• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

কুকুৰৰ বাবে নতুন অধিসূচনা আনিছে কেন্দ্ৰই  : কি কি আছে এই অধিসূচনাত?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 20, 2023 9:17 am
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এইবাৰ কেন্দ্ৰীয় চৰকাৰে আনিছে কুকুৰৰ বাবে নতুন আঁচনি। ক্ৰমাগতভাবে দেশত বাটৰ কুকুৰৰ জনসংখ্যা আৰু আক্ৰমণ বৃদ্ধি পোৱাৰ বাবেই এক অধিসূচনা জাৰি কৰি কুকুৰৰ বাবে এক পৰিকল্পনা হাতত লৈছে কেন্দ্ৰীয় চৰকাৰে।

শেহতীয়াকৈ কেন্দ্ৰই পশুপালন মন্ত্ৰালয়ে প্ৰস্তুত কৰা পশু জন্ম নিয়ন্ত্ৰণৰ নতুন নিয়ম কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত ৰাজ্য, স্থানীয় স্ব–চৰকাৰ (এল এছ জি) আৰু আৱাসী কল্যাণ সংস্থা (আৰ ডব্লিউ এ)ৰ সৈতে যোগাযোগ কৰাৰ সিদ্ধান্ত লৈছে।

Apply Now

কেন্দ্ৰীয় চৰকাৰে যোৱা ১০ মাৰ্চত জাৰি কৰা এক অধিসূচনাৰ অনুসৰি এল এছ জি আৰু আৰ ডব্লিউ এৰ ওপৰত পথৰ কুকুৰৰ জনসংখ্যা ৰক্ষণাবেক্ষণ আৰু নিয়ন্ত্ৰণৰ দায়িত্ব আৰোপ কৰিছে।

ভাৰতীয় পশু কল্যাণ ব’ৰ্ডৰ সম্পাদক এছ.কে. দত্তই কয় যে পশুৰ ওপৰত নিষ্ঠুৰতা প্ৰতিৰোধ আইন, ১৯৬০ ৰ আধাৰত ২০০১ চনৰ নিয়মাৱলী সংশোধন কৰি অস্ত্ৰোপচাৰৰ মুকলি পদ্ধতিৰ জৰিয়তে পথৰ অঘৰী জন্তুৰ জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে মানৱীয় পদ্ধতি গ্ৰহণ কৰা হৈছে।

উচ্চতম ন্যায়ালয়ৰ কেইবাটাও ৰায়ৰ ভিত্তিতো এই সিদ্ধান্ত লোৱা হৈছে বুলি ড০ দত্তই কয়।

লগতে তেখেতে কয় যে স্থানীয় সংস্থাসমূহে ২০০১ চনৰ নিয়ম মানি চলা নাছিল। জীৱ–জন্তুৰ প্ৰতি নিষ্ঠুৰতা আৰু অন্যান্য অসৎ কাৰ্য্যৰ ওপৰত আমি কেইবাটাও অভিযোগ পাইছিলোঁ। এই নিয়মসমূহ পুনৰীক্ষণ কৰাৰ পিছত মন্ত্ৰালয়ে এডব্লিউবিআইৰ সৈতে আলোচনা কৰি এই নিয়মসমূহ সংশোধন কৰি ১০ মাৰ্চত অৱগত কৰে। এই নতুন নিয়মৰ সঠিক ৰূপায়ণ সুনিশ্চিত কৰিবলৈ মন্ত্ৰালয়ে সকলো মুখ্য সচিব আৰু ৰাজ্য চৰকাৰৰ বিভাগক অনুৰোধ জনাইছে।

তেওঁ কয় যে বাটৰ কুকুৰৰ চৰিত্ৰ আমি বুজিব লাগিব। সিহঁতক বন্দী কৰি ৰাখি সমস্যা সমাধানৰ কথা চিন্তা কৰা উচিতি নহয়। আদালতে কেতিয়াও অঘৰী কুকুৰক স্থানান্তৰিত বা বন্দী কৰাৰ নিৰ্দেশ নিদিয়ে। ই প্ৰকৃতি বিৰুদ্ধ আচৰণ হ’ব।

নতুন নিয়ম অনুসৰি বিপথগামী কুকুৰৰ বন্ধ্যাকৰণ আৰু প্ৰতিষেধক প্ৰদানৰ বাবে পশু জন্ম নিয়ন্ত্ৰণ (এবিচি) কাৰ্যসূচী এল এছ জিৰ দ্বাৰা সম্পন্ন কৰিব লাগিব। কেৱল জন্ম নিয়ন্ত্ৰণেই নহয় ইয়াৰ দ্বাৰা কুকুৰৰ ৰক্ষণা বেক্ষণৰো বৱস্থা কৰা হ’ব। ইয়াৰ লগতে বাটৰ অঘৰী কুকুৰ সমূহ যাতে নৃশংসতা আৰু অত্যাচাৰৰ বলি হ’বলগীয়া নহয় তাৰোঁ ব্যৱস্থা কৰা হ’ব। বাটৰ কুকুৰক কোনোবাই অত্যাচাৰ কৰা প্ৰমাণিত হ’লে অভিযুক্তৰ বিৰুদ্ধে কঠোৰ শাস্তি প্ৰদান কৰা হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কংগোত দুৰ্ঘটনাগ্ৰস্ত সামৰিক বিমান; দুজন সেনা বিষয়াকে ধৰি ১৪ জন নিহত

কংগোত দুৰ্ঘটনাগ্ৰস্ত সামৰিক বিমান; দুজন সেনা বিষয়াকে ধৰি ১৪ জন নিহত

September 26, 2026 8:34 am
মোডীৰ সৈতে মহিলাৰ বিকৃত ছবি বিয়পাই দিয়াৰ অভিযোগ; চিজেপি নেতালৈ জাননী জাৰি আদালতৰ

মোডীৰ সৈতে মহিলাৰ বিকৃত ছবি বিয়পাই দিয়াৰ অভিযোগ; চিজেপি নেতালৈ জাননী জাৰি আদালতৰ

September 26, 2026 7:48 am
গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

September 25, 2026 9:20 pm
২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

September 25, 2026 8:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কংগোত দুৰ্ঘটনাগ্ৰস্ত সামৰিক বিমান; দুজন সেনা বিষয়াকে ধৰি ১৪ জন নিহত

কংগোত দুৰ্ঘটনাগ্ৰস্ত সামৰিক বিমান; দুজন সেনা বিষয়াকে ধৰি ১৪ জন নিহত

September 26, 2026 8:34 am
মোডীৰ সৈতে মহিলাৰ বিকৃত ছবি বিয়পাই দিয়াৰ অভিযোগ; চিজেপি নেতালৈ জাননী জাৰি আদালতৰ

মোডীৰ সৈতে মহিলাৰ বিকৃত ছবি বিয়পাই দিয়াৰ অভিযোগ; চিজেপি নেতালৈ জাননী জাৰি আদালতৰ

September 26, 2026 7:48 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd