• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পাঁচ তাৰকাযুক্ত হোটেলত উৎখাত দেহ ব্যৱসায় চক্ৰ; উদ্ধাৰ অভিনেত্ৰী, মডেল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 14, 2023 9:58 am
প্রতিনিধিত্বমূলক ফটো।

প্রতিনিধিত্বমূলক ফটো।

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুনেৰ ৱাকাদ অঞ্চলৰ পাঁচ তাৰকাযুক্ত হোটেলৰ পৰা চলোৱা এটা বৃহৎ দেহ ব্যৱসায় চক্ৰক উৎখাত কৰিছে পিম্প্ৰি-চিঞ্চৱাড আৰক্ষীয়ে।দেহ ব্যৱসায়ত আবদ্ধ হৈ থকা এগৰাকী ভোজপুৰী অভিনেত্ৰী আৰু এগৰাকী মডেলক হোটেলখনত অভিযান চলাই উদ্ধাৰ কৰা হয়।

শনিবাৰে পুনেত এজন বিষয়াই জনোৱা মতে, অসৎ কাৰ্যকলাপৰ বাবে তিনিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

ৱাকাড থানাৰ তদন্তকাৰী বিষয়া দেৱেন চাভানে জনোৱা মতে, এটা গোপন সূত্ৰৰ ভিত্তিত পৰিকল্পনা কৰি পিম্প্ৰি-চিঞ্চৱাড আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চে এখন পাঁচ তাৰকাযুক্ত হোটেলৰ বাহিৰত জাল পাতিছিল য’ত অভিনেত্ৰী তথা মডেলক অধিক ধন দিয়া গ্ৰাহকক মনোৰঞ্জন দিবলৈ বাধ্য কৰা হৈছিল।

Apply Now

লগতে পঢ়ক: নিৰংকুশ বিজয়! কৰ্ণাটকত সম্পূৰ্ণ অক্সিজেন ল’লে কংগ্ৰেছে; উশাহ লোৱাত কষ্ট পাইছে বিজেপিয়ে

চাভানে কয়, ‘আমি তথ্য লাভ কৰিছিলোঁ যে তিনিজন ব্যক্তিয়ে ভোজপুৰী অভিনেত্ৰীগৰাকী আৰু এগৰাকী মডেলক বিভিন্ন অজুহাতত প্ৰলোভিত কৰি ১৫,০০০-২৫,০০০ টকাৰ বিনিময়ত দেহ ব্যৱসায়ৰ কামলৈ ঠেলি দিছিল’।

সঠিক পৰীক্ষণৰ পিছত ক্ৰাইম ব্ৰাঞ্চে পৰিকল্পনা কৰি এজন নকল গ্ৰাহকক নিয়োগ কৰিছিল যিয়ে তেওঁলোকৰ এজেণ্টৰ সৈতে অনলাইনযোগে যোগাযোগ কৰিছিল। এজেন্টজনে অভিনেত্ৰী-মডেলৰ ফটো শ্বেয়াৰ কৰিছিল আৰু আনকি হোটেলৰ কোঠা এটাও বুকিং কৰিছিল।

পিছত নকল গ্ৰাহকে হোটেলখনত চলি থকা ঘটনাৰ কথা নিশ্চিত কৰে আৰু শুকুৰবাৰে গভীৰ নিশা ক্ৰাইম ব্ৰাঞ্চে তাত অভিযান চলায়।

লগতে পঢ়ক: Karnataka election results: বিজেপি মুক্ত দক্ষিণ ভাৰত; কংগ্ৰেছৰ কটাক্ষৰ সন্মুখীন বিজেপি

চাভানে কয় যে তেওঁলোকে অভিনেত্ৰী আৰু মডেলগৰাকীক উদ্ধাৰ কৰিছে আৰু এই ৰেকেট চলোৱাৰ অপৰাধত তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে।

বৃহৎ ধনৰ প্ৰতিশ্ৰুতিৰে মহিলা দুগৰাকীক দেহ ব্যৱসায়লৈ প্ৰলোভিত কৰা  তিনিজনক প্ৰবীৰ পি মজুমদাৰ, দীনেশ যাদৱ আৰু বিৰাজ যাদৱ বুলি চিনাক্ত কৰা হৈছে।

লগতে পঢ়ক: সংকট আৰু বিপদৰ সময়ত এইবোৰ কথা অৱশ্যেই মনত ৰাখিব! চাণক্যই দিছে উপদেশ

চাভানে জানিবলৈ দিয়ৈ মতে, এতিয়া ৱাকাড আৰক্ষীয়ে চক্ৰটোৱে পেলোৱা জালত জড়িত হৈ পৰা গ্লেমাৰ উদ্যোগৰ আন মহিলা আৰু পিম্প্ৰি-চিনচৱাড আৰু ইয়াৰ আশে-পাশে থকা অন্যান্য অঞ্চলত ছদ্মবেশত দেহ ব্যৱসায় চলোৱা সহযোগীসকলৰ সম্পৰ্কে তদন্ত কৰি আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

July 27, 2026 6:10 pm
বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

July 27, 2026 3:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd