• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ইউৰিয়াকে ড্ৰাগছ বুলি কৰা হৈছিল গ্ৰেপ্তাৰ : DGP ক ১০ লাখ টকাৰ জৰিমণা বিহিলে ন্যায়ালয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 30, 2023 9:21 pm
22
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এইবাৰ এগৰাকী কাণ্ডহীন আৰক্ষী বিষয়াক ১০ লাখ টকাৰ জৰিমণা বিহিলে উচ্চতম ন্যায়ালয়ে। কিয়নো ইউৰিয়া সাৰ লগত লৈ যোৱা এজন যুৱকক ড্ৰাগছ লৈ যোৱা বুলি সন্দেহ কৰি গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে।

লগতে পঢ়কঃ ক’ৰনা ভাইৰাছৰ তথ্য ৰাজহুৱা কৰাৰ বাবে জেলত ৰখা ফাং বিনক মুক্তি দিব চীনে

Apply Now

খেতিত প্ৰয়োগ কৰিবলৈ এটা বেগত ইউৰিয়া লৈ গৈ থকাৰ অৱস্থাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল যুৱকগৰাকীক। ফলত দীৰ্ঘদিন ধৰি কাৰাগাৰত আবদ্ধ হৈ আছিল যুৱকজন। কিন্তু পৰৱৰ্তী সময়ত প্ৰমাণ হয় যে যুৱকগৰাকীয়ে লৈ যোৱা দ্ৰব্যখিনি ড্ৰাগছ নাছিল, সেয়া আছিল খেতিত প্ৰয়োগ কৰা ৰসায়নিক সাৰহে।

ইয়াৰ পিছত যুৱকজনে দাখিল কৰা গোচৰ অনুসৰি মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে জ্যেষ্ঠ আৰক্ষী বিষয়াজনক ১০ লাখ টকাৰ জৰিমনা বিহে। শুকুৰবাৰে উচ্চ ন্যায়ালয়ে মধ্যপ্ৰদেশৰ ডিজিপিয়ে এই জৰিমণা ভৰিব লাগিব বুলি নিৰ্দেশ দিয়ে।

লগতে পঢ়কঃ গুৱাহাটীত মহিলাৰ বেগ কাঢ়ি নিলে বাইকত উঠি অহা চোৰে, চিচি টিভিত বন্দী হৈ ৰ’ল সমগ্ৰ দৃশ্য

বাতৰি অনুসৰি ২০২২ চনৰ ছেপ্টেম্বৰ মাহত গ্ৱালিয়ৰ জিলাৰ মোৰাৰ থানাই উপ–পৰিদৰ্শক সুমিত্ৰা টিগ্গাৰ নেতৃত্বত অভিযান চলাই কেইবাজনো ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিছিল। অভিযানত উদ্ধাৰ হৈছিল ৭২০ গ্ৰাম এমডিএমএ কৃত্ৰিম ঔষধ। ইয়াৰ উপৰিও অভিযুক্তৰ পৰা উদ্ধাৰ হৈছিল ২টাকৈ পিষ্টল। এই ঘটনাত দুগৰাকী মহিলাসহ মুঠ ৮ জন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।

গ্ৰেপ্তাৰ হোৱা লোকসকলৰ ভিতৰত এজন আছিল মোহিত তিৱাৰী। ২৬ বছৰীয়া মোহিতৰ ঘৰ দতিয়া জিলাত। এই গোচৰত কেইমাহমান কাৰাবাস খটাৰ অন্তত অন্তৱৰ্তীকালীন জামিনত মোহিতক মুকলি কৰি দিয়া হয়। ইয়াৰ পিছত উচ্চ ন্যায়ালয়ৰ কাষ চাপিল মোহিত।

যুৱকজনে দাবী কৰিছিল যে তেওঁ কোনো ধৰণৰ ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত নহয়। সেইদিনা আৰক্ষীয়ে তেওঁৰ পৰা যি জব্দ কৰিছিল সেয়া ড্ৰাগছ নাছিল। তেওঁ আৰক্ষীক বাৰে বাৰে কৈছিল যে এয়া ড্ৰাগছ নহয়, এয়া ইউৰিয়াহে। কিন্তু আৰক্ষীয়ে তেওঁৰ কথাত কোনো গুৰুত্ব নিদিলে।

লগতে পঢ়কঃ বেয়া আছিল কপাল  : অৱসৰৰ এদিন পূৰ্বে গ্ৰেপ্তাৰ হ’ল পঞ্চায়তৰ সচিব

আৰক্ষীৰ তদন্তত যুৱকজনৰ এই দাবী সঁচা বুলি জানিব পৰা গৈছে। মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ দীপাক্কুমাৰ আগৰৱালৰ একক বিচাৰপীঠে শুকুৰবাৰে পৰ্যবেক্ষণ কৰে যে এজন নিৰীহ যুৱকে আৰক্ষীৰ ভুলৰ শাস্তি ভোগ কৰিবলগীয়া হৈছে। ইয়াৰ ফলত যুৱকজনৰ ব্যক্তি স্বাধীনতাৰ অধিকাৰ খৰ্ব হৈছে। আৰক্ষীৰ ভুলৰ বাবে সংবিধানৰ ২১ নং অনুচ্ছেদ উলংঘা কৰা হৈছে। গতিকে তেওঁক আৰক্ষীয়ে জৰিমনা বিহিব লাগিব।

ইয়াৰ পিছত উচ্চ ন্যায়ালয়ে আৰক্ষী সঞ্চালক প্ৰধানক ১০ লাখ টকা জৰিমনা আদায় দিবলৈ নিৰ্দেশ দিয়ে।

লগতে পঢ়কঃ লুধিয়ানাত কাৰখানাৰ বিষাক্ত গেছ নিৰ্গত হৈ মৃত্যু ১১জনৰ; অসুস্থ বহুতো, মৃত্যুৰ সংখ্যা বৃদ্ধিৰ আশংকা

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

August 29, 2026 9:20 pm
২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

August 29, 2026 8:16 pm
অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদৰ বাবে মনোনীত বৰ্ণালী ডেকা

অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদৰ বাবে মনোনীত বৰ্ণালী ডেকা

August 29, 2026 7:28 pm
খাৰ্গেৰ সভাস্থলীত ‘শুদ্ধিকৰণ’! অস্পৃশ্যতাৰ নতুন ৰূপ বুলি বিজেপি-আৰএছএছক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

খাৰ্গেৰ সভাস্থলীত ‘শুদ্ধিকৰণ’! অস্পৃশ্যতাৰ নতুন ৰূপ বুলি বিজেপি-আৰএছএছক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

August 29, 2026 6:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

August 29, 2026 9:20 pm
২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

August 29, 2026 8:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd