• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাজস্থানত প্ৰকৃতিৰ তাণ্ডৱ: বৰষুণ-বানৰ প্ৰকোপত ১৩ গৰাকীৰ মৃত্যু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 27, 2023 7:51 pm
flood Rajasthan
4.7k
VIEWS
Share on FacebookShare on Twitter

প্ৰকৃতিৰ ৰোষত পৰিছে ৰাজস্থান। অকস্মাতে হোৱা প্ৰচণ্ড বৰষুণ, শিলাবৃষ্টি আৰু ধুমুহা-বতাহে বুৰাই পেলাইছে ৰাজ্যখনৰ কিছু অংশ। এই তাণ্ডৱে আটাইতকৈ ক্ষতিগ্ৰস্ত কৰিছে ৰাজ্যৰ ফাতেহপুৰ চহৰ আৰু শেখাৱতী অঞ্চলৰ।

প্ৰকৃতিৰ এনে ভয়াৱহ ৰূপত ফলশ্ৰুতিত ৰাজস্থানত এতিয়ালৈকে ১৩ গৰাকী লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। দুৰ্যোগ সাহায্য আৰু পৰিচালনা বিভাগে সদৰী কৰা মতে, বিগত দুদিনত হোৱা বৰষুণ আৰু তাৰ পৰিণতিত হোৱা বানপানীৰ ফলত এই লোকসকলৰ মৃত্যু ঘটিছে।

বানপানীৰ ফলত বানপীড়িত অঞ্চলসমূহত বহু বাসগৃহৰ ক্ষতিসাধন হোৱাৰ লগতে পশুধনৰো মৃত্যু ঘটিছে। বাঢ়নী পানীয়ে উটুৱাই নিছে বহু ব্যক্তিগত বাহন। ইফালে সময়মতে সাহায্য লাভ নকৰাৰ ফলত ক্ষোভিত হৈ পৰা কৃষকসকলে পথ বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে কিছু অঞ্চলত।

প্ৰকাশিত খবৰ অনুসৰি বিগত চাৰিদিন ধৰি অবিৰতভাৱে হৈ থকাৰ ফলত ফাতেহপুৰ চহৰত উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি হৈছে। বানপানীৰ লগতে তীব্ৰ বতাহৰ পৰিণতিত চহৰখনত বিদ্যুৎ সেৱা প্ৰায় বিচ্ছিন্ন হৈ পৰিছে।

ইফালে বতৰ বিজ্ঞান কাৰ্যালয়ে সোমবাৰলৈকে ধাৰাসাৰ বৰষুণ, বতাহ আৰু শিলাবৃষ্টি হ’ব পাৰে বুলি সকীয়াই দিছে। বতাহৰ গতিবেগ ঘণ্টাত ৭০ কিলোমিটাৰ পৰ্যন্ত হ’ব পাৰে বুলি বতৰ বিজ্ঞান কাৰ্যালয়ে আশংকা প্ৰকাশ কৰিছে।

Recent News

বন্ধ হ’ল জনপ্ৰিয় নিউজ পৰ্টেল ‘দ্য ৱায়াৰ’ : সাংবিধানিক স্বাধীনতা ভংগ কৰাৰ অভিযোগ

বন্ধ হ’ল জনপ্ৰিয় নিউজ পৰ্টেল ‘দ্য ৱায়াৰ’ : সাংবিধানিক স্বাধীনতা ভংগ কৰাৰ অভিযোগ

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd