• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নামভৰ্ত্তিৰ ধন বিদ্যালয়ক ওভতাই নিদি চৰকাৰী শিক্ষানুষ্ঠান ধ্বংসৰ আখৰা কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে

শীঘ্ৰে বিদ্যালয়সমূহক বিনামূলীয়া নামভৰ্ত্তিৰ মাচুল চৰকাৰে ঘূৰাই দিয়ক : আম আদমি পাৰ্টী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 8, 2023 3:49 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিক্ষানুষ্ঠানসমূহে ছাত্ৰ-ছাত্ৰীৰ বিনামূলীয়া নামভৰ্তিৰ বাবদ ৰাজ্য চৰকাৰৰ পৰা পাবলগীয়া প্ৰায় পঞ্চাশ কোটি টকাৰ এটকাও লাভ নকৰা বিষয়টোত আম আদমি পাৰ্টীয়ে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে৷ ৰাজ্যৰ ৰাজহুৱা খণ্ডৰ শিক্ষা ব্যৱস্থাক উন্নত কৰাত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ যে তিলমানো আগ্ৰহ আৰু সদিচ্ছা নাই এই কথাই পুনৰবাৰ প্ৰমাণ হৈছে বুলি দলটোৱে অভিযোগ কৰে৷ যি সময়ত অসম চৰকাৰে প্ৰতিমাহে ১০ তাৰিখে অৰুণোদয়কে ধৰি বিভিন্ন আঁচনিৰ হিতাধিকাৰীসকলক সময়মতে ধন আদায়ৰ ব্যৱস্থা কৰিছে, একে সময়তে চৰকাৰখনে বিগত তিনি বছৰ ধৰি মাধ্যমিক পৰ্যায়ৰ শিক্ষানুষ্ঠানসমূহৰ বিনামূলীয়া নামভৰ্তিৰ ধন ঘূৰাই দিয়া নাই।

লগতে পঢ়কঃ গুৱাহাটীৰ চাউথ পইণ্ট স্কুলৰ ছাত্ৰৰ মৃতদেহ উদ্ধাৰ, আত্মহত্যাৰ সন্দেহ

Apply Now

শিক্ষা বিভাগৰপৰা পাবলগীয়া প্ৰায় পঞ্চাশ কোটি টকাৰ এটকাও লাভ নকৰাত ৰাজ্যৰ প্ৰাদেশীকৃত উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহৰ চৰম অচলাৱস্থাৰ সৃষ্টি হৈছে। প্ৰায় ১,১০৯খন বিদ্যালয়ত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱাত শিক্ষানুষ্ঠানসমূহে বিদ্যুৎ মাচুল আদায়, ডেস্ক-বেঞ্চৰ মেৰামতি, নামভৰ্তিৰ প্ৰ-পত্ৰ ছপা, খেল-ধেমালিৰ সামগ্ৰী ক্ৰয় কৰিব পৰা নাই। আপ, অসমৰ ৰাজ্যিক সভাপতি ডাঃ ভৱেন চৌধুৰীয়ে এই প্ৰসংগত কয় যে বিজেপি চৰকাৰে যিমানে নিজৰ কামৰ বাবে ঢাক-ঢোল বজাবলৈ যত্ন কৰিছে সিমানেই এখন ওলোটা ছবিহে আমি দেখিবলৈ পাইছোঁ। চৰকাৰে শিক্ষানুষ্ঠানক মুঠেও গুৰুত্ব প্ৰদান কৰিব পৰা নাই আৰু শিক্ষা খণ্ডক গুৰুত্ব নিদিয়া চৰকাৰৰ শাসনত বহি থকাৰ নৈতিক অধিকাৰ হেৰুৱাই পেলাইছে।

লগতে পঢ়কঃ SCERTৰ ১০৫ কোটিটকীয়া কেলেংকাৰী; অভিযুক্ত IAS বিষয়া শেৱালী দেৱী শৰ্মাক গ্ৰেপ্তাৰ

উল্লেখযোগ্য যে ২০২০-২১, ২০২১-২২ আৰু ২০২২-২৩ বৰ্ষত নামভৰ্তি আৰু আভ্যন্তৰীণ পৰীক্ষাৰ ৰেহাই মাচুল চৰকাৰৰপৰা লাভ কৰা নাই বিদ্যালয়সমূহে। সৰহসংখ্যক বিদ্যালয়ে তিনি বছৰ ধৰি আভ্যন্তৰীণ পৰীক্ষাৰ বাবে ক্ৰয় কৰা কাগজৰ মূল্য আদায় দিব নোৱৰাত বহুতো অধ্যক্ষই নিজৰ দৰমহাৰ ধনেৰেই সেয়া পৰিশোধ কৰিবলগীয়া হৈছে।

বিনামূলীয়া নামভৰ্ত্তিৰ বাবদ বিদ্যালয়সমূহে পাবলগীয়া ধন শীঘ্ৰে মোকলাই দিবলৈ আম আদমি পাৰ্টীয়ে দাবী জনায়। বিদ্যালয়সমূহৰ দৈনন্দিন খৰচৰ বাবে প্ৰয়োজনীয় পুঁজি নোহোৱা কৰি হিমন্ত বিশ্ব শৰ্মা চৰকাৰে চৰকাৰী স্কুলসমূহ একাদিক্ৰমে ধ্বংসৰ কৰাৰ ষড়যন্ত্ৰ কৰিছে নেকি প্ৰশ্ন উত্থাপন কৰিছে দলটোৱে।

লগতে পঢ়কঃ মৰমৰ জেকলিন… কাৰাগাৰৰ পৰাই প্ৰেমৰ চিঠি সুন্দৰী প্ৰেয়সীলৈ; কি লিখিলে ঠগ সুকেশে?

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৩ বছৰৰ আইনী যুঁজৰ অন্ত! উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আদালতত আত্মসমৰ্পণ তৰুণ তেজপালৰ

১৩ বছৰৰ আইনী যুঁজৰ অন্ত! উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আদালতত আত্মসমৰ্পণ তৰুণ তেজপালৰ

September 14, 2026 3:12 pm
যোৰহাট-শিৱসাগৰত ১২২ কোটি টকাৰ উন্নয়নমূলক আঁচনিৰ শুভাৰম্ভ, চিনামৰাত নতুন উপায়ুক্ত কাৰ্যালয় আৰু ৰে’ল অভাৰব্ৰীজ উদ্বোধন হিমন্ত বিশ্ব শৰ্মাৰ

যোৰহাট-শিৱসাগৰত ১২২ কোটি টকাৰ উন্নয়নমূলক আঁচনিৰ শুভাৰম্ভ, চিনামৰাত নতুন উপায়ুক্ত কাৰ্যালয় আৰু ৰে’ল অভাৰব্ৰীজ উদ্বোধন হিমন্ত বিশ্ব শৰ্মাৰ

September 14, 2026 2:50 pm
পুনৰ তৃষাৰ সৈতে বিদেশ ভ্ৰমণত বিজয়! ভাইৰেল ছবিক লৈ আলোড়ন, নতুনকৈ সম্পৰ্কৰ চৰ্চা

পুনৰ তৃষাৰ সৈতে বিদেশ ভ্ৰমণত বিজয়! ভাইৰেল ছবিক লৈ আলোড়ন, নতুনকৈ সম্পৰ্কৰ চৰ্চা

September 14, 2026 12:53 pm
আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

September 14, 2026 11:15 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৩ বছৰৰ আইনী যুঁজৰ অন্ত! উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আদালতত আত্মসমৰ্পণ তৰুণ তেজপালৰ

১৩ বছৰৰ আইনী যুঁজৰ অন্ত! উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আদালতত আত্মসমৰ্পণ তৰুণ তেজপালৰ

September 14, 2026 3:12 pm
যোৰহাট-শিৱসাগৰত ১২২ কোটি টকাৰ উন্নয়নমূলক আঁচনিৰ শুভাৰম্ভ, চিনামৰাত নতুন উপায়ুক্ত কাৰ্যালয় আৰু ৰে’ল অভাৰব্ৰীজ উদ্বোধন হিমন্ত বিশ্ব শৰ্মাৰ

যোৰহাট-শিৱসাগৰত ১২২ কোটি টকাৰ উন্নয়নমূলক আঁচনিৰ শুভাৰম্ভ, চিনামৰাত নতুন উপায়ুক্ত কাৰ্যালয় আৰু ৰে’ল অভাৰব্ৰীজ উদ্বোধন হিমন্ত বিশ্ব শৰ্মাৰ

September 14, 2026 2:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd