• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শ্বুটিঙৰ মাজতে ঘটিল অঘটন : আঘাতপ্ৰাপ্ত ছুপাৰষ্টাৰ সঞ্জয় দত্ত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 12, 2023 6:41 pm
2.2k
VIEWS
Share on FacebookShare on Twitter

চিনেমাৰ দৃশ্যগ্ৰহণৰ সময়ত আঘাতপ্ৰাপ্ত বলিউডৰ জনপ্ৰিয় অভিনেতা সঞ্জয় দত্ত। সঞ্জয় দত্তৰ পৰৱৰ্তী কানাড়া ছবি কেডি দ্য ডেভিলৰ চেটত এক ডাঙৰ দুৰ্ঘটনাৰ সন্মুখীন হৈ আঘাতপ্ৰাপ্ত হৈছে ছুপাৰষ্টাৰগৰাকী।

সঞ্জয় দত্তই ভিলেইন ৰূপত অভিনয় কৰা এই ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে দক্ষিণৰ জনপ্ৰিয় অভিনেতা ধ্ৰুৱ সৰ্জাই।

খবৰ অনুসৰি, বুধবাৰে বেংগালুৰুত চিনেমাখনৰ চেটত বোমা বিস্ফোৰণৰ দৃশ্যৰ শ্বুটিঙৰ সময়তে অভিনেতাজন আহত হয়। দুৰ্ঘটনাটোৰ ফলত হাত, কঁকাল আৰু মুখমণ্ডলত আঘাত পায় অভিনেতাগৰাকীয়ে। অঘটনটো ঘটাৰ পিছতেই চিনেমাখনৰ দৃশ্যগ্ৰহণ বন্ধ কৰি দিয়া হয়।

দুৰ্ঘটনাটো কেনেকৈ সংঘটিত হ’ল আৰু ইয়াৰ ক্ষয় ক্ষতিৰ পৰিমাণৰ বিষয়ে এতিয়াও জানিব পৰা হোৱা নাই।

জানিব পৰা মতে, বেংগালুৰুৰ মাগাডী ৰোডত এই ঘটনাটো সংঘটিত হৈছে।

উল্লেখ্য যে কে জি এফৰ সফলতাৰ পিছত দত্তই পুনৰবাৰ খলনায়কৰ চৰিত্ৰত অভিনয় কৰিছে। এই ছবিখন ১৯৭০ চনত বাংগালুৰুত সংঘটিত হোৱা প্ৰকৃত পৰিঘটনাৰ আধাৰত নিৰ্মাণ কৰা হৈছে বুলি জানিব পৰা গৈছে। ইয়াৰ উপৰিও এটা প্ৰেমৰ কাহিনীয়ে ছবিখনক লীড কৰিছে বুলি খবৰ প্ৰকাশ পাইছে।

এই ছবিখন হিন্দী, তেলেগু, তামিল, মালয়ালম আৰু কানাড়া ভাষাত মুক্তি পাব।

সম্প্ৰতি সঞ্জয় দত্তৰ অৱস্থা উন্নত হৈছে বুলি চিকিৎসকে জানিবলৈ দিছে।

Recent News

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd