• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰাজহুৱা স্থানত যৌন সম্পৰ্ক স্থাপনত অসন্মত! প্ৰেমিকাৰ মূৰত শিলেৰে আক্ৰমণ প্ৰেমিকৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 2, 2023 7:37 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বলীউডৰ ছুপাৰহিট চিনেমা ‘পিংক’ৰ কথা মনত আছেনে? যদি কোনো মহিলা ই যৌন সম্পৰ্ক স্থাপনত সন্মতি নিদিয়ে তেন্তে তেওঁৰ সৈতে জোৰকৈ যৌন সম্পৰ্ক স্থাপন কৰিব নোৱাৰি। মহিলাই যৌন সম্পৰ্ক স্থাপনত অনিচ্ছুক মানে অনিচ্ছুকেই, তেনে ক্ষেত্ৰত পুৰুষে কোনো কাৰণতে মাহিলাক জোৰদবৰদস্তি কৰিব নোৱাৰিব। এয়া আইসিদ্ধ কথা। বলিউদৰ ছবিখনে এই বাৰ্তাকে প্ৰেৰণ কৰিছে।

কিন্তু বাস্তৱত নাৰীৰ সেই অনিচ্ছা বা অসন্মতিক পুৰুষে কিমান সন্মান প্ৰদৰ্শন কৰে? এক কথাত অধিকাংশ পুৰুষেই মহিলাৰ অসন্মতিক সন্মান নকৰে।

তেনে এক জঘন্য পুৰুষতান্ত্ৰিক আচৰণৰ বাতৰিয়ে সংবাদ মাধ্যমত স্থান পাইছে। প্ৰকাশিত বাতৰিৰ মতে এগৰাকী যুৱতীয়ে যৌন সম্পৰ্ক স্থাপনত অনিচ্ছুক হোৱাৰ বাবেই প্ৰেমিকে অতি বৰ্বৰতাৰে শাৰীৰিকভাৱে আক্ৰমণ কৰে।

Apply Now

আৰক্ষীয়ে প্ৰকাশ কৰা ঘটনাৰ বিৱৰণীৰ মতে, আকাশ মুখোপাধ্যায় নামৰ এগৰাকী প্ৰেমিকে ৰাজহুৱা স্থানত প্ৰেমিকাক যৌন সম্পৰ্ক স্থাপনৰ প্ৰস্তাৱত দিছিল। কিন্তু প্ৰেমিকৰ সেই অদ্ভুত প্ৰস্তাৱত সন্মত নহ’ল প্ৰেমিকা। প্ৰেমিকাৰ এই অসন্মতিত ক্ৰোধান্বিত হৈ প্ৰেমিক আকাশে এটা শিলত প্ৰেমিকাৰ মূৰত প্ৰচণ্ড জোৰেৰে আঘাত কৰে। ইমানেই নহয় প্ৰেমিকাৰ দীঘল চুলি আজুৰি টানি মূৰটো শিলতে থেকেচা মাৰি দিয়ে। প্ৰেমিকৰ এনে পাশৱিক আক্ৰমণত গুৰুতৰভাৱে আহত হয় প্ৰেমিকাগৰাকী।

জানিব পৰা মতে, ২৮ বছৰীয়া আকাশ আৰু তেওঁৰ প্ৰেমিকা মুম্বাইস্থিত একেটা প্ৰতিষ্ঠানৰে কৰ্মচাৰী। একেটা প্ৰতিষ্ঠানতে একেলগে কাম কৰাৰ সূত্ৰে তেওঁলোকৰ মাজত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে আৰু দুয়োৰে মাজৰ সম্পৰ্ক গভীৰ হৈ পৰে।

যোৱা বুধবাৰে মুম্বাইৰ কল্যাণ অঞ্চলৰ বাসিন্দা আকাশে প্ৰেয়সীৰ সৈতে গৈ ছত্ৰপতি শিৱাজী ৰে’ল ষ্টেচনত নামে। ইয়াৰ পিছত তেওঁলোকে ইণ্ডিয়া গেটৱেকে ধৰি বিভিন্ন স্থান পৰিদৰ্শন কৰে।

পিছত সন্ধিয়া তেওঁলোকে মুম্বাইৰ অতি জনপ্ৰিয় অঞ্চল বান্দ্ৰা বেণ্ডষ্টেণ্ডলৈ যায়। আকাশে সেই স্থানতে প্ৰেমিকাক যৌন সম্পৰ্ক স্থাপনৰ প্ৰস্তাৱ দিয়ে। কিন্তু ৰাজহুৱা স্থানত প্ৰেমিকে দিয়া এই প্ৰস্তাৱত সন্মতি নিদিলে প্ৰেমিকাই।

প্ৰেমিকাই অসন্মত হোৱাত ক্ৰোধান্বিত হৈ প্ৰেমিক আকাশে প্ৰথমে প্ৰেমিকাৰ ডিঙিত ধৰি আক্ৰমণ কৰি এটা শিলত প্ৰেমিকাৰ মূৰটোও থেতেলিয়াই দিয়ে। ইমানতে ক্ষান্ত নহৈ আকাশে প্ৰেমিকাৰ মূৰটো নৰ্দমাৰ পানীত ডুবাই হত্যা কৰিবলৈও উদ্যত হয়।

প্ৰেমিকৰ এনে পাশৱিক শাৰীৰিক আক্ৰমণত যুৱতীগৰাকীয়ে চিঞৰ বাখৰ কৰে আৰু যুৱতীগৰাকীৰ আৰ্তনাদ শুনি ওচৰ-চুবুৰীয়া মানুহবোৰ দৌৰি প্ৰেমিকৰ আক্ৰমণৰ পৰা ৰক্ষা কৰে। তেওঁলোকে লগে লগে আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষীয়ে আহি আহত যুৱতীগৰাকীক উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যায়।

আৰক্ষীয়ে প্ৰেমিক আকাশক গ্ৰেপ্তাৰ কৰিছেয়। তেওঁৰ বিৰুদ্ধে হত্যাৰ চেষ্টাৰ গোচৰ ৰুজু কৰা হৈছে বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm
অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

July 10, 2026 2:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd