰীসকলে অনুভৱ কৰে যে কুকুৰৰ মিমৰ ল’গ’টোৱে টুইটাৰৰ প্ৰসাৰক বহু পৰিমাণে সীমিত কৰি পেলালে।

Recent News

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd