• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ডেটিঙত গৈ প্ৰিয় নাৰীগৰাকীক কওঁক এইকেইটা কথা : প্ৰেমত নপৰাকৈ নোৱাৰে আপোনাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 4, 2023 3:10 pm
13
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেইটামান বিশেষ কথাই মহিলা সকলক পুৰুষৰ প্ৰতি আকৰ্ষিত কৰে।  মহিলাসকলে এনে কিছুমান কথা শুনি ভাল পায় যিয়ে পুৰুষজনৰ প্ৰতি স্নেহ আৰু আকৰ্ষণ জাগ্ৰত কৰে। 

আপুনি যদি এগৰাকী নাৰীক মনে প্ৰাণে ভাল পাই আছে আৰু তেৱোঁ যদি আপোনাক ভাল পোৱাটো বিচাৰিছে, তেন্তে একাধিকবাৰ তেওঁক ডেটিঙলৈ লৈ যাওঁক। পাৰ্ক, মুকলি ঠাই, ৰেস্তোঁৰা আদি যিকোনো ভাললগা ঠাইলৈ আপুনি তেওঁক বন্ধুত্বসুলভ ভাবেৰে আমন্ত্ৰণ জনাওক। আৰু তেওঁৰ সৈতে কটোৱা সময়খিনিত আপোনালোকৰ কথা-বতৰাৰ মাজত এইকেইটা কথা কওঁক। এই কেইটা কথা যদি আপুনি এগৰাকী মহিলাক কয় তেন্তে নিশ্চিতভাবে আপোনাৰ প্ৰতি আকৰ্ষিত হ’ব তেওঁ। 

Apply Now

ডেটিঙত কি কি ক’ব প্ৰিয় নাৰীগৰাকীক ? 

১/ ”তুমি জানানে তোমাৰ কোনবোৰ কথা মোৰ ভাল লাগে?“

সকলো মানুহেই নিজৰ প্ৰসংশা শুনি ভাল পায়। গতিকে আপুনি তেখেতৰ মাজত যিবোৰ ভাল লগা কথা অনুভৱ কৰিছে সেয়া তেওঁক কওঁক। এনে কৰিলে তেওঁ অনুভৱ কৰিব যে আপুনি তেওঁক যথেষ্ট মনোযোগ আৰু গুৰুত্ব প্ৰদান কৰিছে। এই কথাই তেওঁক সুখী কৰিব। লগতে আপোনাৰ প্ৰতিও তেওঁৰ মনোযোগ বৃদ্ধি পাব।

২/ ”তোমাৰ চকুযুৰি খুব ধুনীয়া আৰু উজ্জ্বল”

কোৱা হয় যে চকু আত্মাৰ দাপোন। এইদৰে কোৱাৰ অৰ্থ এয়ে যে আপুনি তেওঁৰ চকুৱেদি তেওঁৰ আত্মাত প্ৰৱেশ কৰিছে আৰু তেওঁক বুজিবলৈ চেষ্টা কৰিছে।

৩/ ”মই তোমাৰ লগত Comfortable তথা সহজ অনুভৱ কৰোঁ”

আমাৰ বহুত বন্ধু থাকিব পাৰে, কিন্তু তেওঁলোকৰ কিমানজনৰ লগত আমি অন্তৰংগ হ’ব পাৰো?

আপুনি যদি কোনো মহিলাক ফুৰিবলৈ বা ডেটিঙলৈ লগ ধৰিছে তেন্তে তেওঁ আপোনাৰ লগত সহজবোধ কৰাটো অত্যন্ত প্ৰয়োজনীয়।  সেয়ে এই কথা ব্যক্ত কৰি তেওঁকো সহজবোধ কৰোৱাৰ লগতে তেওঁৰ অন্তৰত প্ৰৱেশ কৰিব পাৰিব। ইয়াৰ ফলত তেওঁ অনুভৱ কৰিব তেওঁৰ প্ৰতি আপোনাৰ দুৰ্বলতা আছে।

৪/ ”তোমাৰ কামটো মোৰ বাবে খুব আকৰ্ষণীয়”

আমি সকলোৱে আমাৰ কেৰিয়াৰত উৎকৃষ্ট হ’বলৈ চেষ্টা কৰোঁ। আমি আমাৰ বেছিভাগ সময় কৰ্মস্থলীতে কটাওঁ, গতিকে আপোনাৰ ডেটৰ পেছাদাৰী প্ৰচেষ্টাৰ বাবে তেওঁৰ জীৱিকাক আপুনি প্ৰশংসা কৰিব পাৰে। 

৫/ “তুমি কি ভাবা…!”

তেওঁৰ পচন্দ অপচন্দ আৰু আপোনালোক দুয়োৰে মাজত থকা কিছুমান সাধাৰণ আগ্ৰহ জানিবলৈ ই এক উৎকৃষ্ট উপায়। ইয়াৰ উপৰিও ই আপোনাক তেওঁৰ জীৱন আৰু মতামতৰ প্ৰতি প্ৰকৃত আগ্ৰহী যেন দেখাব। গতিকে শেহতীয়া কোনো সামাজিক ঘটনা, শেহতীয়া চিনেমা আদিৰ বিষয়ে তেওঁৰ মতামত জানিবলৈ চেষ্টা কৰিব পাৰে।

৬/ ”তোমাৰ চিন্তা-ধাৰণাবোৰ মোৰ ভাল লাগে।”

কিবা এটা বিষয়ত তেওঁৰ মতামত সুধিলে তাৰ প্ৰশংসা কৰিবলৈ নাপাহৰিব। এগৰাকী মহিলাই তেওঁৰ সৌন্দৰ্য্যতকৈ তেওঁৰ মগজুৰ প্ৰশংসা ভালপোৱাৰ সম্ভাৱনা বেছি। এনে কথাই আপোনাক এনে এজন পুৰুষৰ দৰে কৰি তোলে যিয়ে এগৰাকী নাৰীক শাৰীৰিকভাবে নহয় মানসিকভাবে হে উপভোগ কৰিব খোজে। 

বিভিন্ন বিষয়ত তে ওঁ লোৱা ধাৰণাৰ শলাগ লওক আৰু যদি আপুনি দুয়োৰে কিবা এটাত মতানৈক্য হয়, তেন্তে এটা সুস্থ আৰু সন্মানজনক বিতৰ্ক কৰিলে ই ঘনিষ্ঠতা বৃদ্ধি কৰিব পাৰে।

৭/ ”তোমাৰ লগত সময় অতিবাহিত কৰি মোৰ ভাল লাগে।”

যেতিয়া আপুনি আপোনাৰ ডেটক কয় যে আপুনি তেওঁৰ সংগ উপভোগ কৰি ভাল পায়, তেতিয়া আপুনি পৰোক্ষভাৱে ইংগিত দিছে যে ভৱিষ্যতে ডেটত তাইৰ সৈতে অধিক সময় কটাব বিচাৰে।

৮/ ”আজি তোমাৰ লগত কটোৱা সময়খিনি মোৰ বাবে খুব উপভোগ্য আৰু স্মৰণীয় হৈ ৰ’ব।”

যেতিয়া আপুনি এই কথা কয়, তেতিয়া আপুনি পৰোক্ষভাৱে কৈছে যে তোমাৰ সংগ মই উপভোগ কৰোঁ।  যদি তেৱোঁ আপোনাৰ লগত সময়খিনি উপভোগ কৰিছিল, তেন্তে উৎসাহেৰে উত্তৰ দিব আৰু আপোনাক পুনৰ লগ পোৱাৰ প্ৰস্তাৱ দিব। 

যদিহে আপুনি কাৰোবাক ভাল পাই তেন্তে তেওঁক একাধিকবাৰ ডেটিঙলৈ লৈ যাওঁক আৰু কথাৰ মাজত সুযোগ বুজি এইকেইটা কথা কওঁক। তেওঁ নিশ্চয় প্ৰেমত পৰিব আপোনাৰ।

লগতে পঢ়কঃ প্ৰেমৰ ক্ষেত্ৰত এনে পুৰুষ কেতিয়াও ব্যৰ্থ নহয় : চাণক্যই দিছে নীতি

লগতে পঢ়কঃ চাণক্য নীতি: যি গুণৰ বাবে পুৰুষৰ প্ৰেমত পৰে মহিলা

লগতে পঢ়কঃ এইকেইটা লক্ষণে দেখা দিছে নেকি সম্পৰ্কত? তেনেহ’লে বেছিদিন নিটিকে আপোনাৰ সম্পৰ্ক

লগতে পঢ়কঃ বিবাহ পূৰ্বে যৌন সম্পৰ্কই বৈবাহিক জীৱন অধিক সুখী কৰে নে? কি কয় সমীক্ষাই?

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

June 18, 2026 9:14 pm
দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

June 18, 2026 8:55 pm
ইউ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ অসমৰ পৰীক্ষাৰ্থীলৈ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য আছুৰ

ইউ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ অসমৰ পৰীক্ষাৰ্থীলৈ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য আছুৰ

June 18, 2026 8:33 pm
২০ বছৰৰ পাছত ফুটবল বিশ্বকাপত ভাৰতীয় মূলৰ খেলুৱৈ : ইতিহাস ৰচিলে নিচান ভেলুপিল্লাইয়ে

২০ বছৰৰ পাছত ফুটবল বিশ্বকাপত ভাৰতীয় মূলৰ খেলুৱৈ : ইতিহাস ৰচিলে নিচান ভেলুপিল্লাইয়ে

June 18, 2026 8:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

June 18, 2026 9:14 pm
দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

June 18, 2026 8:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd