• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

ৱেষ্ট ইণ্ডিজ ভ্ৰমণ সমাপ্তিৰ পিছতে আয়াৰলেণ্ড ভ্ৰমণ কৰিব ভাৰতীয় ক্ৰিকেট দলে: সূচী ঘোষণা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 28, 2023 10:43 am
India vs Ireland
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এক সীমিত অভাৰৰ শৃংখলাৰ বাবে আয়াৰলেণ্ড ভ্ৰমণ কৰিব ভাৰতীয় ক্ৰিকেট দলে। আগন্তুক ৱেষ্ট ইণ্ডিজ ভ্ৰমণ সামৰিয়েই ভাৰতীয় দলটো এই টি-২০ শৃংখলাটোৰ বাবে আয়াৰলেণ্ডত উপস্থিত হ’ব। আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেট কাউন্সিল, চমুকৈ আইচিচিয়ে কালি এই সূচী সদৰী কৰিছে।

১৮ আগষ্টৰ পৰা ২৩ আগষ্টৰ ভিতৰত তিনিখন মেচৰ শৃংখলাটো অনুষ্ঠিত হ’ব। শৃংখলাটোৰ আটাইকেইখন মেচ মালাহাইডত আয়োজন কৰা হ’ব। ভাৰতীয় ক্ৰিকেট দলক এই ভ্ৰমণৰ বাবে আদৰণি জনাইছে ক্ৰিকেট আয়াৰলেণ্ডে।

Apply Now

ক্ৰিকেট আয়াৰলেণ্ডৰ মুখ্য কাৰ্যবাহী ৱাৰেন ডুট্ৰমে এক বিবৃতি যোগে ১২ মাহৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে ভাৰতীয় দলক আয়াৰলেণ্ডলৈ আদৰিবলৈ পাই ক্ৰিকেট আয়াৰলেণ্ড আনন্দিত হোৱা বুলি উল্লেখ কৰে।

বিগত বৰ্ষতো দুখন মেচৰ শৃংখলাৰ বাবে আয়াৰলেণ্ড ভ্ৰমণ কৰিছিল ভাৰতে। উক্ত শৃংখলাৰ কথা সুঁৱৰি ডুট্ৰমে কয় যে বিগত বৰ্ষৰ দুইখন মেচৰে সম্পূৰ্ণ টিকট ক্ৰয় কৰি অনুৰাগীয়ে খেল উপভোগ কৰিছিল।

গতিকে এই বছৰ তিনিখন মেচৰ শৃংখলাটো অধিক অনুৰাগীয়ে উপভোগ কৰাৰ সুযোগ পাব বুলি তেওঁ মন্তব্য কৰে। ডুট্ৰমে লগতে ভাৰতীয় দলৰ ব্যস্ত ভ্ৰমণসূচীত আয়াৰলেণ্ডকো অন্তৰ্ভুক্ত কৰাৰ বাবে বিচিচিআইক ধন্যবাদ জনায়।

এই শৃংখলাৰ ঘোষিত সূচী অনুসৰি ১৮ আগষ্টত শৃংখলাৰ প্ৰথমখন মেচ অনুষ্ঠিত হ’ব। আনহাতে দ্বিতীয় আৰু তৃতীয় তথা অন্তিম মেচ ক্ৰমে ২০ আৰু ২৩ আগষ্টত অনুষ্ঠিত হ’ব।

উল্লেখ্য যে, এমাহৰ বিৰতিৰ অন্তত অহা ১২ জুলাইৰ পৰা ৱেষ্ট ইণ্ডিজ ভ্ৰমণ আৰম্ভ কৰিব ভাৰতীয় দলে। এমাহ যোৰা এই ভ্ৰমণত ভাৰতে ঘৰুৱা দলটোৰ বিপক্ষে দুখন টেষ্ট, তিনিখন এদিনীয়া আৰু ৫ খন টি-২০ মেচত অৱতীৰ্ণ হ’ব।

১৩ আগষ্টত এই ভ্ৰমণৰ অন্ত পৰাৰ পিছতে ১৮ আগষ্টৰ পৰা আৰম্ভ হ’বলগীয়া শৃংখলাৰ বাবে আয়াৰলেণ্ডলৈ ৰাওনা হ’ব ভাৰতীয় দল।

লক্ষণীয়ভাৱে, সেই ভ্ৰমণৰ পিছতে ৩১ আগষ্টৰ পৰা আৰম্ভ হ’ব এছিয়া কাপ। আৰু তাৰ পিছতে ৫ অক্টোবৰৰ পৰা আৰম্ভ হ’ব এদিনীয়া বিশ্বকাপ। এনে পৰিস্থিতিত আয়াৰলেণ্ড ভ্ৰমণৰ বাবে ভাৰতীয় দলৰ জ্যেষ্ঠ খেলুৱৈসকলক বিশ্ৰাম দিয়াৰ সম্ভাৱনা আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

June 19, 2026 10:28 pm
ৰক্ষাকৱচ প্ৰত্যাহাৰ কৰিলে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে, যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে অভিষেক বেনাৰ্জী

গ্ৰেপ্তাৰৰ পৰা পৰিত্ৰাণ পাবলৈ এইবাৰ ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ কাষ চাপিল অভিষেক, কি ক’লে আদালতে?

June 19, 2026 10:14 pm
বিধায়ক আৰু পঞ্চায়তৰ প্ৰতিশ্ৰুতি সাৰ, নাফুক আদৰ্শ গাঁৱৰ বিধ্বস্ত পথে কন্দুৱাইছে ৰাইজক

বিধায়ক আৰু পঞ্চায়তৰ প্ৰতিশ্ৰুতি সাৰ, নাফুক আদৰ্শ গাঁৱৰ বিধ্বস্ত পথে কন্দুৱাইছে ৰাইজক

June 19, 2026 9:44 pm
তৃণমূলত বৃহৎ ভাঙন! ২০ গৰাকী বিদ্ৰোহী সাংসদৰ পদ খাৰিজৰ দাবীৰে অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ অভিষেক বেনাৰ্জীৰ

তৃণমূলত বৃহৎ ভাঙন! ২০ গৰাকী বিদ্ৰোহী সাংসদৰ পদ খাৰিজৰ দাবীৰে অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ অভিষেক বেনাৰ্জীৰ

June 19, 2026 8:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

June 19, 2026 10:28 pm
ৰক্ষাকৱচ প্ৰত্যাহাৰ কৰিলে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে, যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে অভিষেক বেনাৰ্জী

গ্ৰেপ্তাৰৰ পৰা পৰিত্ৰাণ পাবলৈ এইবাৰ ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ কাষ চাপিল অভিষেক, কি ক’লে আদালতে?

June 19, 2026 10:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd