• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

RBI-ৰ ৰোষত মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা! জৰিমনা লগালে ৬.৭৭ কোটি টকা; তালিকাত আৰু কোন?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 7, 2023 1:25 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াকৈ ভাৰতীয় ৰিজাৰ্ভ বেংক (আৰ বি আই)ৰ এক অধিসূচনাত কোৱা হৈছে যে ঋণ অনুমোদন কৰাৰ সময়ত ঋণগ্ৰহণকাৰীক সুতৰ হাৰ প্ৰকাশ কৰা সম্পৰ্কীয় নীতি-নিয়মসমূহ অমান্য কৰাৰ বাবে মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা ফাইনেন্সিয়েল চাৰ্ভিচেছ লিমিটেডৰ বিৰুদ্ধে ৬.৭৭ কোটি টকাৰ জৰিমনা বিহা হৈছে।

সেইদৰে, আন এক বিবৃতিত ভাৰতীয় ৰিজাৰ্ভ বেংকে কয় যে কে ৱাই চিৰ নীতি-নিয়ম উলংঘা কৰাৰ বাবে ইণ্ডিয়ান বেংকক ৫৫ লাখ টকাৰ জৰিমনা বিহা হৈছে।

লগতে পঢ়ক: মধ্যাহ্ন ভোজন কেলেংকাৰিত বিদ্যালয়ৰ মুৰব্বী আৰু ব্যৱসায়ীক কাৰাগাৰলৈ প্ৰেৰণ

Apply Now

আনহাতে, ভাৰতীয় ৰিজাৰ্ভ বেংকে ‘এনবিএফচিএছ (ৰিজাৰ্ভ বেংক)ৰ নিৰ্দেশনা, ২০১৬’ৰ কিছুমান নিয়ম মানি নচলাৰ বাবে এৰ্নাকুলামৰ মুথুট মানি লিমিটেডক ১০.৫০ লাখ টকাৰ জৰিমনা বিহিছে।

আৰ বি আইয়ে জনায় যে নিয়ন্ত্ৰণ চৰ্তাৱলীৰ অনুসৰণৰ অভাৱ আৰু গ্ৰাহকৰ সৈতে তেওঁলোকৰ যিকোনো লেনদেন বা চুক্তিৰ বৈধতাৰ ভিত্তিত এই শাস্তি প্ৰদান কৰা হয়। আৰ বি আইয়ে জনোৱা মতে, ২০১৯ চনৰ ৩১ মাৰ্চ আৰু ২০২০ চনৰ ৩১ মাৰ্চৰ বিত্তীয় স্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা ফাইনেন্সিয়েল চাৰ্ভিচেছৰ পৰিদৰ্শন কৰা হৈছে।

ভাৰতীয় ৰিজাৰ্ভ বেংকে কয় যে অনুমোদনৰ সময়ত ঋণগ্ৰহণকাৰীক ঋণৰ বাৰ্ষিক সুতৰ হাৰ প্ৰকাশ নকৰাৰ লগতে চৰ্ত আৰু নিয়মৰ পৰিৱৰ্তনৰ জাননী নিদিয়াৰ অভিযোগ উত্থাপন হৈছে।

লগতে পঢ়ক: আচৰিত কাণ্ড! নিম্ন আদালতত দোষী সাব্যস্ত হোৱা গুজৰাটৰ বিজেপি সাংসদ আজিও লোকসভাৰ সদস্য

মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা ফাইনেন্সিয়েল চাৰ্ভিচেছ লিমিটেড হৈছে মুম্বাইত মুখ্য কাৰ্যালয় থকা ভাৰতীয় গ্ৰাম্য নন-বেংকিং বিত্তীয় প্ৰতিষ্ঠান। সমগ্ৰ দেশতে ১০০০ৰো অধিক কাৰ্যালয় থকা ভাৰতৰ শীৰ্ষস্থানীয় ট্ৰেক্টৰৰ বাবে ঋণ দিয়া কোম্পানীসমূহৰ ভিতৰত ই অন্যতম।

১৯৯১ চনৰ ১ জানুৱাৰীত মেক্সি মটৰ্ছ ফাইনেন্সিয়েল চাৰ্ভিচেছ লিমিটেড নামেৰে মহিন্দ্ৰা ফাইনেন্স আৰম্ভ হয়। ১৯৯১ চনৰ ১৯ ​​ফেব্ৰুৱাৰীত তেওঁলোকে ব্যৱসায় আৰম্ভ কৰাৰ প্ৰমাণ পত্ৰ লাভ কৰে। ১৯৯২ চনৰ ৩ নৱেম্বৰত মহিন্দ্ৰা ফাইনেন্সে তেওঁলোকৰ নাম সলনি কৰি মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা ফাইনেন্সিয়েল চাৰ্ভিচেছ লিমিটেড কৰে। মহিন্দ্ৰা ফাইনেন্স ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নীতি অনুসৰি এনবিপিচি হিচাপে কাম কৰে।

লগতে পঢ়ক:কিয় ড’নাল্ড ট্ৰাম্প জেললৈ যোৱাটো ঠিক নহ’ব বুলি ক’লে পৰ্ণ তাৰকা ষ্টৰ্মি ডেনিয়েলছে?

১৯৯৩ চনত ই মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা ইউটিলিটি বাহনৰ বাবে ঋণ দিবলৈ আৰম্ভ কৰে। ১৯৯৫ চনত মুম্বাইৰ বাহিৰত জয়পুৰত প্ৰথমটো শাখা মুকলি কৰে। ২০০২ চনত কোম্পানীটোৱে নন-মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা বাহনৰ বাবেও ঋণ দিবলৈ আৰম্ভ কৰে আৰু ২০০৯ চনত বাণিজ্যিক বাহন আৰু নিৰ্মাণ সঁজুলি ঋণৰ ব্যৱসায়ত নামে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জি-৭ সন্মিলনত অস্বস্তিকৰ পৰিৱেশ, মেলনীৰ ওঁঠত চুম্বনৰ চেষ্টা জেলেনস্কিৰ!

জি-৭ সন্মিলনত অস্বস্তিকৰ পৰিৱেশ, মেলনীৰ ওঁঠত চুম্বনৰ চেষ্টা জেলেনস্কিৰ!

June 17, 2026 3:08 pm
জি-৭ সন্মিলনত মোদী আৰু ট্ৰাম্পৰ আলিংগনৰ পৰিৱৰ্তে কৰমৰ্দন: পুনৰ স্বাভাৱিক হ’বনে ভাৰত আৰু আমেৰিকাৰ সম্পৰ্ক?

জি-৭ সন্মিলনত মোদী আৰু ট্ৰাম্পৰ আলিংগনৰ পৰিৱৰ্তে কৰমৰ্দন: পুনৰ স্বাভাৱিক হ’বনে ভাৰত আৰু আমেৰিকাৰ সম্পৰ্ক?

June 17, 2026 3:01 pm
দিল্লীত গাৰ নোম শিয়ৰি উঠা ঘটনা! ফ্লাইঅভাৰৰ পৰা জাঁপ দিব খোজা এজন লোকক জীৱনদান দিলে আৰক্ষী বিষয়াই

দিল্লীত গাৰ নোম শিয়ৰি উঠা ঘটনা! ফ্লাইঅভাৰৰ পৰা জাঁপ দিব খোজা এজন লোকক জীৱনদান দিলে আৰক্ষী বিষয়াই

June 17, 2026 1:34 pm
এইবাৰ ছবিগৃহত হ’ব নিৰ্বাচন! ২৪ জুলাইত মুক্তি পাব হিমাংশু প্ৰসাদ দাসৰ নতুন অসমীয়া ছবি ‘এক্স ৱাই জেড’

এইবাৰ ছবিগৃহত হ’ব নিৰ্বাচন! ২৪ জুলাইত মুক্তি পাব হিমাংশু প্ৰসাদ দাসৰ নতুন অসমীয়া ছবি ‘এক্স ৱাই জেড’

June 17, 2026 1:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জি-৭ সন্মিলনত অস্বস্তিকৰ পৰিৱেশ, মেলনীৰ ওঁঠত চুম্বনৰ চেষ্টা জেলেনস্কিৰ!

জি-৭ সন্মিলনত অস্বস্তিকৰ পৰিৱেশ, মেলনীৰ ওঁঠত চুম্বনৰ চেষ্টা জেলেনস্কিৰ!

June 17, 2026 3:08 pm
জি-৭ সন্মিলনত মোদী আৰু ট্ৰাম্পৰ আলিংগনৰ পৰিৱৰ্তে কৰমৰ্দন: পুনৰ স্বাভাৱিক হ’বনে ভাৰত আৰু আমেৰিকাৰ সম্পৰ্ক?

জি-৭ সন্মিলনত মোদী আৰু ট্ৰাম্পৰ আলিংগনৰ পৰিৱৰ্তে কৰমৰ্দন: পুনৰ স্বাভাৱিক হ’বনে ভাৰত আৰু আমেৰিকাৰ সম্পৰ্ক?

June 17, 2026 3:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd