• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰতত প্ৰথম মে’ দিৱস কেতিয়া উদযাপন হৈছিল, কোনে প্ৰথম পালন কৰিছিল এই দিৱস?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 1, 2023 10:15 am
12
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১৯২০ চনত ভাৰতত প্ৰথম কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন গঠন হৈছিল যদিও, আন্তঃৰাষ্ট্ৰীয় মে’ দিৱস উদযাপন ভাৰতৰ শ্ৰমিক আন্দোলনৰ অবিচ্ছেদ্য অংগ হৈ উঠা নাছিল। ভাৰতৰ প্ৰথম মে’ দিৱস ১৯২৩ চনৰ ১ মে’ত মাদ্ৰাজৰ সাগৰৰ পাৰত শ্ৰমিক নেতা ছিংগাৰভেলু চেট্টিয়াৰৰ অধ্যক্ষতাত পালন কৰা হয়।

হাতত ৰঙা পতাকা নথকাৰ বাবে কমৰেড চেট্টিয়াৰে নিজৰ কন্যাৰ ৰঙা শাৰীখন ফালি তাৰ পৰা ৰঙা পতাকা এখন বনায়। ১৯২৩ চনৰ ১ মে’ত সিংহাৰেভলুৰ অধ্যক্ষতাত “হিন্দুস্তানৰ লেবাৰ কিষাণ পাৰ্টি (শ্ৰমিক আৰু কৃষকৰ দল)” গঠন কৰা হয়। সেইদিনা লেবাৰ কিষাণ পাৰ্টিয়ে ভাৰত চৰকাৰক এই পবিত্ৰ দিনটোক বিশ্বৰ শ্ৰমিক শ্ৰেণীৰ বাবে বন্ধৰ দিন হিচাপে ঘোষণা কৰিবলৈ অনুৰোধ জনায়।

লগতে পঢ়ক: আজি ১ মে : আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱস; কিয় পালন কৰা হয় এই দিৱস?

Apply Now

১৮৮৬ চনৰ ১ মে’ত আমেৰিকাৰ চিকাগোত মে’ দিৱসৰ ইতিহাস সৃষ্টি হৈছিল। ১৮৮৬ চনৰ মূল দাবী আছিল ৮ ঘণ্টাৰ কাম। এই দাবী এদিন হঠাতে উত্থাপন হোৱা নাছিল। ১৮৮৬ চনৰ মহান আন্দোলনটো আছিল দীৰ্ঘদিনীয়া শ্ৰমিকসকলৰ বহু সৰু সৰু দাবী একত্ৰিত হোৱাৰ ফল।

ইতিহাসে দেখুৱাইছে যে ১৮৫৬ চনৰ ২১ এপ্ৰিলত অষ্ট্ৰেলিয়াত ৮ ঘণ্টীয়া কৰ্মদিনৰ দাবীত প্ৰথম এদিনীয়া ধৰ্মঘট হৈছিল। ভাৰতত ৮ ঘণ্টীয়া কামৰ দাবীত উদ্যোগিক শ্ৰমিকসকলৰ প্ৰথম ধৰ্মঘট হৈছিল ১৮৬২ চনৰ মে’ মাহত। দিনটোত ৮ ঘন্টা কাম কৰাৰ দাবীত হাওৰা ষ্টেচনত ১২শ ৰে’ল শ্ৰমিকে এই ধৰ্মঘটত যোগদান কৰে।হাওৰা ৰেল কৰ্মীৰ এই ধৰ্মঘট সেই ক্ষেত্ৰত দ্বিতীয়টো ধৰ্মঘট।

১৯২৩ চনত ভাৰতত প্ৰথম মে’ দিৱস পালন কৰা হয়। ১৯২৬ চনত বম্বেত শ্ৰমিকসকলে মে’ দিৱস উদযাপন কৰে এক বিশাল শোভাযাত্ৰাৰে। এম এন যোশী আদিয়ে এই শোভাযাত্ৰাত আগৰণুৱা আছিল।

লগতে পঢ়ক: কৰ্ণাটকৰ ৰোড শ্ব’ত প্ৰধানমন্ত্ৰীক লক্ষ্য কৰি মোবাইল নিক্ষেপ! কথমপি আঘাতৰ পৰা ৰক্ষা পৰিল মোডী

১৯২৭ চনত সৰ্বভাৰতীয় ট্ৰেড ইউনিয়ন কংগ্ৰেছে প্ৰদেশসমূহক মে’ দিৱস পালন কৰিবলৈ নিৰ্দেশ দিয়ে। সেই আদেশ অনুসৰণ কৰি দেশৰ ৰাজ্যসমূহৰ আন আন ডাঙৰ চহৰত মে’ দিৱস অতি উৎসাহেৰে পালন কৰা হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd