• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 30, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জ্বলিছে মণিপুৰ, নিশ্চুপ মোদী: মন কি বাত কাৰ্যসূচীৰ সময়তে ট্ৰেঞ্জিষ্টৰ ভাঙি প্ৰতিবাদ জনতাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 18, 2023 7:09 pm
260
VIEWS
Share on FacebookShare on Twitter

ক্ৰমাৎ অধিক ভয়াৱহ হৈ পৰিছে মণিপুৰৰ পৰিস্থিতি। হিংসাত্মক কাৰ্যকলাপৰ ফলশ্ৰুতিত অচল হৈ পৰিছে ৰাজ্যখনৰ জনজীৱন। কিন্তু এই ভয়াৱহ পৰিস্থিতিৰ পাছতো ‘অষ্টলক্ষ্মী’ উত্তৰ-পূবৰ অংগ মণিপুৰ সন্দৰ্ভত মৌন হৈ আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

প্ৰধানমন্ত্ৰী মোদীৰ এই মৌনতাক লৈ সৰৱ হৈ উঠিছে দেশৰ বিৰোধী। এইবাৰ মোদীৰ মৌনতাৰ বিৰুদ্ধে মণিপুৰৰ ৰাজপথত দেখা গ’ল এক অভিনৱ প্ৰতিবাদ। মণিপুৰৰ ৰাইজে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰধানমন্ত্ৰী মোদী বিৰুদ্ধে আজি প্ৰতিবাদ সাব্যস্ত কৰে।

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ “মন কি বাত” কাৰ্যসূচীৰ সময়ত মণিপুৰৰ বিভিন্ন প্ৰান্তৰ লোকে এই কাৰ্যসূচী বৰ্জন কৰি ট্ৰেঞ্জিষ্টৰ ভাঙি পেলায়। মণিপুৰৰ পৰিস্থিতিক লৈ মোদীৰ মৌনতাৰ প্ৰতিবাদৰ প্ৰতীকী স্বৰূপে এই কাৰ্য কৰে মণিপুৰৰ জনসাধাৰণে।

ইফালে, কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গেইও মণিপুৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীৰ মৌনতাক লৈ তীব্ৰ আক্ৰমণ কৰে। খৰ্গেই কয়, ‘আপোনাৰ ‘মন কি বাত’ত প্ৰথমে ‘মণিপুৰ কী বাত’ অন্তৰ্ভুক্ত হ’ব লাগিছিল, কিন্তু সেয়া নহ’ল।” ৰাজ্যখনৰ পৰিস্থিতি গভীৰভাৱে চিন্তনীয় বুলি উদ্বেগ প্ৰকাশ কৰে খৰ্গেই।

মণিপুৰ জ্বলি থকাৰ সময়ত কেন্দ্ৰৰ মোদী চৰকাৰ শুই আছে বুলিও শাসকীয় বিজেপি চৰকাৰক কটাক্ষ কৰে কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। লগতে তেওঁ বিজেপি চৰকাৰে মণিপুৰক ভাৰতৰ অংশ হিচাপে গণ্য নকৰে যেন ভাৱ হৈছে বুলিও মোদীক আক্ৰমণ কৰে।

Recent News

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

পেহেলগামত ৭০ বছৰীয়া পৰ্যটকক ধৰ্ষণ! অভিযুক্তৰ জামিন আবেদন নাকচ আদালতৰ

পেহেলগামত ৭০ বছৰীয়া পৰ্যটকক ধৰ্ষণ! অভিযুক্তৰ জামিন আবেদন নাকচ আদালতৰ

গোলাঘাটত মুখ্যমন্ত্ৰীৰ গাড়ীলৈ বটল নিক্ষেপ : মহিলাসহ আটক ৪ কংগ্ৰেছ কৰ্মী

গোলাঘাটত মুখ্যমন্ত্ৰীৰ গাড়ীলৈ বটল নিক্ষেপ : মহিলাসহ আটক ৪ কংগ্ৰেছ কৰ্মী

৭০ লাখ টকাৰ গাড়ী, ১ কেজি সোণ যৌতুকত দিয়াৰ পিছতো শহুৰ-শাহুৰৰ অত্যাচাৰ! আত্মহননৰ পথ বাছি ল’লে এগৰাকী তৰুণীয়ে

৭০ লাখ টকাৰ গাড়ী, ১ কেজি সোণ যৌতুকত দিয়াৰ পিছতো শহুৰ-শাহুৰৰ অত্যাচাৰ! আত্মহননৰ পথ বাছি ল’লে এগৰাকী তৰুণীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd