• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিগ বছত এইবোৰ কি? খঙত টিঙিৰিতুলা হ’ল ছলমান খান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 2, 2023 4:09 pm
8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ১০ বছৰ ধৰি ধাৰাবাহিকভাবে চলি আছে বিখ্যাত ৰিয়েলিটি শ্ব’ বিগ বছ। জনপ্ৰিয় এই ৰিয়েলিটি শ্ব’টোৱেও প্ৰতিটো ছিজনতে বিতৰ্কৰ সন্মুখীন হৈছে। কেমেৰাৰ সন্মুখত প্ৰতিযোগীসকলৰ কাণ্ড দেখি বিতৰ্কৰ শিখৰত উপনীত হ’ল এইবাৰৰ চিজন ‘বিগ বছ অ’টিটি ২’ ।

এই সপ্তাহত বিগ বছৰ ঘৰত সংঘটিত হোৱা এক কাণ্ডই দৰ্শকক আচৰিত কৰি তোলে। এই ছিজনৰ দুই প্ৰতিযোগী আকাংক্ষা পুৰী আৰু জাদ হাদিদে কেমেৰাৰ সন্মুখত চুম্বন কৰে।

Apply Now

ওঁঠত খোৱা চুমাটো ৩০ ছেকেণ্ডতকৈও অধিক সময় ধৰি চলে। ইয়াৰ পিছত ‘বিগ বছ অ’টিটি ২’ বিতৰ্কৰ চৰম সীমাত উপনীত হ’ল। যাৰ বাবে এই দুই প্ৰতিযোগীৰ ওপৰত খঙত দুৰ্বাসা হ’ল ছলমান খান।

নিয়ম অনুসৰি সপ্তাহৰ শেষত প্ৰতিযোগীসকলৰ সমুখীন হয় ছলমান খান । গোটেই সপ্তাহটোত কি হৈ আছে তাৰ ওপৰত তেওঁ সম্পূৰ্ণ চকু ৰাখে। শ্ব’ আৰম্ভ হোৱাৰ আগতে প্ৰতিবাৰেই তেওঁ প্ৰতিযোগীসকলক ভাৰতীয় সংস্কৃতি আৰু মূল্যবোধক বজাই ৰাখিবলৈ নিৰ্দেশ দিয়ে। 

সপ্তাহটোৰ শেষৰ ফালে ‘উইকেণ্ড কা ৱাৰ’ত ছলমানে প্ৰতিযোগীসকলৰ ওপৰত নিজৰ ক্ষোভ প্ৰকাশ কৰে। তেওঁ প্ৰতিযোগীসকলক ক’লে, “আপোনালোকে সকলোৱে ভাবিছে যে এই সপ্তাহত যিটো হ’ল, সেয়া সপ্তাহটোৰ চৰ্চা। আচলতে সেইটো আছিল আপোনাৰ শিক্ষা, সংস্কাৰ, পাৰিবাৰিক মূল্যবোধৰ পৰীক্ষা। আপুনি যি কৰিলে তাৰ বাবে ক্ষমা খুজিব নালাগে। এই ক্ষমাপ্ৰাৰ্থনাৰ কথা মই গুৰুত্ব নিদিওঁ।”

ইয়াৰ পিছত ছলমানে কি ক’ব তাৰ বাবে দৰ্শক সাজু নাছিল। তেওঁ ক’লে, “মই শ্ব’টো এৰি দিম।” 

যদিও বিগ বছৰ ঘৰত এনে বিতৰ্কিত ঘটনা প্ৰথম নহয়। এইবাৰো বিগ বছে কামনা আৰু অশ্লীলতাৰ সীমা অতিক্ৰম কৰিলে।

লগতে পঢ়কঃ একনাথ শিণ্ডেৰ শিবিৰত যোগদান অজিৎ পাৱাৰৰ : মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী হিচাপে কৰিব যোগদান

লগতে পঢ়কঃ নৰ্থইষ্ট ডাইল’গ ফ’ৰামে গ্ৰহণ কৰিলে ‘ব্ৰহ্মপুত্ৰ ঘোষণা পত্ৰ’; কি আহ্বান ফ’ৰামৰ?

লগতে পঢ়কঃ এইবাৰ প্ৰথম, ক্ৰিকেট বিশ্বকাপত নাথাকিব দুবাৰৰ চেম্পিয়ন ৱেষ্ট ইণ্ডিজ!

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ডুৰাণ্ড চেম্পিয়ন হৈ কি কি লাভ কৰিলে ইষ্টবেংগলে? কি কি পালে ৰানাৰ্ছ-আপ মোহনবাগানে…

ডুৰাণ্ড চেম্পিয়ন হৈ কি কি লাভ কৰিলে ইষ্টবেংগলে? কি কি পালে ৰানাৰ্ছ-আপ মোহনবাগানে…

August 24, 2026 4:43 pm
প্ৰচণ্ড ধুমুহাৰ তাণ্ডৱ : যোৰহাটত স্তব্ধ হ’ল ৬২টাকৈ শামুকভঙা চৰাইৰ কলৰৱ

প্ৰচণ্ড ধুমুহাৰ তাণ্ডৱ : যোৰহাটত স্তব্ধ হ’ল ৬২টাকৈ শামুকভঙা চৰাইৰ কলৰৱ

August 24, 2026 4:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd