“
জলবায়ু চুক্তিৰ পৰা প্ৰত্যাহাৰ কৰাৰ ট্ৰাম্পৰ সিদ্ধান্তই বিশ্বক ধ্বংসৰ কাষলৈ ঠেলি দিব,” হকিংয়ে সেই সময়ত বিবিচিক কৈছিল। তেওঁ সতৰ্ক কৰি দিছিল, “জলবায়ু পৰিৱৰ্তনৰ ফলত পৃথিৱী শুক্ৰ গ্ৰহৰ দৰে হৈ পৰিব, য‘ত তাপমাত্ৰা ২৫০ ডিগ্ৰী স্পৰ্শ কৰিব, ছালফাৰ বৰষুণ হ‘ব।” জলবায়ু পৰিৱৰ্তন এতিয়া আমাৰ সন্মুখত আটাইতকৈ ডাঙৰ ভাবুকি। যদি আমি পদক্ষেপ লওঁ, আমি এই বিপদ প্ৰতিহত কৰিব পাৰোঁ। ‘ ট্ৰাম্পক সমালোচনা কৰি হকিংয়ে কয়, “জলবায়ু চুক্তিৰ পৰা প্ৰত্যাহাৰ কৰি ট্ৰাম্পে আমাৰ এই সুন্দৰ পৃথিৱীৰ পৰিৱেশৰ ক্ষতি কৰিছে, আমাক আৰু শিশুসকলৰ প্ৰাকৃতিক পৰিৱেশ ধ্বংসৰ পথত ৰাখিছে।“Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd