• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আহি আছে ড° নগেন শইকীয়াৰ গল্পৰ আধাৰত নিৰ্মিত ছবি ‘ওৱাইড এংগল’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 27, 2023 6:04 pm
17
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাইজৰ মাজলৈ আহি আছে জয়ন্ত নাথৰ পৰিচালনাত নিৰ্মিত ছবি ‘ওৱাইড এংগল’। ছবিখনৰ কাহিনী ড° নগেন শইকীয়াৰ এটি বহুচৰ্চিত গল্পৰ আধাৰত ৰচনা কৰা হৈছে ৷ 

অসমৰ অস্তিত্ব ৰক্ষা আন্দোলনৰ সময়ৰ এজন সৎ নিষ্ঠাবান ফটো সাংবাদিকৰ জীৱন সংগ্ৰামৰ কাহিনীক মূল বিষয়বস্তু  হিচাপে লৈ গল্পটো ৰচনা কৰা হৈছিল৷ 

Apply Now

বিশিষ্ট নাট্যকাৰ পংকজজ্যোতি ভূঞাই উক্ত গল্পটোৰ আধাৰত চিত্ৰনাট্য ৰচনা কৰিছে৷ পৰিচালকে জানিবলৈ দিয়া মতে, গল্পটোৰ লগত কিছু চৰিত্ৰ তথা উপকাহিনী সংযোগ ঘটোৱা হৈছে৷ 

ছবিখনৰ প্ৰযোজনাৰ দায়িত্বত আছে যুৱ প্ৰযোজক দেৱজ্যোতি বৰা ৷ ইতিমধ্যেই ছবিখনৰ শ্বুটিং সমাপ্ত হৈছে।

পৰিচালক জয়ন্ত নাথে ছবিখন নিৰ্মাণ কৰাৰ সম্পৰ্কে কয়, “১৯৮৩ চনৰ কাহিনী চিত্ৰৰূপ দিওতে কিছু কষ্ট হল ৷ সেই সময়ৰ সাজসজ্জা , বেশভূষাকে ধৰি সকলো দিশ চাবলগা হৈছে ৷ অসম আন্দোলনৰ বিভিন্ন কাৰ্যসূচী চিত্ৰায়ন কৰিবলৈ চেষ্টা কৰা হৈছে ৷ এই সমুহ নিখুঁতকৈ দেখুৱাবলৈ সকলোৱে  বহু কষ্ট কৰাবলগীয়া হৈছে ৷ এজন সৎ সাংবাদিকৰ সহজ সৰল সংঘাতেৰে ভৰা জীৱন লগতে অসমৰ সমসাময়িক ঘটনা সমুহ ডাঙি ধৰাই ছবিখন নিৰ্মানৰ মুল উদ্দেশ্য ৷” 

উল্লেখ্য যে, ছবিখনৰ প্ৰযোজনা দেবজ্যোতি বৰাৰ ৷ সহ প্ৰযোজক অৰিনী গগৈ বৰা।  কাহিনী ড° নগেন শইকীয়াৰ , চিত্ৰনাট্য পংকজজ্যোতি ভূঞাৰ , পৰিচালনা আৰু সংগীত জয়ন্ত নাথৰ , কেমেৰাত আছে সুমন দুৱৰা । 

ৰূপসজ্জাৰ দায়িত্বত আছে বিশ্ব কলিতা , দৃশ্যসজ্জা বিচিত্ৰ বৰা আৰু মানস বৰঠাকুৰৰ , সাজসজ্জা জুৰিৰানী নাথৰ , সম্পাদনা দেবজিত দত্তৰ। ছবিখনৰ মুখ্য সহকাৰী পৰিচালক দিপক নাথ , সহকাৰী পৰিচালক চিন্ময় দত্ত , দেবব্ৰত শইকীয়া আৰু আকাশজ্যোতি নাথ ৷ 

সহকাৰী কেমেৰামেন অতুল স্বৰ্গীয়াৰী আৰু মিন্টু বৰ্মন ৷ শব্দগ্ৰহন ৰাজতিলক ডেকাৰ ৷ প্ৰযোজনা নিয়ন্ত্ৰক মিন্টু বৰা আৰু পাৰ্থ বৰঠাকুৰ ৷

জানিব পৰা মতে ছবিখনত  অভিনয় কৰিছে তপন দাস , অপৰ্না দত্ত চৌধুৰী , পবিত্ৰ বৰুৱা , জলি লস্কৰ , জুবিন গাৰ্গ , জেতবন বৰুৱা , মুক্তাৰুল হুছেইন , ৰূপকুমাৰ বৰা দীপাংকৰ ৰয় , ধ্যানী মহন , ৰাজীব গোস্বামী , গীতাৱলী ৰাজকুমাৰীকে ধৰি কেইবাজনো ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে ৷

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পেট্ৰ’লৰ সলনি এতিয়াৰে পৰা ১০০ শতাংশ ইথানলৰেও চলিব গাড়ী! মটৰ বাহন নিয়মাৱলীত কেন্দ্ৰৰ ঐতিহাসিক সংশোধন

পেট্ৰ’লৰ সলনি এতিয়াৰে পৰা ১০০ শতাংশ ইথানলৰেও চলিব গাড়ী! মটৰ বাহন নিয়মাৱলীত কেন্দ্ৰৰ ঐতিহাসিক সংশোধন

October 26, 2026 3:33 pm
চিজেপি নেতা সৌৰভ দাসৰ হোৱাটছএপ একাউণ্ট নিষিদ্ধ; মেটাৰ বিৰুদ্ধে সৰৱ হ’ব নেকি ককৰোচ?

চিজেপি নেতা সৌৰভ দাসৰ হোৱাটছএপ একাউণ্ট নিষিদ্ধ; মেটাৰ বিৰুদ্ধে সৰৱ হ’ব নেকি ককৰোচ?

October 26, 2026 2:43 pm
বিশ্বজুৰি আৰম্ভ হৈছে নতুন ধাৰা? ছাত্ৰ আন্দোলনৰ পৰিণতিত আৰু এখন দেশৰ নিৰ্বাচনত পৰাস্ত ৰাষ্ট্ৰপতি

বিশ্বজুৰি আৰম্ভ হৈছে নতুন ধাৰা? ছাত্ৰ আন্দোলনৰ পৰিণতিত আৰু এখন দেশৰ নিৰ্বাচনত পৰাস্ত ৰাষ্ট্ৰপতি

October 26, 2026 12:31 pm
দুৰ্ঘটনাৰ বলি ৰাহুল গান্ধীৰ কনভয়, কেইবাজনো আহত! কেনে আছে লোকসভাৰ বিৰোধী নেতা?

দুৰ্ঘটনাৰ বলি ৰাহুল গান্ধীৰ কনভয়, কেইবাজনো আহত! কেনে আছে লোকসভাৰ বিৰোধী নেতা?

October 26, 2026 11:21 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেট্ৰ’লৰ সলনি এতিয়াৰে পৰা ১০০ শতাংশ ইথানলৰেও চলিব গাড়ী! মটৰ বাহন নিয়মাৱলীত কেন্দ্ৰৰ ঐতিহাসিক সংশোধন

পেট্ৰ’লৰ সলনি এতিয়াৰে পৰা ১০০ শতাংশ ইথানলৰেও চলিব গাড়ী! মটৰ বাহন নিয়মাৱলীত কেন্দ্ৰৰ ঐতিহাসিক সংশোধন

October 26, 2026 3:33 pm
চিজেপি নেতা সৌৰভ দাসৰ হোৱাটছএপ একাউণ্ট নিষিদ্ধ; মেটাৰ বিৰুদ্ধে সৰৱ হ’ব নেকি ককৰোচ?

চিজেপি নেতা সৌৰভ দাসৰ হোৱাটছএপ একাউণ্ট নিষিদ্ধ; মেটাৰ বিৰুদ্ধে সৰৱ হ’ব নেকি ককৰোচ?

October 26, 2026 2:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd