• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ক’ৰনা ভাইৰাছৰ তথ্য ৰাজহুৱা কৰাৰ বাবে জেলত ৰখা ফাং বিনক মুক্তি দিব চীনে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 30, 2023 8:13 pm
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

৩ বছৰ পূৰ্বে কোভিড মহামাৰীৰ বিষয়ে তথ্য ৰাজহুৱা কৰাৰ বাবে চীনে কাৰাগাৰলৈ নিক্ষেপ কৰিছিল ফাং বিন নামৰ এগৰাকী ব্যক্তিক। সম্প্ৰতি সেই ব্যক্তিগৰাকীক মুকলি কৰিবলৈ উলাইছে চীনৰ চৰকাৰে। 

সংবাদ সংস্থা এ পিৰ তথ্য অনুসৰি ফাং বিনৰ এগৰাকী আত্মীয়ই এই কথা প্ৰকাশ কৰিছে।

Apply Now

উল্লেখ্য যে পৰ্যায়ত ফাং বিন নামৰ এই ব্যক্তিজনে চীনত মহামাৰীৰ প্ৰাৰম্ভিক সময়ছোৱাত সংক্ৰমিত লোকৰ ভিৰ আৰু চিকিৎসালয়ত থকা গোট খাই থকা মৃতদেহ ভিডিঅ’যোগে ৰাজহুৱা কৰিছিল। তাৰ পিছত হঠাতে তেওঁ নিৰুদ্দেশ হৈছিল।

লগতে পঢ়কঃ ডাঙৰ খবৰ : পিছুৱাই দিয়া হ’ল অসম লোক সেৱা আয়োগৰ মূল পৰীক্ষা

কাপোৰৰ ব্যৱসায় চলোৱা ফাঙে ২০২০ চনৰ আৰম্ভণিতে চীনৰ চৰকাৰক সমালোচনা কৰি ক’ভিড ৰোগীৰ ভিৰ আৰু মৃতদেহৰ ভিডিঅ’ ৰাজহুৱা কৰিছিল।

ফাঙে টুইটাৰত লিখিছিল, ‘সকলো নাগৰিকে প্ৰতিবাদ কৰক, ক্ষমতা জনসাধাৰণৰ হাতত ঘূৰাই দিয়ক।’

তথ্য ৰাজহুৱা কৰা চৰকাৰৰ বিৰুদ্ধাচৰণ কৰাৰ অভিযোগত লোকজনক ৩ বছৰৰ কাৰাদণ্ডৰ প্ৰদান কৰা হৈছিল।

লগতে পঢ়কঃ বেয়া আছিল কপাল  : অৱসৰৰ এদিন পূৰ্বে গ্ৰেপ্তাৰ হ’ল পঞ্চায়তৰ সচিব

মহামাৰীৰ আৰম্ভণিতে বহু নাগৰিক সাংবাদিকে স্মাৰ্টফোনৰ জৰিয়তে ছ’চিয়েল মিডিয়াত নিজৰ আৰু আনৰ দুৰ্দশাৰ কথা ক’বলৈ চেষ্টা কৰিছিল।

উল্লেখ্য যে ২০২০ চনৰ ডিচেম্বৰ মাহত ৱুহানত ক’ৰনা ভাইৰাছৰ সংক্ৰমণৰ খবৰ দিয়া সাংবাদিক ঝেং জেনকো ৪ বছৰৰ কাৰাদণ্ড বিহা হৈছিল।

স্মৰ্তব্য যে ২০১৯ চনৰ ডিচেম্বৰ মাহত চীনৰ য়ুহানত প্ৰথমজন কভিড ৰোগী ধৰা পৰিছিল। ইয়াৰ পিছত ২০২০ চনৰ আৰম্ভণিৰ পৰা সমগ্ৰ বিশ্বতে ক’ৰনা ভাইৰাছ বিয়পিবলৈ আৰম্ভ কৰে।

লগতে পঢ়কঃ পত্নীক শাৰীৰিক নিৰ্যাতন চলাই নিলম্বন হ’ল ACS বিষয়া মুকুল কাথাৰ

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

October 3, 2026 7:16 pm
উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

October 3, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd