• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বন্যহস্তীৰ আক্ৰমণত ৰাজ্যত ২৪ ঘণ্টাৰ ভিতৰত তিনি ব্যক্তিৰ মৃত্যু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 4, 2023 8:25 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত উদ্বেগজনক হাৰত বৃদ্ধি পাইছে বন্যহস্তী-মানুহৰ সংঘাত। বন্যহস্তীৰ আক্ৰমণত যোৱা ২৪ ঘণ্টাৰ ভিতৰত ৰাজ্যৰ তিনিটা পৃথক পৃথক স্থানত প্ৰাণ হেৰুৱাইছে তিনিগৰাকী ব্যক্তিয়ে।

বুধবাৰে নগাঁৱৰ কলিয়াবৰত বনৰীয়া হাতীয়ে ভৰিৰে গচকি হত্যা কৰে এজন লোকক। প্ৰাথমিক খবৰ অনুসৰি, বন্য হাতীটোক খেদিবলৈ চেষ্টা কৰাৰ সময়তে ব্যক্তিগৰাকীৰ ওপৰত আক্ৰমণ চলায় হাতীটোৱে।

Apply Now

মৃত ব্যক্তিগৰাকীক কলিয়াবৰ মহকুমাৰ লেংটেং গাঁৱৰ নিবাসী অজিত চৌৰা বুলি জানিব পৰা গৈছে।

ইফালে নগাঁৱৰে অন্তৰ্গত জুৰীয়াৰ বুটমাৰী চৰ অঞ্চলত হাতীৰ আক্ৰমণত এজন যুৱক নিহত হয়। নিহত যুৱকগৰাকীৰ নাম ছিৰাজুল ইছলাম বুলি জানিব পৰা গৈছে।

তদুপৰি মঙলবাৰে নিশা গোৱালপাৰা জিলাৰ অন্তৰ্গত দ্বাৰকা গাঁৱৰ কেটেকীবাৰীত এগৰাকী ব্যক্তিক ভৰিৰে মোহাৰি হত্যা কৰিছিল বন্য হাতীয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কক্ৰোচ জনতা পাৰ্টীৰ আন্দোলনলৈ শিল্পী সমাজৰ সমৰ্থন, প্ৰতিবাদকাৰীৰ কাষত থিয় দিলে বহু বলিউড তাৰকা

কক্ৰোচ জনতা পাৰ্টীৰ আন্দোলনলৈ শিল্পী সমাজৰ সমৰ্থন, প্ৰতিবাদকাৰীৰ কাষত থিয় দিলে বহু বলিউড তাৰকা

July 21, 2026 12:48 pm
‘শিশুসকলক উচটনি নিদিব’, চিজেপিৰ আন্দোলনে দিল্লী কঁপোৱাৰ পিছতে নীটৰ প্ৰশ্ন ফাদিলক লৈ মোডীৰ বাৰ্তা

‘শিশুসকলক উচটনি নিদিব’, চিজেপিৰ আন্দোলনে দিল্লী কঁপোৱাৰ পিছতে নীটৰ প্ৰশ্ন ফাদিলক লৈ মোডীৰ বাৰ্তা

July 21, 2026 11:56 am
ৰাজ্যত ভয়াৱহ বান! শিৱসাগৰত দিখৌ নদীৰ সৰ্বোচ্চ বানৰ স্তৰ অতিক্ৰম, বিপদসীমাৰ ওপৰত ব্ৰহ্মপুত্ৰসহ কেইবাখনো নৈ

ৰাজ্যত ভয়াৱহ বান! শিৱসাগৰত দিখৌ নদীৰ সৰ্বোচ্চ বানৰ স্তৰ অতিক্ৰম, বিপদসীমাৰ ওপৰত ব্ৰহ্মপুত্ৰসহ কেইবাখনো নৈ

July 21, 2026 11:08 am
ভিৰৰ অনুমানেই নাছিল দিল্লী আৰক্ষীৰ, চোৰাংচোৱা ব্যৰ্থতাত ক্ষুব্ধ চৰকাৰ; উঠিল মোডীৰ পদত্যাগৰো দাবী

ভিৰৰ অনুমানেই নাছিল দিল্লী আৰক্ষীৰ, চোৰাংচোৱা ব্যৰ্থতাত ক্ষুব্ধ চৰকাৰ; উঠিল মোডীৰ পদত্যাগৰো দাবী

July 21, 2026 10:37 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কক্ৰোচ জনতা পাৰ্টীৰ আন্দোলনলৈ শিল্পী সমাজৰ সমৰ্থন, প্ৰতিবাদকাৰীৰ কাষত থিয় দিলে বহু বলিউড তাৰকা

কক্ৰোচ জনতা পাৰ্টীৰ আন্দোলনলৈ শিল্পী সমাজৰ সমৰ্থন, প্ৰতিবাদকাৰীৰ কাষত থিয় দিলে বহু বলিউড তাৰকা

July 21, 2026 12:48 pm
‘শিশুসকলক উচটনি নিদিব’, চিজেপিৰ আন্দোলনে দিল্লী কঁপোৱাৰ পিছতে নীটৰ প্ৰশ্ন ফাদিলক লৈ মোডীৰ বাৰ্তা

‘শিশুসকলক উচটনি নিদিব’, চিজেপিৰ আন্দোলনে দিল্লী কঁপোৱাৰ পিছতে নীটৰ প্ৰশ্ন ফাদিলক লৈ মোডীৰ বাৰ্তা

July 21, 2026 11:56 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd