• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জেলৰ পৰা মুকলি হ’ল প্ৰশাসনিক বিষয়াক হত্যা কৰা বিহাৰৰ প্ৰাক্তন সাংসদ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 27, 2023 10:36 am
432
VIEWS
Share on FacebookShare on Twitter

বিহাৰ চৰকাৰৰ কাৰাগাৰৰ নীতি পৰিবৰ্তনক লৈ চলি থকা তুমুল বিতৰ্কৰ মাজতে আজি পুৱতি নিশা কাৰাগাৰৰ পৰা ওলাই আহিল বিহাৰৰ প্ৰাক্তন সাংসদ আনন্দ মোহন সিঙ।

১৯৯৪ চনত এগৰাকী আই এ এছ বিষয়াৰ হত্যাকাণ্ডত সহযোগ কৰাৰ অপৰাধত ১৫ বছৰ কাৰাদণ্ড ভুগি থকা সিঙ বৰ্তমানৰ ক’ত আছে জানিব পৰা হোৱা নাই। সাংবাদিকে তেওঁৰ পুত্ৰ তথা ৰাষ্ট্ৰীয় জনতা দলৰ বিধায়ক চেতন আনন্দৰ সৈতে ফোনযোগে যোগাযোগ কৰিব পৰা নাই আৰু পৰিয়ালটোৰ ঘৰত তলা ওলমি আছে।

অভিযুক্ত প্ৰাক্তন সাংসদগৰাকীক প্ৰথমে পুৱা প্ৰায় ৭ বজাত মুকলি কৰি দিয়াৰ কথা আছিল। কিন্তু সংবাদ মাধ্যমৰ পৰা আঁতৰি থাকিবলৈ হঠাৎ পৰিকল্পনা সলনি কৰা বুলি জানিব পৰা গৈছে।

পুত্ৰৰ বিয়াৰ বাবে ১৫ দিনৰ পেৰ’লত ওলাই আহিছিল সিং। বিৰতিৰ সময়ত তেওঁ সংবাদ মাধ্যমৰ সৈতে কথা পাতিছিল। কালিহে জেললৈ উভতি আহিছিল তেওঁ।

বিহাৰৰ নীতিশ কুমাৰ চৰকাৰে জেলৰ নতুন নিয়মৰ বিষয়ে সদৰী কৰাৰ পিছতে জেলৰ পৰা মুক্তি লাভ কৰিছে প্ৰাক্তন সাংসদগৰাকীয়ে। ইয়াৰ পূৰ্বে কৰ্তব্যৰত চৰকাৰী সেৱকক হত্যাৰ গোচৰত দোষী সাব্যস্ত হোৱা যিকোনো ব্যক্তিৰ শাস্তি ক্ষমাৰ যোগ্য নাছিল। কিন্তু বিহাৰ চৰকাৰে এই নিয়ম সলনি কৰি ১৪ বছৰ বা তাতোকৈ অধিক সময় কাৰাদণ্ডৰ লাভ কৰা সিঙকে ধৰি ২৭ জন দোষীৰ মুক্তিৰ পথ মুকলি কৰি দিয়ে।

উল্লেখ্য যে একাধিক গোচৰৰ সন্মুখীন হোৱা সিঙক ১৯৯৪ চনত জিলা দণ্ডাধীশ জি কৃষ্ণইয়া নামৰ দলিত আই এ এছ বিষয়াক হত্যা কৰাত উচটনি দিয়াৰ অপৰাধত দোষী সাব্যস্ত কৰা হয়।

ইফালে সিঙৰ মুক্তিক লৈ হতাশা প্ৰকাশ কৰিছে প্ৰয়াত আই এ এছ বিষয়াগৰাকীৰ পত্নীয়ে। সাংবাদিকৰ সৈতে হোৱা কথা–বতৰাত বিষয়াগৰাকীৰ পত্নী উমা কৃষ্ণিয়াই কয়, “আমি এই পদক্ষেপৰ সৈতে একমত নহয়। ই এক প্ৰকাৰে অপৰাধীক উৎসাহিত কৰিব। ইয়াৰ দ্বাৰা এটা বাৰ্তা প্ৰেৰণ কৰা হৈছে যে আপুনি অপৰাধ কৰিব পাৰে, আৰু জেললৈ যাব পাৰে কিন্তু তাৰ পিছত মুক্ত হৈ পুনৰ ৰাজনীতিত যোগদান কৰিব পাৰে। সিঙক আদালতে মৃত্যুদণ্ড দিয়া উচিত আছিল।“

ইয়াৰ লগতে দেশৰ আমোলাৰ শীৰ্ষ সংস্থা চেণ্ট্ৰেল আই এ এছ এছ’চিয়েশ্যনে এই পদক্ষেপক তীব্ৰ সমালোচনা কৰিছে। তেওঁলোকে কৈছে এনে পদক্ষেপে লোকসেৱাত নিয়োজিত বিষয়াৰ মনোবল ক্ষয় কৰে, জনশৃংখলাক ক্ষতিগ্ৰস্ত কৰে আৰু ন্যায় প্ৰশাসনক উপহাস কৰে।

বহুজন সমাজ পাৰ্টিৰ মুৰব্বী মায়াৱতীয়েও সিঙৰ মুক্তিৰ পথ প্ৰশস্ত কৰা বিহাৰ চৰকাৰৰ এই পদক্ষেপক সমালোচনা কৰি “দলিত বিৰোধী” পদক্ষেপ বুলি অভিহিত কৰিছে।

Recent News

দুই কন্যাৰ বিশেষ প্ৰয়োজনৰ বাবেই এৰিব পৰা নাই বাসভৱন; জনালে প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে

দুই কন্যাৰ বিশেষ প্ৰয়োজনৰ বাবেই এৰিব পৰা নাই বাসভৱন; জনালে প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

বিশ্ব বেংকৰ দাবী- ভাৰতৰ প্ৰতি ৪জন লোকৰ ভিতৰত ১জন দৰিদ্ৰ; অন্ন-বস্ত্ৰ-বাসস্থানৰ পৰা বঞ্চিত ৩৫ কোটি ভাৰতীয়

বিশ্ব বেংকৰ দাবী- ভাৰতৰ প্ৰতি ৪জন লোকৰ ভিতৰত ১জন দৰিদ্ৰ; অন্ন-বস্ত্ৰ-বাসস্থানৰ পৰা বঞ্চিত ৩৫ কোটি ভাৰতীয়

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd