• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘এই বিশ্বাসঘাতকতা মানুহে কেতিয়াও ক্ষমা নকৰে’, ‘কাটাপ্পা’ক সোঁৱৰাই দিলে ‘বাহুবলী’ৰ অনুৰাগীয়ে

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
July 6, 2023 1:18 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজনীতিৰ সৈতে অভিনয় জগতখন, বিশেষকৈ বলীউড যেন এক অৱিচ্ছিন্ন সম্পৰ্কৰে গঁথা। নেতা আৰু অভিনেতাৰ চৰিত্ৰবোৰো কেতিয়াবা সমাৰ্থক হৈ পৰে কল্পনা আৰু বা স্তৱৰ কাহিনীৰ জৰিয়তে।

এন চি পি বনাম এন চি পিৰ যুঁজখনৰ মাজত এইবাৰ প্ৰৱেশ কৰিলে চিনেমাৰ প্ৰসংগ। ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ দল প্ৰকৃততে কাৰ সেই সম্পৰ্কে শাৰদ পাৱাৰ আৰু অজিত পাৱাৰৰ মাজত হোৱা যুঁজখনকলৈ সমগ্ৰ মহানগৰীখন পোষ্টাৰেৰে ভৰি পৰিছে।

লগতে পঢ়ক: টুইটাৰৰ ‘শত্ৰু’ৰ আৱিৰ্ভাৱ! ইনষ্টাগ্ৰামে আনিছে নতুন এপ; কি কি সুবিধা আছে ইয়াত? চাওক সবিশেষ

Apply Now

শাৰদ পাৱাৰৰ সমৰ্থকে অজিত পাৱাৰক দেশদ্ৰোহী আখ্যা দি পোষ্টাৰ লগাইছে। এই বিশ্বাসঘাতকতাৰ বাবে সাধাৰণ ৰাইজে অজিত পাৱাৰক কেতিয়াও ক্ষমা নকৰে বুলিও পোষ্টাৰখনত উল্লেখ কৰা হৈছে। বাহুবলী চিনেমাখনৰ এটা বিশেষ দৃশ্যৰ জৰিয়তে অজিত পাৱাৰে খুড়াকৰ সৈতে কৰা বিশ্বাসঘাতকতাক তুলি ধৰা হৈছে।

সমৰ্থকসকলে দিল্লীত শাৰদ পাৱাৰৰ বাসগৃহৰ বাহিৰত পোষ্টাৰ লগাইছে। অজিত পাৱাৰৰ এন চি পিৰ দখলক দক্ষিণৰ ব্লকবাষ্টাৰ চিনেমা বাহুবলীৰ সৈতে তুলনা কৰা হৈছে। অজিত পাৱাৰক কাটাপ্পাৰ লগত আৰু শাৰদ পাৱাৰক বাহুবলীৰ লগত তুলনা কৰা হৈছে।

অনুৰাগীসকলে দাবী কৰিছে যে বাহুবলী চিনেমাখনৰ প্ৰথম খণ্ডৰ শেষৰ দৃশ্যত কাটাপ্পাই বাহুবলীক যিদৰে তৰোৱালেৰে আঘাত কৰিছিল, ঠিক সেইদৰে অজিত পাৱাৰেও খুড়াক শাৰদ পাৱাৰৰ পিঠিত তৰোৱালেৰে আঘাত কৰিছে।

লগতে পঢ়ক: শপতনামাত স্বাক্ষৰ কৰিও শান্তি নাই, হোটেলত বন্দী অজিত শিবিৰৰ বিধায়ক; দিল্লীলৈ শাৰদ পাৱাৰ

এন চি পিৰ ছাত্ৰ সংগঠনটোৱে লগোৱা পোষ্টাৰখনত লিখা আছে, “আপোনালোকৰ মাজত বিশ্বাসঘাতকসকল লুকাই থাকে, সমগ্ৰ দেশে সেয়া দেখিছে। এনে প্ৰতাৰকক মানুহে কেতিয়াও ক্ষমা নকৰে।” পোষ্টাৰৰ তলত হেচটেগ দি লিখা হৈছে-গদ্দাৰ।

বুধবাৰে এন চি পিৰ দুয়োটা শিবিৰে শক্তি প্ৰদৰ্শনৰ বৈঠক আহ্বান কৰিছিল। এনচিপিৰ ৫৩ গৰাকী বিধায়কৰ ভিতৰত অজিত পাৱাৰৰ বৈঠকত অংশ লৈছিল ৩২ বিধায়কে। আনহাতে, শাৰদ পাৱাৰৰ বৈঠকত ১৪ গৰাকী বিধায়ক উপস্থিত থাকে।

লগতে পঢ়ক: উইম্বলডনে ভংগ কৰিলে ১৪৬ বছৰীয়া নিয়ম; এতিয়া মহিলাসকলে পিন্ধিব পাৰিব ৰঙীণ অন্তৰ্বাস

ইতিমধ্যে অজিত পাৱাৰে এন চি পিৰ নাম আৰু প্ৰতীকৰ ওপৰত নিজৰ অধিকাৰ সাব্যস্ত কৰি নিৰ্বাচন আয়োগৰ কাষ চাপিছে। ইপিনে, ভতিজাকৰ এই পদক্ষেপৰ পাছত আজি শাৰদ পাৱাৰে দিল্লীলৈ গৈ কাৰ্যকৰী সমিতিৰ বৈঠকত অংশগ্ৰহণ লৈছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

August 15, 2026 2:51 pm
অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

August 15, 2026 1:31 pm
একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

August 15, 2026 1:00 pm
ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

August 15, 2026 11:56 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

August 15, 2026 2:51 pm
অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

August 15, 2026 1:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd