• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

১২ ঘণ্টীয়া লাহোৱাল বন্ধক সমৰ্থন স্থানীয় ৰাইজ আৰু দল সংগঠনৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 28, 2023 9:49 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমষ্টিৰ পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ বিৰুদ্ধে বুধবাৰে ১২ ঘণ্টীয়া লাহোৱাল বন্ধ ঘোষণাৰ ফলত জনসাধাৰণৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

লাহোৱাল বিধান সভা সমষ্টি বাতিলৰ প্ৰতিবাদত ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে।

Apply Now

ভাৰতীয় নিৰ্বাচন আয়োগৰ এই সিদ্ধান্তৰ প্ৰতিবাদত ব্যৱসায়ী সমাজে বন্ধ কৰি দিলে শ্বাটাৰ।

২০২৩ চনৰ ২০ জুনত ইচিআইয়ে জনপ্ৰতিনিধিত্ব আইন, ১৯৫০ৰ ধাৰা ৮ (ক) অনুসৰি অসমৰ বিধানসভা আৰু সংসদীয় সমষ্টিৰ সীমা নিৰ্ধাৰণৰ খচৰা প্ৰস্তাৱ প্ৰকাশ কৰে।

“আজি আমি নিৰ্বাচনী আয়োগৰ সমষ্টিৰ সীমা নিৰ্ধাৰণত লাহোৱাল বিধানসভা সমষ্টি প্ৰত্যাহাৰ কৰাৰ বাবে বন্ধ আহ্বান জনাইছো। সিদ্ধান্তৰ বাবে আমাৰ বৰ বেয়া লাগিছে।  আয়োগে প্ৰথম সীমা নিৰ্ধাৰণৰ খচৰা প্ৰকাশ কৰাৰ পূৰ্বে লাহোৱালৰ ৰাইজক সুধিব লাগিছিল। এনআৰচি সম্পূৰ্ণ নোহোৱাকৈ কেনেকৈ এই সিদ্ধান্ত লোৱা হ’ল?” লাহোৱাল কলেজৰ অধ্যক্ষ জ্যোতিপ্ৰসাদ দত্তই কয়।

তেওঁ কয়, “আমি ভাৰতীয় নিৰ্বাচনী আয়োগক আবেদন জনাইছো, তেওঁলোকে লাহোৱাল কৰ্তনৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰক।” 

“আমি লাহোৱাল বিধানসভা সমষ্টি বিলোপ কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে গণতান্ত্ৰিক প্ৰতিবাদ আৰম্ভ কৰিম। আমাৰ আৱেগ লাহোৱাল বিধান সভা সমষ্টিৰ সৈতে সংলগ্ন আছিল। ’- এই মন্তব্য লাহোৱালৰ এগৰাকী মহিলা কৰ্মী অন্নপূৰ্ণা নাথৰ।

উল্লেখ্য যে, সংবিধানৰ ১৭০ নং অনুচ্ছেদ আৰু ৮২ নং অনুচ্ছেদত উল্লেখ কৰা অনুসৰি ২০০১ চনৰ লোকপিয়লৰ ভিত্তিত ৰাজ্যখনৰ বিধানসভা আৰু সংসদীয় সমষ্টিসমূহৰ সীমা নিৰ্ধাৰণ কৰা হ’ব। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ ভাৰতীয় দলত ছেহৱাগ-দ্ৰাবিড়; তেওঁলোকৰ পিতৃৰ পিছত এইবাৰ নীলা জাৰ্চিত আৰ্যবীৰ-অন্বয়

পুনৰ ভাৰতীয় দলত ছেহৱাগ-দ্ৰাবিড়; তেওঁলোকৰ পিতৃৰ পিছত এইবাৰ নীলা জাৰ্চিত আৰ্যবীৰ-অন্বয়

August 27, 2026 3:55 pm
‘ভৰি ক’ৰ্ট মে গুলি মাৰেংগে মেৰী জান’ গীতৰ গায়কক ১৮ জাঁই গুলী, থিতাতে মৃত্যু

‘ভৰি ক’ৰ্ট মে গুলি মাৰেংগে মেৰী জান’ গীতৰ গায়কক ১৮ জাঁই গুলী, থিতাতে মৃত্যু

August 27, 2026 3:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd